ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CID at Mamta residence : মমতাৰ ঘৰ, তৃণমূলৰ কাৰ্যালয়ত চিআইডিৰ অভিযান; অভিষেকৰ কাৰ্যালয়তো অভিযান

News Desk by News Desk
June 9, 2026
Reading Time: 1 min read
A A
0
CID at Mamta residence : মমতাৰ ঘৰ, তৃণমূলৰ কাৰ্যালয়ত চিআইডিৰ অভিযান; অভিষেকৰ কাৰ্যালয়তো অভিযান

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

কালিঘাটৰ তৃণমূল কাৰ্যালয়ত (Kalighat Trinamool Office) মঙলবাৰে উপস্থিত হয় চিআইডি (CID)ৰ দল। এই কাৰ্যালয়টো প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল নেত্ৰী মমতা বেনাৰ্জীৰ ঘৰৰ গাতে লাগি আছে। জাল স্বাক্ষৰ গোচৰৰ তদন্তৰ ভিত্তিত মঙলবাৰে বিয়লি ৰাজ্যৰ চোৰাংচোৱা বিভাগে তৃণমূলৰ কাৰ্যালয়লৈ যায়। আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীও তেওঁলোকৰ লগত আছিল। অৱশ্যে চিআইডিয়ে প্ৰথমে কাৰ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিলে। প্ৰায় এঘণ্টা কাৰ্যালয়টোত থকা তৃণমূল নেতাৰ লগত তৰ্ক-বিতৰ্কৰ অন্তত তেওঁলোকে প্ৰৱেশ কৰিবলৈ সক্ষম হয়। আনহাতে, চিআইডিৰ দলটোৱে তৃণমূলৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ কেমেক ষ্ট্ৰীটৰ কাৰ্যালয়তো উপস্থিত হয়।

মঙলবাৰে বিয়লি কালিঘাটৰ তৃণমূলৰ কাৰ্যালয়ত উপস্থিত হয় চিআইডিৰ এটা বৃহৎ দল। মহিলা আৰক্ষীকো বাছেৰে লৈ যোৱা হয়। অৱশ্যে চিআইডিৰ দলটোৱে প্ৰথমে কিছু সময় কাৰ্যালয়ৰ বাহিৰত থিয় হৈ থাকিবলগীয়া হয়। গেটেৰে ওলাই আহি তৃণমূলৰ প্ৰাক্তন সাংসদ তথা দলৰ কোষাধ্যক্ষ সুভাষী চক্ৰৱৰ্তীয়ে চিআইডিৰ দলটোৰ লগত বিবাদত লিপ্ত হয়। মমতা আৰু অভিষেক দিল্লীত আছে বুলি দাবী কৰে সুভাষীয়ে। তেওঁলোকৰ অনুপস্থিতিত কাৰ্যালয় চোৱাচিতাৰ দায়িত্ব তেওঁৰ ওপৰত। যিহেতু মমতা আৰু অভিষেক কলকাতাত নাই, সেয়েহে তেওঁ চিআইডিক কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ দিব নোৱাৰে বুলি কয়।

mamata | ASSAM TIMES POST
মমতাৰ ঘৰ, তৃণমূলৰ কাৰ্যালয়ত চিআইডিৰ অভিযান; অভিষেকৰ কাৰ্যালয়তো অভিযান

ইফালে চিআইডিৰ দলটোৱে সুভাষীক বাৰে বাৰে কয় যে তেওঁলোক তালাচী চলাবলৈ আহিছে। তাত কোন কোন উপস্থিত আছে তাৰ লগত তদন্তৰ কোনো সম্পৰ্ক নাই। অভিষেকলৈ প্ৰেৰণ কৰা জাননীখন চিআইডিৰ দলটোৱে লগত লৈ আহিছিল। সেই জাননী তেওঁলোকে সুভাষীক দেখুৱাই অনুসন্ধানৰ অনুমতি বিচাৰে। কিন্তু সুভাষীয়ে কয় যে তেওঁ কাকো ভিতৰলৈ সোমাবলৈ দিব নোৱাৰে। তেওঁ কয়, “যিসকল ইয়াত নাই তেওঁলোকৰ অফিচত কেনেকৈ সোমাবলৈ দিম?”

উল্লেখ্য যে বিজেপিবিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ বৈঠকত অংশগ্ৰহণৰ বাবে বৰ্তমান দিল্লীত আছে মমতা আৰু অভিষেক। ইয়াৰ মাজতে চিআইডিৰ দলটো কালিঘাটৰ তৃণমূলৰ কাৰ্যালয়লৈ যায়।

জাল স্বাক্ষৰ গোচৰৰ তদন্তৰ ভিত্তিত চিআইডিয়ে প্ৰথমে ৩০ মে’ত কালিঘাটৰ অভিষেকৰ ঘৰলৈ গৈছিল। ১ জুনত তৃণমূলৰ সাংসদগৰাকীক চিআইডিৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু অভিষেক হাজিৰ ন’হৈ চিআইডিৰ পৰা ১৪ দিনৰ সময় বিচাৰিছিল। অৱশ্যে অভিষেকক সময় নিদিলে চিআইডিয়ে। ১ জুনত পুনৰ কালিঘাট ঘৰলৈ গৈ চিআইডিয়ে সাত দিনৰ ভিতৰত হাজিৰ হ’বলৈ নিৰ্দেশ দি জাননী দিয়ে। কিন্তু সোমবাৰেও উপস্থিত নহ’ল অভিষেক।

Tags: CIDatMamtaresidence
Share4Tweet3Send

Related Posts

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

by Staff Reporter
June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

by News Desk
June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

by News Desk
June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

ADVERTISEMENT
নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ
National-International

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT