স্বাস্থ্য প্ৰতিবেদন:
ডায়েবেটিছত কেঁচা হালধি এটি নিৰাময়ৰ যৌগ। আপুনি যদি ডায়েবেটিচ ৰোগী হয় আৰু ইয়াৰ পৰা মুক্তি পাব বিচাৰে তেতিয়াহ’লে আপুনি কেঁচা হালধি খোৱা উচিত।
ওজন কমোৱাত সহায়ক
ওজন বৃদ্ধি কমাবলৈ কেঁচা হালধি খোৱাৰ পৰামর্শ দিয়ে বিশেষজ্ঞসকলে। কাকুর্মিনে অতিৰিক্ত ফেট বার্ন কৰে। বৰ্ধিত ওজন ইয়াৰ দ্বাৰা নিয়ন্ত্রণ কৰিব পৰা যায়। ইয়াৰ বাবে কেঁচা হালধি পিচি গাখীৰৰ সৈতে খাব লাগে।