নিউজ ডেক্স:
এইবাৰ বাঁহৰ পৰা চাউল উৎপাদন কৰি দেশৰ ভিতৰতে বিৰল দৃষ্টান্ত দাঙি ধৰিলে ত্রিপুৰাই। অৱশ্যে ইয়াৰ পূৰ্বে বাঁহৰ পৰা বিস্কুট তৈয়াৰ হৈছে ৰাজ্যখনত।এই চাউলৰ আনুষ্ঠানিকভাৱে বজাৰলৈ উলিয়াই দি ত্ৰিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱে বাঁহৰ পৰা চাউল আৰু বিস্কুটৰ উৎপাদনক আর্থিকভাবে লাভজনক বুলি মন্তব্য কৰে।
আছে পর্যাপ্ত ভিটামিন। ত্ৰিপুৰা বিধানসভা সচিবালয়ত মুখ্যমন্ত্রীৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত ত্রিপুৰা বেম্ব’ ৰাইচ মাৰ্কেটিঙৰ ওপৰত গুৰুত্ব দিয়ে মুখমন্ত্রীগৰাকীয়ে।