ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Umar Khalid issue I কাৰাবন্দী ওমৰ খালিদলৈ পত্ৰ, নিউয়ৰ্কৰ ভাৰতীয় মূলৰ মেয়ৰৰ ওপৰত অসন্তুষ্ট ভাৰত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 10, 2026
Reading Time: 1 min read
A A
0
Umar Khalid issue I কাৰাবন্দী ওমৰ খালিদলৈ পত্ৰ, নিউয়ৰ্কৰ ভাৰতীয় মূলৰ মেয়ৰৰ ওপৰত অসন্তুষ্ট ভাৰত

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Indian Open : ইণ্ডিয়া অপেন, শ্ৰীকান্তৰ পৰাজয়, মহিলাৰ একক অভিযান সমাপ্ত

Air India : পুনৰ যান্ত্ৰিক বিজুতি, ছিংগাপুৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানৰ দিল্লীত জৰুৰীকালীন অৱতৰণ

Iran crisis : প্ৰতিবাদৰ মাজতে ভাৰতৰ নাগৰিকক ইৰাণ এৰিবলৈ পৰামৰ্শ, ভ্ৰমণৰ সতৰ্কবাণী জাৰি

নিউয়ৰ্কৰ ভাৰতীয় মূলৰ মেয়ৰ জোহৰান মামদানীক লৈ অসন্তুষ্ট নতুন দিল্লী। শেহতীয়াকৈ মামদানীয়ে ভাৰতৰ কাৰাগাৰত বন্দী ওমৰ খালিদলৈ (Omar Khalid) এখন পত্ৰ লিখিছিল। সেইবাবেই অসন্তুষ্ট ভাৰত চৰকাৰ। লগতে ভাৰতৰ ন্যায়িক ব্যৱস্থা সন্দৰ্ভতো তেওঁলৈ এক বলিষ্ঠ বাৰ্তা দিয়া হৈছে।

Umar Khalid issue I
কাৰাবন্দী ওমৰ খালিদলৈ পত্ৰ, নিউয়ৰ্কৰ ভাৰতীয় মূলৰ মেয়ৰৰ ওপৰত অসন্তুষ্ট ভাৰত:

উল্লেখ্য যে ওমৰৰ পিতৃ-মাতৃয়ে যোৱা ডিচেম্বৰ মাহত আমেৰিকাত মামদানীক লগ পাইছিল। সেই সময়ত মামদানীয়ে ওমৰক সমৰ্থন কৰি নিজ হাতেৰে এখন চুটি পত্ৰ লিখিছিল। নিউয়ৰ্কৰ মেয়ৰে লিখা এই পত্ৰখন কিছুদিন পূৰ্বে ৰাজহুৱা হয়।

ওমৰৰ জামিন গোচৰৰ শুনানিৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত ওমৰৰ প্ৰেমিকা বনজ্যোৎস্না লাহিৰীয়ে দাখিল কৰা এই পত্ৰ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে। ইয়াৰ পিছতে আৰম্ভ হয় বিতৰ্ক।
শুকুৰবাৰে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালক সাংবাদিকৰ মুখামুখি হোৱাত মামদানীৰ পত্ৰৰ বিষয়ে সোধা হয়।

তেওঁ মামদানীৰ নাম উল্লেখ নকৰাকৈ কয়, “আমি আশা কৰিছোঁ যে জনপ্ৰতিনিধিসকলে আন দেশৰ গণতন্ত্ৰৰ ন্যায়িক ব্যৱস্থাক সন্মান কৰিব। বিশেষকৈ বিশেষ পদত থকাসকলে ব্যক্তিগত পক্ষপাতিত্ব প্ৰকাশ কৰাটো উপযুক্ত নহয়। তেওঁলোকে এনে মন্তব্য কৰাৰ পৰিৱৰ্তে নিজৰ কৰ্তব্য পালনত মনোনিবেশ কৰিব লাগে।” উল্লেখ্য যে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰক ২০২০ চনত গ্ৰেপ্তাৰ কৰা হৈছিল।

