শিশুক এনে খাদ্য খুৱাব লাগে যাৰ জৰিয়তে পুষ্টিৰ বিভিন্ন উৎস লাভ কৰে। বহু শিশুই গাখীৰ খাব নিবিচাৰে। বিকাশৰ সময়ত গাখীৰ নাখালে শিশুটিয়ে পুষ্টি লাভত বাধাগ্ৰস্ত হ’ব।
শিশুক নিয়মিত এনে কিছু খাদ্য খুৱাব লাগে যাৰ জৰিয়তে গাখীৰৰ সকলো গুণ শৰীৰে লাভ কৰে।
১) দিনৰ কোনো এটা সময়ত ওট্ছ খুৱাব। ইয়াত ভিটামিন বিৰ উপৰি আছে কিছু স্বাস্থ্যকৰ কার্বোহাইড্রেট।
২) নিয়মিত বিভিন্ন ধৰণৰ বাদাম খালেও একেলগে পুষ্টিৰ বিভিন্ন উপাদান প্রবেশ কৰে শৰীৰত।
৩) এটিকৈ কণী খালে তাৰ জৰিয়তে এন্টি-অক্সিডেন্টৰ পৰা প্রোটিন, ভিটামিন সকলো যায় শৰীৰলৈ।
৫) বিভিন্ন ধৰণৰ দাইল খালে প্রোটিনৰ সৈতে পাব পাৰে আৰু বিভিন্ন ধৰণৰ মিনাৰেল।