<img class="alignnone size-full wp-image-37666" src="//assamtimespost.in/wp-content/uploads/2020/10/logo_new-2-1.png" alt="" width="151" height="40" /></img> <h2><span style="font-size: 14pt;">শুকুৰবাৰে কাৰবি আংলং জিলাৰ মাঞ্জাৰ উদ্ধাৰ হৈছে বিৰল প্ৰজাতিৰ লাজুকি বান্দৰ ৷ শুকুৰবাৰে মাঞ্জা বজাৰস্থিত কুকি নেছনেল এছেম্বলীৰ সভাপতি তংথাং তাউথাঙৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে লাজুকি বান্দৰটো উদ্ধাৰ কৰা হৈছে ৷ </span></h2> <img class="alignnone wp-image-73329 size-large" src="//assamtimespost.in/wp-content/uploads/2022/05/maxresdefault-77-1024x576.jpg" alt="লাজুকী বান্দৰ " width="1024" height="576" /></img><span style="font-size: 14pt;">তাৰ পিছত এই সন্দৰ্ভত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বনবিভাগৰ সচিব নিৰলা ফাংচপীক অৱগত কৰা হয় ৷ সচিব নিৰলা ফাংচপীৰ নিৰ্দেশ মৰ্মে লাজুকি বান্দৰটো বনবিভাগক আজি হস্তান্তৰ কৰা হয় ৷ </span> <img class="alignnone wp-image-73330 size-full" src="//assamtimespost.in/wp-content/uploads/2022/05/827e340bb768d771847c723089967cde.jpg" alt="বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ " width="640" height="480" /></img><span style="font-size: 14pt;">বনবিভাগৰ লোকে জনোৱা অনুসৰি উদ্ধাৰ লাজুকি বান্দৰটো ভৱিষ্যত প্ৰজন্মই চাবৰ বাবে ধনশিৰি সংৰক্ষিত বনাঞ্চলত এৰি দিয়া হব বুলি বনবিভাগৰ লোকে জানিবলৈ দিছে</span>