নিউজ ডেস্কঃ
অতি শীঘ্ৰেই ৰেচনৰ দোকানত উপলব্ধ হ’ব ছাবছিডিযুক্ত পাঁচ কিলোগ্রামৰ এলিপিজি চিলিণ্ডাৰ। দেশৰ ৰেচন ব্যৱস্থাক উন্নত কৰিবলৈ আৰু ঘৰে ঘৰে গেছ উপলব্ধ কৰাবলৈ এই উদ্যোগ কেন্দ্রৰ।
লগতে আগন্তুক দিনত ৰেচনৰ দোকানবোৰৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ চাউল-গমৰ লগতে দাইল আৰু খোৱা তেলো পোৱা যাব।