ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

ছানী দেওলৰ “ঘায়েল” ৰ ৩২ বছৰ সম্পূৰ্ণঃ এতিয়াও অব্যাহত অভিনেতা

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
June 22, 2022
Reading Time: 1 min read
0
ছানী দেওলৰ “ঘায়েল” ৰ ৩২ বছৰ সম্পূৰ্ণঃ এতিয়াও অব্যাহত অভিনেতা

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

দেশ স্বাধীন হোৱাৰ পূৰ্বে মুক্তিপ্ৰাপ্ত “মুগল-এ-আজম”-

“মহাভাৰতৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাটো মোৰ সপোনৰ প্ৰকল্প”- এছ এছ ৰাজামৌলী

লীনা মণিমেকলাই নিজ তথ্যচিত্ৰত মা কালীক ধূমপান কৰোৱা দেখুৱাই হ’ল ট্ৰোলঃ

বিজেপি সাংসদ তথা হিন্দী ছবিৰ একচন অভিনেতা ছানী দেওলে তেওঁৰ কেৰিয়াৰত এনে কিছুমান ছবিত অভিনয় কৰিছে, যিবোৰ আজিও স্মৰণীয় হৈ আছে। ইয়াৰে এখন ছবি হৈছে “ঘায়েল”, যিখনে ইতিমধ্যে মুক্তিৰ ৩২ বছৰ সম্পূৰ্ণ কৰিছে। ছানি দেওলে এই উপলক্ষে “ঘায়েল” ৰ ফটোৰ এক আভাস ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি নিজৰ অধিকাৰ আৰু ন্যায়ৰ যুঁজক আজিও প্ৰাসংগিক বুলি বৰ্ণনা কৰে। 

“ঘায়েল” ছবিখনক ১৯৯০ চনৰ ২২ জুনত মুক্তি দিয়া হৈছিল। ছবিখন ৰাজকুমাৰ সন্তোষীয়ে পৰিচালনা কৰিছিল আৰু ধৰ্মেন্দ্ৰই প্ৰযোজনা কৰিছিল। মীনাক্ষী শেষাদ্ৰীয়ে ছবিখনত মহিলাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল, আনহাতে ৰাজ বব্বৰে ছানীৰ চৰিত্ৰটোৰ জ্যেষ্ঠ ভাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। মৌচুমী চেটাৰ্জী তেওঁৰ ভগ্নী হৈছিল, আনহাতে কিংবদন্তি অভিনেতা অমৰীশ পুৰীয়ে ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। 

ADVERTISEMENT

View this post on Instagram

A post shared by Sunny Deol (@iamsunnydeol)

 

ঘায়েল সেই সময়ছোৱাত যথেষ্ট জনপ্ৰিয় হৈছিল। ছবিখনে প্ৰায় ১৭ কোটি টকা সংগ্ৰহৰ সৈতে ব্লকবাষ্টাৰ ছবি হিচাবে ঘোষিত হৈছিল। একে সময়তে, ছবিখনে দুটা ৰাষ্ট্ৰীয় বঁটাকে ধৰি বহুতো বঁটা লাভ কৰে। ছানী দেওলক এই ছবিখনৰ বাবে বিশেষ জুৰিৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছিল।

ADVERTISEMENT

ছানীয়ে লিখিছিল যে- “পৃথিৱীখন আজিও বেছি সলনি হোৱা নাই। ন্যায়ৰ বাবে আৰু যি শুদ্ধ তাৰ বাবে সংগ্ৰাম আজিও অব্যাহত আছে।”

পৰৱৰ্তী সময়, “ঘায়েল” তামিল, তেলেগু আৰু কানাড়া ভাষাতো পুনৰ নিৰ্মাণ কৰা হৈছিল। তামিলত বিজয়কান্ত, তেলেগুত শ্ৰীকান্ত আৰু কানাড়াত শিৱ ৰাজকুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। আকৰ্ষণীয় দিশটো হ’ল যে তামিল সংস্কৰণত ৰাজ বব্বৰৰ চৰিত্ৰটো প্ৰয়াত কিংবদন্তি গায়ক এছ পি বালাসুব্ৰমন্যমে অভিনয় কৰিছিল।

Like this:

Like Loading...

Related

Tags: ছানী দেওল
Share4Tweet3Send

Related Posts

দেশ স্বাধীন হোৱাৰ পূৰ্বে মুক্তিপ্ৰাপ্ত “মুগল-এ-আজম”-
Entertainment

দেশ স্বাধীন হোৱাৰ পূৰ্বে মুক্তিপ্ৰাপ্ত “মুগল-এ-আজম”-

by Staff Reporter
July 5, 2022
52
“মহাভাৰতৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাটো মোৰ সপোনৰ প্ৰকল্প”- এছ এছ ৰাজামৌলী
Entertainment

“মহাভাৰতৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাটো মোৰ সপোনৰ প্ৰকল্প”- এছ এছ ৰাজামৌলী

by Staff Reporter
July 5, 2022
53
লীনা মণিমেকলাই নিজ তথ্যচিত্ৰত মা কালীক ধূমপান কৰোৱা দেখুৱাই হ’ল ট্ৰোলঃ
Entertainment

লীনা মণিমেকলাই নিজ তথ্যচিত্ৰত মা কালীক ধূমপান কৰোৱা দেখুৱাই হ’ল ট্ৰোলঃ

by Staff Reporter
July 4, 2022
56
বাদশ্বাহ হ’লেও শ্বাহৰুখ খানে নোৱাৰে ছবিসমূহত এনে কাম কৰিবলৈ! কিন্তু কি এই কাম? চাওক
Entertainment

বাদশ্বাহ হ’লেও শ্বাহৰুখ খানে নোৱাৰে ছবিসমূহত এনে কাম কৰিবলৈ! কিন্তু কি এই কাম? চাওক

by Staff Reporter
July 2, 2022
52
এনচিবিৰ পৰা ক্লিন চিট লাভ কৰা আৰিয়ান খানে বিচাৰিলে নিজ পাছপোৰ্টঃ
Entertainment

এনচিবিৰ পৰা ক্লিন চিট লাভ কৰা আৰিয়ান খানে বিচাৰিলে নিজ পাছপোৰ্টঃ

by Staff Reporter
July 2, 2022
52
জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ অকাল বিয়োগ
Entertainment

জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ অকাল বিয়োগ

by News Desk
July 2, 2022
57
ADVERTISEMENT
গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:
Guwahati

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

July 6, 2022
56
অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:
Guwahati

অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

July 6, 2022
56
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:
National-International

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

July 6, 2022
56
ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:
KARBI ANGLONG

ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:

July 6, 2022
122
794709
Total views : 4876942
Who's Online : 19
গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

July 6, 2022
অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

July 6, 2022
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

July 6, 2022

Categories

ALL NEWS (17187) Assam (11847) BREAKING NEWS (6430) Business (23) Economy (45) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (528) Entertrainment (253) EXCLUSIVE (122) Fashion (8) Featured (17) Features (29) Guwahati (1743) Health & Fitness (583) Jobs & Career (5) KARBI ANGLONG (2066) Lifestyle (23) literature (16) National-International (3536) NORTHEAST (425) Novels (3) Photo (4) Poems (9) Political (83) Recipes (5) Sports News (290) Stories (5) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: