শিৱসাগৰৰ আৱৰ্ত ভৱনত আজি পুৱাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ শিৱসাগৰ বিধায়ক অখিল গগৈসহ ৰাইজৰ দল প্ৰতিনিধি।ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰণালয়ৰ উদ্যোগত অসম চৰকাৰে আয়োজন কৰা ‘যোগ উৎসৱ’ অংশগ্ৰহণ কৰিবলৈ যোৱা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে সমষ্টিতো বিধায়ক গৰাকীয়ে।
ইফালে শিৱসাগৰৰ টাই সংগ্রাহালয়ো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।
সংগ্ৰাহালয়তো নতুন ৰূপ দিয়াৰ বাবেও পৰিকল্পনা কৰা বুলি অৱগত কৰে শৰ্মাই।নৱেম্বৰৰ ভিতৰত সংগ্রাহালয়টো সম্প্ৰসাৰণসমূহ ৰূপায়ণ কৰা নিদৰ্শনা মুখ্যমন্ত্ৰী।মুখ্যমন্ত্ৰীক সংগত কৰে বিধায়ক অখিল গগৈয়ে।