ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৫৭৩গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯পজিটিভ চিনাক্ত ।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৭৯১২১ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৭৩ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৪৩ জন কামৰূপ মেট্ৰ’ৰ।বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৭২ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ১১ জন ব্যক্তিৰ৷উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থৰ হাৰ ৯৭.৮৯ শতাংশ।
Summary of 01/9/2021
Today’s Total 573
Overall Positivity Percentage (573 cases out of 79,121 test done = 0.72%)
Kamrup(M) 143
Death 11
Recovery Rate 97.89%
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) September 1, 2021