ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

প্ৰায় ২ বছৰৰ পিছত, কাৰ্তিক আৰিয়ন আৰু সাৰা আলী খানক দেখিবলৈ পোৱা গ’ল একেলগেঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
June 17, 2022
Reading Time: 1 min read
0
প্ৰায় ২ বছৰৰ পিছত, কাৰ্তিক আৰিয়ন আৰু সাৰা আলী খানক দেখিবলৈ পোৱা গ’ল একেলগেঃ

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

দেশ স্বাধীন হোৱাৰ পূৰ্বে মুক্তিপ্ৰাপ্ত “মুগল-এ-আজম”-

“মহাভাৰতৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাটো মোৰ সপোনৰ প্ৰকল্প”- এছ এছ ৰাজামৌলী

লীনা মণিমেকলাই নিজ তথ্যচিত্ৰত মা কালীক ধূমপান কৰোৱা দেখুৱাই হ’ল ট্ৰোলঃ

কাৰ্তিক আৰিয়ন আৰু সাৰা আলী খান, এই যুটিটোক অনুৰাগীসকলে মৰমেৰে ‘Sartik’ বুলি অভিহিত কৰে। প্ৰথমে এই নামটো ওলাইছিল যেতিয়া কৰণ জোহৰৰ জনপ্ৰিয় শ্ব’ “কফি উইথ কৰণ” ত সাৰাই কৈছিল যে তেওঁ কাৰ্তিক আৰিয়নক ডেট কৰিব বিচাৰে। 

View this post on Instagram

A post shared by Sara Ali Khan (@saraalikhan95)

ADVERTISEMENT

 

ইয়াৰ পিছত, ইমতিয়াজ আলী খানৰ দ্বাৰা পৰিচালিত “লাভ আজ কল ২” ছবিখনত দুয়োকে একেলগে দেখা গৈছিল। তেতিয়া খবৰ পোৱা গৈছিল যে উক্ত ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত সাৰা আৰু কাৰ্তিকে ইজনে সিজনক ডেট কৰি আছিল। অৱশ্যে, কিছু সময়ৰ পিছত, দুয়োজনে তেওঁলোকৰ পথ পৃথক কৰিছে বুলিও জনা গৈছিল, যাৰ পিছত তেওঁলোকক কেতিয়াও একেলগে দেখা পোৱা নাছিল। 

এতিয়া প্ৰায় দুবছৰৰ পিছত, শেহতীয়াকৈ কাৰ্তিক আৰিয়ন আৰু সাৰা আলী খানক একেলগে দেখা গৈছে। যাৰ ফটো আৰু ভিডিঅ’ ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে।

View this post on Instagram

A post shared by Viral Bhayani (@viralbhayani)

ADVERTISEMENT

 

দৰাচলতে, বৃহস্পতিবাৰে (১৬ জুন) তাৰিখে নিশা মুম্বাইত আয়োজিত এক অনুষ্ঠানত দুয়োগৰাকী চেলিব্ৰেটীয়ে অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানটোৰ ফটোবোৰত, আপুনি দেখিব পাৰিব যে কাৰ্তিক আৰিয়ন আৰু সাৰা আলী খানে ইজনে সিজনৰ সৈতে কথা পাতি আছে আৰু তেওঁলোক দুয়ো একেলগে আহি ফটো তুলিছে। কেৱল এয়াই নহয়, অনুষ্ঠানটোৰ সময়ত সাৰা আৰু কাৰ্তিকেও ইজনে সিজনক সাৱটি ধৰিছিল। 

Like this:

Like Loading...

Related

Tags: কাৰ্তিক আৰিয়নসাৰা আলী খান
Share4Tweet3Send

Related Posts

দেশ স্বাধীন হোৱাৰ পূৰ্বে মুক্তিপ্ৰাপ্ত “মুগল-এ-আজম”-
Entertainment

দেশ স্বাধীন হোৱাৰ পূৰ্বে মুক্তিপ্ৰাপ্ত “মুগল-এ-আজম”-

by Staff Reporter
July 5, 2022
52
“মহাভাৰতৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাটো মোৰ সপোনৰ প্ৰকল্প”- এছ এছ ৰাজামৌলী
Entertainment

“মহাভাৰতৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাটো মোৰ সপোনৰ প্ৰকল্প”- এছ এছ ৰাজামৌলী

by Staff Reporter
July 5, 2022
53
লীনা মণিমেকলাই নিজ তথ্যচিত্ৰত মা কালীক ধূমপান কৰোৱা দেখুৱাই হ’ল ট্ৰোলঃ
Entertainment

লীনা মণিমেকলাই নিজ তথ্যচিত্ৰত মা কালীক ধূমপান কৰোৱা দেখুৱাই হ’ল ট্ৰোলঃ

by Staff Reporter
July 4, 2022
56
বাদশ্বাহ হ’লেও শ্বাহৰুখ খানে নোৱাৰে ছবিসমূহত এনে কাম কৰিবলৈ! কিন্তু কি এই কাম? চাওক
Entertainment

বাদশ্বাহ হ’লেও শ্বাহৰুখ খানে নোৱাৰে ছবিসমূহত এনে কাম কৰিবলৈ! কিন্তু কি এই কাম? চাওক

by Staff Reporter
July 2, 2022
52
এনচিবিৰ পৰা ক্লিন চিট লাভ কৰা আৰিয়ান খানে বিচাৰিলে নিজ পাছপোৰ্টঃ
Entertainment

এনচিবিৰ পৰা ক্লিন চিট লাভ কৰা আৰিয়ান খানে বিচাৰিলে নিজ পাছপোৰ্টঃ

by Staff Reporter
July 2, 2022
52
জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ অকাল বিয়োগ
Entertainment

জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ অকাল বিয়োগ

by News Desk
July 2, 2022
57
ADVERTISEMENT
গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:
Guwahati

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

July 6, 2022
56
অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:
Guwahati

অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

July 6, 2022
56
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:
National-International

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

July 6, 2022
56
ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:
KARBI ANGLONG

ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:

July 6, 2022
122
794709
Total views : 4876958
Who's Online : 18
গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

July 6, 2022
অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

July 6, 2022
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

July 6, 2022

Categories

ALL NEWS (17187) Assam (11847) BREAKING NEWS (6430) Business (23) Economy (45) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (528) Entertrainment (253) EXCLUSIVE (122) Fashion (8) Featured (17) Features (29) Guwahati (1743) Health & Fitness (583) Jobs & Career (5) KARBI ANGLONG (2066) Lifestyle (23) literature (16) National-International (3536) NORTHEAST (425) Novels (3) Photo (4) Poems (9) Political (83) Recipes (5) Sports News (290) Stories (5) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: