গুৱাহাটীৰ মহানগৰীৰ ৰয়েল গ্ল’বেল স্কুলত ‘We Think Digital’ শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভণি।অসম আৰক্ষীৰ উদ্যোগত এই অনুষ্ঠান।ডিজিটেল প্লেটফৰ্ম মেটাৰ সহযোগত এই সজাগতামূলক অনুষ্ঠান।চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে অনুষ্ঠান।ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেল ক্ষেত্ৰত সুৰক্ষা প্ৰদানৰ লক্ষ্য অসম আৰক্ষী ।