ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰবি আংলঙৰ মহিলাৰ অশ্লীল ভিডিঅ’ তৈয়াৰ কৰাৰ লগতে ধৰ্ষণ কৰাৰ এক লজ্জাজনক বাতৰি পোহৰলৈ আহিছে

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
May 14, 2022
Reading Time: 1 min read
0

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী

কাৰবি আংলঙৰো বহু কেইগৰাকী মহিলাক ঋণ প্ৰদান কৰাৰ প্ৰলোভন দি ডিফুৰ বন্ধুৰ সহায়ত ক্ষেত্ৰীৰ এজন শিক্ষকে দীৰ্ঘ দিনৰ পৰা চলাই আহিছিল এই অপকৰ্ম ৷

মহিলাৰ অশ্লীল ভিডিঅ' তৈয়াৰ কৰাৰ লগতে ধৰ্ষণদুয়োটা লম্পটে ডিফুস্থিত বিৰলাত ভাড়াঘৰত থাকি অবলা মহিলা সকলক প্ৰলোভনৰ জালত পেলাই লৈ গৈছিল কামৰূপৰ ক্ষেত্ৰীতক্ষেত্ৰীতেই শিক্ষকৰূপী লম্পটটোৱে কাৰবি আংলঙৰ পৰা নিয়া নিৰিহ মহিলা সকলৰ সৈতে বলপূৰ্বকভাৱে ধৰ্ষণ কৰাৰ লগতে তৈয়াৰ কৰিছিল অশ্লীল ভিডিঅ’

লম্পট বিৰলাৰ ৰিচিম বেযোৱা ফেব্ৰুৱাৰী মাহত কাৰবি আংলঙৰ ডকমকা থানা এলেকাৰ পৰা এগৰাকী বিবাহিতা মহিলাকে একে প্ৰলোভন দি ক্ষেত্ৰীলৈ নি মহিলা গৰাকীৰ সৈতে কৰিছিল অনৈতিক কাৰ্যকলাপ ৷

ADVERTISEMENT

লম্পট ক্ষেত্ৰীৰ ৰিংকু বৰ্মণআহত অৱস্থাত মহিলা গৰাকী ডকমকাত নিজৰ চিকিৎসা কৰাই অৱশেষত জিলাখনৰ অগ্ৰণী মহিলা সংগঠন কেডব্লিউজেএফক সকলো বিৱৰি কয় ৷

পিছত কেডব্লিউ জেএফৰ তৎপৰতাত ভোক্তভোগী মহিলা গৰাকীয়ে ডিফু থানাত গোছৰ দিয়ে

ADVERTISEMENT

ভোক্তভোগীৰ এজাহাৰৰ ভিত্তিত ডিফু থানাত ৩৩/২২ নম্বৰত এক গোছৰ ৰুজো দি ক্ষেত্ৰীৰ ৰিংকু বৰ্মণ আৰু ডিফু বিৰলাৰ ৰিচিম বে’ ক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী

প্ৰাথমিক জেৰাত দুয়োটা লম্পটে নিজৰে দোষ স্বীকাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷দুয়োকে ডিফু আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে মহিলা সংগঠন কেডব্লিউজেএফৰ সভানেত্ৰী বিউলিট বে’পীয়ে দোষীক উপযুক্ত শীস্তি বিহিবলৈ দাবী জনাইছে ৷

 

Like this:

Like Loading...

Related

Tags: মহিলাৰ অশ্লীল ভিডিঅ
Share10Tweet7Send

Related Posts

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2022
52
বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ
KARBI ANGLONG

বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

by News Desk
May 22, 2022
54
খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী
KARBI ANGLONG

খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী

by News Desk
May 22, 2022
52
কাৰ্বি পৰিষদীয় নিৰ্বাচন : ২য় দিনত ১৬খন মনোনয়ন-পত্ৰ দাখিল
KARBI ANGLONG

কাৰ্বি পৰিষদীয় নিৰ্বাচন : ২য় দিনত ১৬খন মনোনয়ন-পত্ৰ দাখিল

by News Desk
May 21, 2022
94
ডিফুত পৰিষদীয় নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা : বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকৰ ক্ষোভ
KARBI ANGLONG

ডিফুত পৰিষদীয় নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা : বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকৰ ক্ষোভ

by News Desk
May 20, 2022
57
কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ বাবে আজি বিভিন্ন দলৰ ৯টা মনোনয়ন পত্ৰ দাখিল
KARBI ANGLONG

কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ বাবে আজি বিভিন্ন দলৰ ৯টা মনোনয়ন পত্ৰ দাখিল

by Staff Reporter
May 21, 2022
58
ADVERTISEMENT
বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

May 22, 2022
52
বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ
KARBI ANGLONG

বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

May 22, 2022
54
খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী
KARBI ANGLONG

খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী

May 22, 2022
52
“বাজিগৰ” ৰ শ্বুটিঙত শিল্পা চেট্টীক শ্বাহৰুখ খানে দিছিল কি পৰামৰ্শ?? জানকঃ
Entertainment

“বাজিগৰ” ৰ শ্বুটিঙত শিল্পা চেট্টীক শ্বাহৰুখ খানে দিছিল কি পৰামৰ্শ?? জানকঃ

May 21, 2022
50
774144
Total views : 4458929
Who's Online : 24
বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

May 22, 2022
বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

May 22, 2022
খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী

খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী

May 22, 2022

Categories

ALL NEWS (17142) Assam (11674) BREAKING NEWS (6428) Business (23) Economy (44) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (470) Entertrainment (240) EXCLUSIVE (122) Fashion (8) Featured (17) Features (26) Guwahati (1711) Health & Fitness (579) Jobs & Career (5) KARBI ANGLONG (1968) Lifestyle (23) literature (16) National-International (3328) NORTHEAST (417) Novels (3) Photo (4) Poems (9) Political (63) Recipes (5) Sports News (279) Stories (4) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: