ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ujjwala Gas : আৰু হ্ৰাস পালে উজলাত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা, বছৰি মাত্ৰ চাৰিটা চিলিণ্ডাৰহে লাভ কৰিব

News Desk by News Desk
June 9, 2026
Reading Time: 1 min read
A A
0
Ujjwala Gas : আৰু হ্ৰাস পালে উজলাত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা, বছৰি মাত্ৰ চাৰিটা চিলিণ্ডাৰহে লাভ কৰিব

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে

TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা

দেশৰ দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে আৰম্ভ কৰা উজলা আঁচনি (Ujjwala Gas plan)ৰ অধীনত পুনৰ ৰাজসাহায্যযুক্ত গেছ (Subsidized gas) চিলিণ্ডাৰৰ সুবিধা হ্ৰাস (Cylinder capacity reduction) কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে। প্ৰধানমন্ত্ৰী উজলা যোজনাৰ অধীনত গ্ৰাহকে এতিয়া বছৰি কেৱল চাৰিটা চিলিণ্ডাৰহে (Four cylinders) লাভ কৰিব। এতিয়ালৈকে গ্ৰাহকে বছৰি ৯টা ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিছিল।

সংবাদ সংস্থা পিটিআয়ে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব প্ৰবীণ মাল খানুজাৰ উদ্ধৃতি দি কয় যে সংশোধিত চিলিণ্ডাৰৰ সংখ্যা মূলতঃ উজলা যোজনাৰ গ্ৰাহকৰ গড় বাৰ্ষিক ব্যৱহাৰৰ প্ৰতিফলন। তেওঁ কয়, “চৰকাৰে নিৰ্ধাৰণ কৰা প্ৰতিটো চিলিণ্ডাৰৰ যোগানৰ খৰচৰ তুলনাত গ্ৰাহকে প্ৰায় বহুখিনি সহায় পায়।”

gas | ASSAM TIMES POST
উজলাত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা হ্ৰাস, বছৰি মাত্ৰ চাৰিটা চিলিণ্ডাৰহে লাভ কৰিব

২০১৬ চনৰ মে’ মাহত সমগ্ৰ দেশতে মুকলি কৰা হৈছিল মোদীৰ উজলা যোজনা। সেই সময়ত গ্ৰাহকে বছৰি ১২টা ৰাজসাহায্যযুক্ত ১৪.২ কেজি চিলিণ্ডাৰ লাভ কৰিছিল। যোৱা বছৰৰ আগষ্ট মাহত কেন্দ্ৰীয় কেবিনেট বৈঠকৰ পিছত জাৰি কৰা এক অধিসূচনাত কোৱা হৈছিল যে উজলাৰ গ্ৰাহকে বছৰি ৯টা চিলিণ্ডাৰত ৰাজসাহায্য লাভ কৰিব। এইবাৰ সেই সংখ্যা চাৰিলৈ হ্ৰাস কৰা হৈছে।

দুদিনমান আগতে ৰন্ধন গেছৰ দাম ২৯ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ঘোষণা কৰা হৈছিল। ইয়াৰ লগে লগে তিনিমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য। ৰন্ধন গেছৰ মূল্যবৃদ্ধি সন্দৰ্ভত পেট্ৰ’লিয়াম মন্ত্ৰালয়ে জনাইছে যে দেশৰ পৰিয়ালসমূহে এতিয়াও কম দামত ৰন্ধন গেছ লাভ কৰি আছে। তাৰ তুলনাত চুবুৰীয়া দেশ আৰু বহু উন্নত দেশত ৰন্ধন গেছৰ দাম এই দেশতকৈ বহু বেছি। লগতে কয় যে প্ৰধানমন্ত্ৰী উজলা যোজনাৰ অধীনত এজন গ্ৰাহকে ৬৪২ টকাত ১৪.২ কেজি ৰন্ধন গেছ পায়। ইয়াৰ পিছদিনাই উজলা যোজনাৰ অধীনত কেন্দ্ৰই বাৰ্ষিক চিলিণ্ডাৰৰ সংখ্যা হ্ৰাস কৰে।

Tags: Ujjwala Gas
Share4Tweet3Send

Related Posts

Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী
National-International

Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

by News Desk
June 9, 2026
50
Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে
National-International

Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে

by Staff Reporter
June 9, 2026
50
TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা
National-International

TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা

by Staff Reporter
June 9, 2026
50
Visakhapatnam industrial accident I বিশাখাপট্টনমৰ তীখা কাৰখানাত দুৰ্ঘটনা, কমেও ৮ জনৰ মৃত্যু
National-International

Visakhapatnam industrial accident I বিশাখাপট্টনমৰ তীখা কাৰখানাত দুৰ্ঘটনা, কমেও ৮ জনৰ মৃত্যু

by Staff Reporter
June 9, 2026
50
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ
National-International

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

by News Desk
June 8, 2026
50
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল
National-International

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

by News Desk
June 8, 2026
50
ADVERTISEMENT
Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী
National-International

Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

June 9, 2026
50
Ujjwala Gas : আৰু হ্ৰাস পালে উজলাত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা, বছৰি মাত্ৰ চাৰিটা চিলিণ্ডাৰহে লাভ কৰিব
National-International

Ujjwala Gas : আৰু হ্ৰাস পালে উজলাত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা, বছৰি মাত্ৰ চাৰিটা চিলিণ্ডাৰহে লাভ কৰিব

June 9, 2026
50
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

June 9, 2026
Ujjwala Gas : আৰু হ্ৰাস পালে উজলাত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা, বছৰি মাত্ৰ চাৰিটা চিলিণ্ডাৰহে লাভ কৰিব

Ujjwala Gas : আৰু হ্ৰাস পালে উজলাত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা, বছৰি মাত্ৰ চাৰিটা চিলিণ্ডাৰহে লাভ কৰিব

June 9, 2026
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx