ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিশিষ্ট গীতিকাৰ, সুৰকাৰ সূৰ্য কুমাৰ ৰাজাৰ গীতৰ সংকলন ‘অহাৰ দৰেই’ উন্মোচন

সূৰ্য কুমাৰ ৰাজাৰ গীতত সমাজৰ বহুতো দিশ প্ৰতিফলিত হৈছে : ড: শৰৎ বৰকটকী

ASSAM TIMES POST by ASSAM TIMES POST
March 1, 2021
Reading Time: 1 min read
A A
0

logo new 2 1 | ASSAM TIMES POST
জিতেন বৰকটকী:

RELATED POSTS

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

নগাঁও  : নগাঁও চহৰৰ কিশলয় ভৱনত আজি‌ আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিশিষ্ট গীতিকাৰ ,সুৰকাৰ সূৰ্য কুমাৰ ৰাজাই ৰচনা কৰা গীতসমূহৰ মাজৰে ১৪৩ গীতক সামৰি প্ৰকাশ কৰি উলিওৱা ‘অহাৰ দৰেই’ শীৰ্ষক এখনি গীতৰ সংকলন উন্মোচন কৰা হয়।

নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট কবি ড: শৰৎ বৰকটকীয়ে গীতৰ সংকলনখন উন্মোচন কৰি কয় যে সূৰ্য কুমাৰ ৰাজাৰ গীতৰ ভাৱ আৰু ভাষা দুয়োটাই চহকী।তেওঁৰ গীতসমূহ শিল্পীগত গুনেৰে সমৃদ্ধ । বিষয়বস্তু জাতীয় পথাৰৰ পৰা উৎপাদিত য’ত মাটি,গছ,লতা আদি সকলোবোৰ সহজ সৰল শব্দ চয়ন ব্যৱহাৰ কৰা হৈছে।

সকলো গীতৰে এটা প্ৰতিক্ৰিয়া আছে। প্ৰতিটো গীতত লোককথা আৰু লোক বিশ্বাস সোমাই আছে। আনহাতে অসমীয়া ভাষা থকালৈকে সূৰ্য কুমাৰ ৰাজাৰ গীত সমূহ থাকিব বুলি উল্লেখ কৰি ড: শৰৎ বৰকটকীয়ে লগতে কয় যে সূৰ্য কুমাৰ ৰাজাৰ গীতত সমাজৰ বহুতো দিশ প্ৰতিফলিত হৈছে । অসমীয়া সাহিত্যৰ প্ৰতি অনবদ্য অৱদান স্বৰূপ এই গীতৰ সংকলনখনে নতুন প্ৰজন্মৰ লগতে সকলোকে চুই যাব বুলিও ড: বৰকটকীয়ে আশা প্ৰকাশ কৰে ।

নগাঁও চহৰৰ অন্যতম সামাজিক- সাংস্কৃতিক অনুষ্ঠান কিশলয়ৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত শিল্পী সূৰ্য কুমাৰ ৰাজাৰ ব্যক্তিত্ব, সৃষ্টি আৰু জীৱন পৰিক্ৰমাৰ ওপৰত আলোকপাত কৰে ক্ৰমে সাংবাদিক জিতেন বৰকটকী, অৱসৰপ্ৰাপ্ত শিক্ষক মুনীন্দ্ৰ কুমাৰ শইকীয়া আৰু শিল্পী চিত্ৰদেৱ মহন্তই ।আনহাতে গ্ৰন্থখনৰ প্ৰকাশক দীপা বৰা ৰাজা আৰু সম্পাদক উজ্জ্বলজ্যোতি দাসেও সভাত ভাষণ দিয়ে।

অনুষ্ঠানৰ আৰম্ভনিতে সূৰ্য কুমাৰ ৰাজা ৰচিত গীত পৰিৱেশন কৰে ক্ৰমে শিল্পী আৰিফুল হক, ইন্দ্ৰাণী বৰা আৰু নয়নমণি ডেকাই। কিশলয়ৰ পাপুল বৰাই আঁত ধৰা সভাখনত গীতিকাৰ সূৰ্য কুমাৰ ৰাজা, সমাজ সেৱক মুকুট ভুঞা, পুনিৰাম শইকীয়া, তাৰিনী শৰ্মা, দীপ্তি দেৱী শৰ্মা, কবি প্ৰয়াগ শইকীয়া,নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য সাহিত্যিক, সাংবাদিক উজ্জ্বলজ্যোতি দাসে সম্পাদনা কৰা গীতৰ সংকলনখনি প্ৰকাশ কৰি উলিয়াইছে শিল্পী সূৰ্য কুমাৰ ৰাজাৰ সহধৰ্মিণী দীপা বৰা ৰাজাই।

Tags: Featured2
Share4Tweet3Send

Related Posts

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
ADVERTISEMENT
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

June 9, 2026
50
‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম
National-International

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

June 9, 2026
50
Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ
National-International

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

June 9, 2026
50
Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী
National-International

Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

June 9, 2026
‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

June 9, 2026
Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx