<h2><img class="alignnone wp-image-73948" src="//assamtimespost.in/wp-content/uploads/2022/05/New-Logo-Very-Smal.jpg" alt="" width="204" height="56" /></img> <span style="font-size: 14pt;">আজি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বেই ডিফুত কংগ্ৰেছকে ধৰি বিভিন্ন দলৰ প্ৰায় ছয় শতাধিক কৰ্মীয়ে বিজেপিত যোগদান কৰে। এই উপলক্ষে ডিফু চাৰি মাইলস্থিত বিজেপিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত অনুষ্ঠিত এক যোগদান সভাত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিতিত লোকসকলে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। </span></h2> <img class="alignnone wp-image-75188 size-full" src="//assamtimespost.in/wp-content/uploads/2022/05/1a9958bf-b804-467c-ae46-424550deb11c.jpg" alt="বিজেপিত যোগদান" width="716" height="392" /></img><span style="font-size: 14pt;">জিলা কংগ্ৰেছৰ শীৰ্ষনেতা ডেনিয়ল ইংতি প্ৰমুখ্য কৰি জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী উপ-সভানেত্ৰী লগতে সদস্যসকলে কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা দলটোক আকোঁৱালি লয়। </span> <img class="alignnone wp-image-75172 size-full" src="//assamtimespost.in/wp-content/uploads/2022/05/bjpP.jpg" alt="মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিতিত প্ৰায় ছয় শতাধিক বিজেপিত যোগদান" width="624" height="340" /></img><span style="font-size: 14pt;">সংবাদমাধ্যমৰ আগত ডাঃ তুলিৰাম ৰংহাঙে কয় যে, কাৰ্বি আংলঙৰ প্ৰতিটো ঘৰত বিজেপিৰ পতাকা আছে। কংগ্ৰেছৰ লগতে অন্যান্য দলৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ স্থান নাই। সেয়েহে সকলোৱে বিজেপিত যোগদান কৰিছে।</span>