বোকাজানত হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে ৷আজি পুৱাৰ ভাগতে হাতত কেঁচুৱা লৈ ঘৰৰ পৰা ওলাই আহোঁতে চুলিত ধৰি টানি আনিলে বনৰীয়া হাতীয়ে।
অন্যহাতে তিনি বছৰীয়া কণমানিজনীক সংকটজনক অৱস্থাত ডিমাপুৰ প্ৰেৰণ কৰা হৈছে।বোকাজানৰ ঘৰীয়ালডুবিত সংঘটিত হৈছে এই কৰুণ ঘটনা।