ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

লালুপ্রসাদৰ বিৰুদ্ধে দুর্নীতিৰ নতুন অভিযোগ, ঘৰসহ ১৫ স্থানত চিবিআইৰ তালাচী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 20, 2022
Reading Time: 1 min read
A A
0
লালুপ্রসাদৰ বিৰুদ্ধে দুর্নীতিৰ নতুন অভিযোগ, ঘৰসহ ১৫ স্থানত চিবিআইৰ তালাচী

logo new 2 1 1 4 1 3 5 | ASSAM TIMES POST

RELATED POSTS

Supriya vs Kangana row : কঙ্গনা বিতর্কৰ ফল, নিৰ্বাচন আয়োগৰ জাননীৰ পিছত লোকসভাৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া

ED arrest Kejriwal : আৰু চাৰি দিন ইডিৰ জিম্মাত থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্রী

Lawers letter to CJI : ‘গ্ৰুপ’ক লৈ অভিযোগ, ৬০০ অধিবক্তাৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ

পশুখাদ্য কেলেঙ্কাৰী গোচৰত জামিন পোৱাৰ কেইদিনমানৰ ভিতৰতেই লালুপ্রসাদ যাদৱৰ বিৰুদ্ধে দুর্নীতিৰ নতুন অভিযোগ উঠিল। বিহাৰৰ মুখ্যমন্ত্রী হৈ থাকোতে চাকৰিত নিয়োগত দুর্নীতিৰ অভিযোগ উঠিছে লালুৰ বিৰুদ্ধে। ৰুজু হৈছে গোচৰ। বুধবাৰে কেন্দ্রীয় তদন্তকাৰী সংস্থা চিবিআইয়ে ৰাষ্ট্রীয় জনতা দলৰ প্রতিষ্ঠাতা লালুৰ ঘৰসহ ১৫টা স্থানত তালাচী চলায়।

lalu | ASSAM TIMES POST

উল্লেখ্য, পশুখাদ্য কেলেঙ্কাৰী গোচৰত জামিন লৈ এমাহমান পূৰ্বে জে’লৰ পৰা ঘৰলৈ উভতিছে লালু। বিশেষ চিবিআই আদালতে যোৱা ফেব্রুৱাৰী মাহত লালুক পাঁচ বছৰৰ কাৰাদণ্ড আৰু ৬০ লাখ টকা জৰিমনা বিহে। বিগত মাহত উক্ত গোচৰত ঝাড়খণ্ড হাইকোর্টৰ পৰা জামিন লাভ কৰে বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রীজনে। এইবাৰ আন এক গোচৰৰ সন্মুখীন হ’ল ৭৩ বছৰীয়া লালু।

অসুস্থতাৰ বাবে নতুন দিল্লীৰ এইমছত ভর্তি কৰোৱা হৈছিল লালুক। এইমছ এৰাৰ পিছত দিল্লীত জীয়ৰী মিছা ভাৰতীৰ ঘৰতে আছিল প্রবীণ ৰাজনীতিকজন। ইয়াৰ মাজতেই পুনৰ নতুন গোচৰত তেওঁৰ বিপদ বাঢ়িল বুলিয়েই অনুমান কৰা হৈছে৷

Share this:

  • Facebook
  • X

Like this:

Like Loading...

Related

Tags: লালুপ্রসাদ
Share4Tweet3Send

Related Posts

Supriya vs Kangana row : কঙ্গনা বিতর্কৰ ফল, নিৰ্বাচন আয়োগৰ জাননীৰ পিছত লোকসভাৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া
National-International

by News Desk
March 28, 2024
52
ED arrest Kejriwal : আৰু চাৰি দিন ইডিৰ জিম্মাত থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্রী
National-International

ED arrest Kejriwal : আৰু চাৰি দিন ইডিৰ জিম্মাত থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্রী

by News Desk
March 28, 2024
54
Lawers letter to CJI : ‘গ্ৰুপ’ক লৈ অভিযোগ, ৬০০ অধিবক্তাৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ
National-International

Lawers letter to CJI : ‘গ্ৰুপ’ক লৈ অভিযোগ, ৬০০ অধিবক্তাৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ

by News Desk
March 28, 2024
54
Lok sabha election 2024 : ২৩৮ বাৰ নিৰ্বাচনত পৰাস্ত হৈয়ো ভাগৰি পৰা নাই পদ্মৰাজন, পুনৰ যুঁজিবলৈ সাজু
National-International

Lok sabha election 2024 : ২৩৮ বাৰ নিৰ্বাচনত পৰাস্ত হৈয়ো ভাগৰি পৰা নাই পদ্মৰাজন, পুনৰ যুঁজিবলৈ সাজু

by News Desk
March 28, 2024
51
Arunachal assembly election 2024 I অৰুণাচল বিধানসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনৰ দিশে মুখ্যমন্ত্ৰী খাণ্ডুসহ বিজেপিৰ চাৰি প্ৰাৰ্থী
National-International

Arunachal assembly election 2024 I অৰুণাচল বিধানসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনৰ দিশে মুখ্যমন্ত্ৰী খাণ্ডুসহ বিজেপিৰ চাৰি প্ৰাৰ্থী

by Staff Reporter
March 28, 2024
50
World largest snake killed I বিশ্বৰ সৰ্ববৃহৎ সাপক গুলীয়াই হত্যা
National-International

World largest snake killed I বিশ্বৰ সৰ্ববৃহৎ সাপক গুলীয়াই হত্যা

by Staff Reporter
March 28, 2024
52
ADVERTISEMENT
Himanta Biswa Sarma on congress : হিমন্ত বিশ্বৰ গেৰাণ্টি, ২০২৬ চনৰ পূৰ্বে কংগ্ৰেছ শূন্য হ’ব অসম
Assam

Himanta Biswa Sarma on congress : হিমন্ত বিশ্বৰ গেৰাণ্টি, ২০২৬ চনৰ পূৰ্বে কংগ্ৰেছ শূন্য হ’ব অসম

March 28, 2024
53
Diphu Lok Sabha : ডিফুত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান, লোকসভাৰ ১৩খন আসনতেই বিজয়ী হ’ম : মন্ত্রী জয়ন্তমল্ল
KARBI ANGLONG

Diphu Lok Sabha : ডিফুত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান, লোকসভাৰ ১৩খন আসনতেই বিজয়ী হ’ম : মন্ত্রী জয়ন্তমল্ল

March 28, 2024
51
Supriya vs Kangana row : কঙ্গনা বিতর্কৰ ফল, নিৰ্বাচন আয়োগৰ জাননীৰ পিছত লোকসভাৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া
National-International

Supriya vs Kangana row : কঙ্গনা বিতর্কৰ ফল, নিৰ্বাচন আয়োগৰ জাননীৰ পিছত লোকসভাৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া

March 28, 2024
52
AFSPA in Nagaland : নাগালেণ্ডত অব্যাহত থাকিব আফস্পা
NORTHEAST

AFSPA in Nagaland : নাগালেণ্ডত অব্যাহত থাকিব আফস্পা

March 28, 2024
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Himanta Biswa Sarma on congress : হিমন্ত বিশ্বৰ গেৰাণ্টি, ২০২৬ চনৰ পূৰ্বে কংগ্ৰেছ শূন্য হ’ব অসম

Himanta Biswa Sarma on congress : হিমন্ত বিশ্বৰ গেৰাণ্টি, ২০২৬ চনৰ পূৰ্বে কংগ্ৰেছ শূন্য হ’ব অসম

March 28, 2024
Diphu Lok Sabha : ডিফুত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান, লোকসভাৰ ১৩খন আসনতেই বিজয়ী হ’ম : মন্ত্রী জয়ন্তমল্ল

Diphu Lok Sabha : ডিফুত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান, লোকসভাৰ ১৩খন আসনতেই বিজয়ী হ’ম : মন্ত্রী জয়ন্তমল্ল

March 28, 2024
Supriya vs Kangana row : কঙ্গনা বিতর্কৰ ফল, নিৰ্বাচন আয়োগৰ জাননীৰ পিছত লোকসভাৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া

Supriya vs Kangana row : কঙ্গনা বিতর্কৰ ফল, নিৰ্বাচন আয়োগৰ জাননীৰ পিছত লোকসভাৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া

March 28, 2024

Categories

ALL NEWS (17287) Assam (13025) BREAKING NEWS (6444) Business (31) Economy (76) Editorial (12) EDUCATION AND TECHNOLOGY (86) Entertainment (750) Entertrainment (413) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) Guwahati (1940) Health & Fitness (620) Jobs & Career (7) KARBI ANGLONG (2958) Lifestyle (23) literature (16) National-International (7424) NORTHEAST (652) Novels (3) Photo (5) Poems (9) Political (122) Recipes (6) Sports News (457) Stories (12) Tech (13) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d