গুৱাহাটীৰ মহানগৰীৰ ৰয়েল গ্ল’বেল স্কুলত ‘We Think Digital’ শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভণি।অসম আৰক্ষীৰ উদ্যোগত এই অনুষ্ঠান।ডিজিটেল প্লেটফৰ্ম মেটাৰ সহযোগত এই সজাগতামূলক অনুষ্ঠান।চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে অনুষ্ঠান।ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেল ক্ষেত্ৰত সুৰক্ষা প্ৰদানৰ লক্ষ্য অসম আৰক্ষী ।
শুকুৰবাৰে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে তথ্য আৰু প্ৰযুক্তি বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, আৰক্ষী আয়ুক্ত হৰমীত সিং, যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল। ৰয়েল গ্ল’বেলৰ ছাত্ৰ-ছাত্ৰী সকলক Cyber Security সন্দৰ্ভত সজাগতাৰ চেষ্টা কৰে আৰক্ষীয়ে।