স্বাস্থ্য প্ৰতিবেদন:
কল এনে এবিধ ফল যাক লৈ বিতর্কৰ শেষ নাই। কল খালে ওজন বাঢ়িব নে কমিব, তাক লৈ নানাজনৰ নানা মত। কলত কেলৰি যথেষ্ট পৰিমাণে থাকে। সেইটোৱেই অধিকাংশৰ চিন্তাৰ কাৰণ। এটি কলত থাকে প্রায় ১২১ কেলৰি। কিন্তু উক্ত কেলৰিৰ ভয়ত কল নোখোৱাটো উচিত হ’ব জানো?
জানি লওক দৈনিক কল খালে কি উপকাৰ হয়?
২) এই ফলত থাকে প্রচুৰ পৰিমাণৰ ফাইবাৰ। সেয়ে হৃদৰোগৰ আশঙ্কা কমায়।
৩) বিভিন্ন ধৰণৰ এন্টি-অক্সিডেন্ট থাকে কলত। ফলত দৈনিক কল খালে হার্ট যেনেদৰে ভালে থাকে, তেনেদৰে ছাল আৰু চুলিৰো যত্ন হয়।
৪) ভিটামিন চি-ও থাকে কলত। ফলত বিভিন্ন ধৰণৰ অসুখৰ আশঙ্কা কমে।