ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুৰ চন্দ্ৰছিং তেৰণ হাইস্কুলত গুণোৎসৱ পালন : চৌহদত বৃক্ষ ৰোপন

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু

News Desk by News Desk
May 13, 2022
Reading Time: 1 min read
0

New Logo Very Smal 1 | ASSAM TIMES POST
যোৱা 11 মে’ৰ পৰা 14 মে’, 2022 লৈকে ৰাজ্যজুৰি বিদ্যালয়সমূহত অনুষ্ঠিত হৈ থকা গুণোৎসৱৰ আজি তৃতীয় দিনা বিভিন্ন বিদ্যালয়ৰ সমান্তৰালভাৱে কাৰবি আংলং জিলাৰ ডিফুৰ চন্দ্ৰছিং তেৰণ উচ্চ বিদ্যালয়তো গুণোৎসৱ পালন কৰে ।

ডিফু চন্দ্ৰছিং তেৰণ হাইস্কুলএই বিদ্যালয়ত আজি গুণোৎসৱ উপলক্ষে নিৰীক্ষক হিচাপে উপস্থিত থাকে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা মনালিছা ৰংপিপি আৰু তেখেতে প্ৰধান শিক্ষয়িত্ৰী অৰুনিমা পাঠকৰ পৰা বিদ্যালয়খনৰ বিষয়ে বুজ লয় । বিদ্যালয়ৰ তৰফৰ পৰা সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে পৰিচালনা সমিতিৰ সভাপতি মজাহাৰুল ইছলাম. ইচলাম আৰু মাতৃগোটৰ মহিলাসকলো উপস্থিত থাকে ।

RELATED POSTS

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী

গুণোৎসৱ

নিৰীক্ষকগৰাকীয়ে বিদ্যালয়খনৰ বিজ্ঞান লেবৰেটৰী, পুঁথিভঁৰাল আৰু প্ৰতিটো বিষয় নিৰীক্ষণ কৰাৰ লগতে প্ৰতিটো শ্ৰেণীৰেই ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মূল্যায়ন কৰাৰ লগতে বিদ্যালয় চৌহদৰ ভিতৰত বৃক্ষ ৰোপণো কৰে ।

ADVERTISEMENT
ADVERTISEMENT

Like this:

Like Loading...

Related

Tags: গুণোৎসৱ পালন
Share5Tweet3Send

Related Posts

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2022
52
বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ
KARBI ANGLONG

বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

by News Desk
May 22, 2022
54
খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী
KARBI ANGLONG

খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী

by News Desk
May 22, 2022
52
কাৰ্বি পৰিষদীয় নিৰ্বাচন : ২য় দিনত ১৬খন মনোনয়ন-পত্ৰ দাখিল
KARBI ANGLONG

কাৰ্বি পৰিষদীয় নিৰ্বাচন : ২য় দিনত ১৬খন মনোনয়ন-পত্ৰ দাখিল

by News Desk
May 21, 2022
94
ডিফুত পৰিষদীয় নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা : বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকৰ ক্ষোভ
KARBI ANGLONG

ডিফুত পৰিষদীয় নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা : বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকৰ ক্ষোভ

by News Desk
May 20, 2022
57
কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ বাবে আজি বিভিন্ন দলৰ ৯টা মনোনয়ন পত্ৰ দাখিল
KARBI ANGLONG

কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ বাবে আজি বিভিন্ন দলৰ ৯টা মনোনয়ন পত্ৰ দাখিল

by Staff Reporter
May 21, 2022
58
ADVERTISEMENT
কাৰবি পৰিষদীয় নিৰ্বাচনৰ বাবে বিজেপিৰ বহু প্ৰত্যাশিত প্ৰাৰ্থী তালিকা ঘোষণা
Assam

কাৰবি পৰিষদীয় নিৰ্বাচনৰ বাবে বিজেপিৰ বহু প্ৰত্যাশিত প্ৰাৰ্থী তালিকা ঘোষণা

May 22, 2022
50
বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

May 22, 2022
52
বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ
KARBI ANGLONG

বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

May 22, 2022
54
খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী
KARBI ANGLONG

খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী

May 22, 2022
52
774151
Total views : 4459131
Who's Online : 24
কাৰবি পৰিষদীয় নিৰ্বাচনৰ বাবে বিজেপিৰ বহু প্ৰত্যাশিত প্ৰাৰ্থী তালিকা ঘোষণা

কাৰবি পৰিষদীয় নিৰ্বাচনৰ বাবে বিজেপিৰ বহু প্ৰত্যাশিত প্ৰাৰ্থী তালিকা ঘোষণা

May 22, 2022
বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

May 22, 2022
বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

May 22, 2022

Categories

ALL NEWS (17142) Assam (11675) BREAKING NEWS (6428) Business (23) Economy (44) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (470) Entertrainment (240) EXCLUSIVE (122) Fashion (8) Featured (17) Features (26) Guwahati (1711) Health & Fitness (579) Jobs & Career (5) KARBI ANGLONG (1968) Lifestyle (23) literature (16) National-International (3328) NORTHEAST (417) Novels (3) Photo (4) Poems (9) Political (63) Recipes (5) Sports News (279) Stories (4) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: