ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi : ইৰাণ সংঘাত : সংযুক্ত আৰব আমিৰশ্বাহীৰ পাছত ছৌদি যুৱৰাজ আৰু বাহৰেইনৰ ৰজাৰ সৈতে ফোনযোগে বাৰ্তালাপ মোদীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 3, 2026
Reading Time: 1 min read
A A
0
PM Modi : ইৰাণ সংঘাত : সংযুক্ত আৰব আমিৰশ্বাহীৰ পাছত ছৌদি যুৱৰাজ আৰু বাহৰেইনৰ ৰজাৰ সৈতে ফোনযোগে বাৰ্তালাপ মোদীৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণে পশ্চিম-এছিয়াত যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ফলত অঞ্চলটোত কৰ্মৰত লাখ লাখ ভাৰতীয় নাগৰিকৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এনে পৰিস্থিতিত দেওবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM MOdi)য়ে সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে ফোনযোগে কথা পাতিছিল। সোমবাৰে তেওঁ চৌদি আৰৱৰ (Prince of Saudi Arabia) যুৱৰাজ মহম্মদ বিন ছলমান (Mohammed bin Salman) আৰু বাহৰেইনৰ ৰজা (King of Bahrain) হামাদ বিন ইছা আল খলিফা (Hamad bin Isa Al Khalifa)ৰ সৈতেও কথা পাতে (Even then, speaks)। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে তিনিওখন দেশৰ ওপৰত ইৰাণৰ আক্ৰমণৰ পিছত তেওঁ এই আলোচনা কৰিছে। ‌

ছলমানৰ সৈতে হোৱা আলোচনা সন্দৰ্ভত সোমবাৰে ছ’চিয়েল মিডিয়াত মোদীয়ে লিখিছে, “চৌদি আৰৱৰ যুৱৰাজ মহম্মদ বিন ছালমানৰ সৈতে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিলোঁ। শেহতীয়াকৈ ছৌদি আৰৱৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক উলংঘা কৰা আক্ৰমণক ভাৰতে গৰিহণা দিয়ে। আমি এই কথাত একমত হওঁ যে আঞ্চলিক শান্তি আৰু স্থিতিশীলতাৰ শীঘ্ৰে সম্ভৱপৰ পুনৰুদ্ধাৰ সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। মই তেওঁক ধন্যবাদ জনাইছো যে তেওঁ এই কঠিন সময়ত ভাৰতীয় জনসাধাৰণৰ কল্যাণৰ বাবে বিষয়টো চোৱাচিতা কৰিছে।”

bharain king and 1 | ASSAM TIMES POST
ছৌদি যুৱৰাজ আৰু বাহৰেইনৰ ৰজাৰ সৈতে ফোনযোগে বাৰ্তালাপ মোদীৰ

এই সম্পৰ্কে মোদীয়ে দেওবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টত লিখিছে, ”সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি মোৰ ভাতৃ শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে কথা পাতিছিলোঁ। সংযুক্ত আৰব আমিৰশ্বাহীৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দি এই আক্ৰমণত প্ৰাণ হেৰুওৱাৰ বাবে শোক প্ৰকাশ কৰে। এই কঠিন সময়ত ভাৰত ইউ এ ইৰ কাষত থিয় দিছে।”

আনহাতে, বাহৰেইনৰ ৰজা হামাদৰ সৈতে হোৱা আলোচনাত মোদীয়ে দেশখনত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্রমণকো গৰিহণা দিয়ে৷ ইয়াৰ উপৰি ইৰাণৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ বাবেও তেওঁ শোক প্ৰকাশ কৰে।

Tags: PMModiGulf
Share4Tweet3Send

Related Posts

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক
National-International

by News Desk
March 14, 2026
50
Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ
National-International

Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

by News Desk
March 14, 2026
50
Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক
National-International

Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

by News Desk
March 14, 2026
50
Iran Air attack : ছৌদিৰ বিমান ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ : পাঁচখন আমেৰিকান সামৰিক বিমান গুলীয়াই ভূপতিত

Signal cable theft : চোৰৰ উপদ্ৰৱত দিল্লীৰ মেট্ৰ’ সেৱা ব্যাহত : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰাৰ পাছত ১,০০০ মিটাৰ কেবোল চুৰি

Loco Pilot : তিনি বছৰত প্ৰায় ৪০,০০০ খালী পদ সৃষ্টি, মাত্ৰ ১৫,০০০ লোকো-পাইলট নিযুক্তি : সংসদত ৰে’ল মন্ত্ৰী

ADVERTISEMENT
Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক
National-International

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

March 14, 2026
50
Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ
National-International

Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

March 14, 2026
50
Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক
National-International

Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

March 14, 2026
50
Iran Air attack : ছৌদিৰ বিমান ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ : পাঁচখন আমেৰিকান সামৰিক বিমান গুলীয়াই ভূপতিত
National-International

Iran Air attack : ছৌদিৰ বিমান ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ : পাঁচখন আমেৰিকান সামৰিক বিমান গুলীয়াই ভূপতিত

March 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

March 14, 2026
Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

March 14, 2026
Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

March 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT