ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফুঃকার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙক প্রদান কৰা হৈছে সম্মানীয় ডক্টৰেট ডিগ্রী।
ভাৰত ভার্চুৱেল ইউনিভার্ছিটী ফৰ পীঁচ এণ্ড ডেভেলপমেন্ট শীর্ষক বিশ্ববিদ্যালয়খৰ পৰা মুখ্য কার্যবাহীগৰাকীক এই সন্মানীয় ডিগ্রী
প্রদান কৰা হৈছে। বাংগালােৰৰ চাংগ্রি-লা হােটেলত আজি আয়ােজন কৰা এক আড়ম্বৰপূর্ণ অনুষ্ঠানত ৰংহাঙক এই সন্মান প্রদান কৰা হয়।
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহীগৰাকীয়ে লাভ কৰা এনে সন্মানৰ বাতৰিয়ে পাহাৰীয়া জিলাখনত আনন্দমূখৰ পৰিেৱশৰ সৃষ্টি কৰিছে।