পশ্চিম কাৰ্বিআংলঙত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ ।টুম্প্ৰেঙত উদ্ধাৰ কৰা হয় লাজুকী বান্দৰটো।চৌদিশে বানৰ বিভীষিকাত দিগবিদিগক হেৰুৱাইছিল বান্দৰটোয়ে ।
টুম্প্ৰেঙৰ এজন লোকৰ ঘৰৰ কাষ চাপিছিল বান্দৰটো । টুম্প্ৰেং উপ-খণ্ড বন কাৰ্যালয়ৰ বিট অফিচাৰ পঙ্কজ বৰাৰ নেতৃত্বত উদ্ধাৰ কৰে দুষ্প্ৰাপ্য প্ৰাণী বিধ।সম্প্ৰতি টুম্প্ৰেং বন বিভাগৰ পাৰ্কতে ৰখা হৈছে বান্দৰটো।