দিল্লী আৰক্ষীৰ অভিযোগ যে ২০২০ চনৰ দিল্লী হিংসাৰ অন্যতম মূল ষড়যন্ত্ৰকাৰী আছিল ওমৰ। আন এজন প্ৰাক্তন ছাত্ৰ নেতা শ্বাৰ্জিল ইমামো তেওঁৰ সৈতে জে’লত আছে। সোমবাৰে উচ্চতম ন্যায়ালয়ত তেওঁলোকৰ জামিন গোচৰৰ শুনানি গ্ৰহণ কৰা হয়। উচ্চতম ন্যায়ালয়ে ৭ অভিযুক্তৰ ভিতৰত ৫ জনক জামিন মঞ্জুৰ কৰিছে।

ওমৰ আৰু শ্বাৰ্জিলে জামিন লাভ কৰা নাই। কমেও এবছৰৰ পাছত পুনৰ জামিনৰ বাবে আবেদন কৰিব পাৰিব বুলি আদালতে জানিবলৈ দিয়ে। এই গোচৰৰ একাংশ সুৰক্ষিত সাক্ষীৰ জেৰা এতিয়াও বাকী আছে। যদি সেই জেৰা এবছৰৰ আগতে সম্পূৰ্ণ হয়, তেন্তে নতুন জামিন আবেদন দাখিল কৰিব পাৰিব।

মামদানীয়ে ওমৰলৈ লিখা পত্ৰখনত লিখিছে, “প্ৰিয় ওমৰ, আপুনি তিক্ততাৰ বিষয়ে কোৱা কথাবোৰ মোৰ প্ৰায়ে মনত পৰে। আপুনি কৈছিল যেন তিক্ততাই যেন কেতিয়াও মানুহৰ সত্তাক গ্ৰাস নকৰে সেয়া অতি প্ৰয়োজনীয়। আপোনাৰ পিতৃ-মাতৃক লগ পাই ভাল লাগিল। আমি সকলোৱে আপোনাৰ কথা ভাবি আছোঁ।” তেওঁৰ এই মন্তব্যতে অসন্তুষ্ট ভাৰত।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: কাৰাবন্দী ওমৰ খালিদলৈ পত্ৰনিউয়ৰ্কৰ ভাৰতীয় মূলৰ মেয়ৰৰ ওপৰত অসন্তুষ্ট ভাৰত
Share5Tweet3Send

Related Posts

Indian Open : ইণ্ডিয়া অপেন, শ্ৰীকান্তৰ পৰাজয়, মহিলাৰ একক অভিযান সমাপ্ত
National-International

Indian Open : ইণ্ডিয়া অপেন, শ্ৰীকান্তৰ পৰাজয়, মহিলাৰ একক অভিযান সমাপ্ত

by News Desk
January 15, 2026
50
Air India : পুনৰ যান্ত্ৰিক বিজুতি, ছিংগাপুৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানৰ দিল্লীত জৰুৰীকালীন অৱতৰণ
National-International

Air India : পুনৰ যান্ত্ৰিক বিজুতি, ছিংগাপুৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানৰ দিল্লীত জৰুৰীকালীন অৱতৰণ

by News Desk
January 15, 2026
50
Iran crisis : প্ৰতিবাদৰ মাজতে ভাৰতৰ নাগৰিকক ইৰাণ এৰিবলৈ পৰামৰ্শ, ভ্ৰমণৰ সতৰ্কবাণী জাৰি
National-International

Iran crisis : প্ৰতিবাদৰ মাজতে ভাৰতৰ নাগৰিকক ইৰাণ এৰিবলৈ পৰামৰ্শ, ভ্ৰমণৰ সতৰ্কবাণী জাৰি

by News Desk
January 15, 2026
50
ED : নিৰ্বাচনৰ আগমূহূৰ্তত কিয় ইডিৰ তালাচী? উচ্চতম ন্যায়ালয়ৰ শুনানিত প্ৰশ্ন ছিবালৰ
National-International

ED : নিৰ্বাচনৰ আগমূহূৰ্তত কিয় ইডিৰ তালাচী? উচ্চতম ন্যায়ালয়ৰ শুনানিত প্ৰশ্ন ছিবালৰ

by News Desk
January 15, 2026
50
Home Ministry : BSF, NIA আৰু ITBPৰ শীৰ্ষ পদত সালসলনি
National-International

Home Ministry : BSF, NIA আৰু ITBPৰ শীৰ্ষ পদত সালসলনি

by News Desk
January 15, 2026
50
Tension between Iran and the US : “এইবাৰ গুলী মিছ নহ’ব।” ট্ৰাম্পৰ হত্যাৰ ভাবুকি ইৰানৰ
National-International

Tension between Iran and the US : “এইবাৰ গুলী মিছ নহ’ব।” ট্ৰাম্পৰ হত্যাৰ ভাবুকি ইৰানৰ

by News Desk
January 15, 2026
50
ADVERTISEMENT
Indian Open : ইণ্ডিয়া অপেন, শ্ৰীকান্তৰ পৰাজয়, মহিলাৰ একক অভিযান সমাপ্ত
National-International

Indian Open : ইণ্ডিয়া অপেন, শ্ৰীকান্তৰ পৰাজয়, মহিলাৰ একক অভিযান সমাপ্ত

January 15, 2026
50
Air India : পুনৰ যান্ত্ৰিক বিজুতি, ছিংগাপুৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানৰ দিল্লীত জৰুৰীকালীন অৱতৰণ
National-International

Air India : পুনৰ যান্ত্ৰিক বিজুতি, ছিংগাপুৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানৰ দিল্লীত জৰুৰীকালীন অৱতৰণ

January 15, 2026
50
Iran crisis : প্ৰতিবাদৰ মাজতে ভাৰতৰ নাগৰিকক ইৰাণ এৰিবলৈ পৰামৰ্শ, ভ্ৰমণৰ সতৰ্কবাণী জাৰি
National-International

Iran crisis : প্ৰতিবাদৰ মাজতে ভাৰতৰ নাগৰিকক ইৰাণ এৰিবলৈ পৰামৰ্শ, ভ্ৰমণৰ সতৰ্কবাণী জাৰি

January 15, 2026
50
ED : নিৰ্বাচনৰ আগমূহূৰ্তত কিয় ইডিৰ তালাচী? উচ্চতম ন্যায়ালয়ৰ শুনানিত প্ৰশ্ন ছিবালৰ
National-International

ED : নিৰ্বাচনৰ আগমূহূৰ্তত কিয় ইডিৰ তালাচী? উচ্চতম ন্যায়ালয়ৰ শুনানিত প্ৰশ্ন ছিবালৰ

January 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Open : ইণ্ডিয়া অপেন, শ্ৰীকান্তৰ পৰাজয়, মহিলাৰ একক অভিযান সমাপ্ত

Indian Open : ইণ্ডিয়া অপেন, শ্ৰীকান্তৰ পৰাজয়, মহিলাৰ একক অভিযান সমাপ্ত

January 15, 2026
Air India : পুনৰ যান্ত্ৰিক বিজুতি, ছিংগাপুৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানৰ দিল্লীত জৰুৰীকালীন অৱতৰণ

Air India : পুনৰ যান্ত্ৰিক বিজুতি, ছিংগাপুৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানৰ দিল্লীত জৰুৰীকালীন অৱতৰণ

January 15, 2026
Iran crisis : প্ৰতিবাদৰ মাজতে ভাৰতৰ নাগৰিকক ইৰাণ এৰিবলৈ পৰামৰ্শ, ভ্ৰমণৰ সতৰ্কবাণী জাৰি

Iran crisis : প্ৰতিবাদৰ মাজতে ভাৰতৰ নাগৰিকক ইৰাণ এৰিবলৈ পৰামৰ্শ, ভ্ৰমণৰ সতৰ্কবাণী জাৰি

January 15, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13893) BREAKING NEWS (6491) Business (34) crime (25) cultural (5) Digital Transformation (3) Dima Hasao (1) DIPHU (4) Economy (99) Editorial (17) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2061) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3538) Lifestyle (24) literature (16) Music (1) National-International (11308) NORTHEAST (890) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (500) Stories (16) Tech (14) Technology (2) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d