ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indrani Bora case I ইন্দ্ৰানীৰ ৭ কোটি চুৰি কৰিলে দুই পুত্ৰই, শ্বীনা বৰা হত্যাকাণ্ডত কন্যাৰ দাবী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 3, 2025
Reading Time: 1 min read
A A
0
Indrani Bora case I ইন্দ্ৰানীৰ ৭ কোটি চুৰি কৰিলে দুই পুত্ৰই, শ্বীনা বৰা হত্যাকাণ্ডত কন্যাৰ দাবী

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

আদালতত যুঁজিবলৈ ধন নাছিল ইন্দ্ৰানী মুখাৰ্জীৰ (Indranee Mukherjee) হাতত। কাৰণ তেওঁৰ দুই পুত্ৰ ৰাহুল আৰু ৰবীন মুখাৰ্জীয়ে মাতৃৰ পৰা সকলো দামী গহনা চুৰি কৰি লৈ গৈছিল। শ্বীনা বৰা হত্যাকাণ্ডৰ অন্যতম সাক্ষী বিধি মুখাৰ্জীয়ে মঙলবাৰে আদালতত এই দাবী উত্থাপন কৰে।
Indrani Bora case I 
ইন্দ্ৰানীৰ ৭ কোটি চুৰি কৰিলে দুই পুত্ৰই, শ্বীনা বৰা হত্যাকাণ্ডত কন্যাৰ দাবী:

একে সময়তে ইন্দ্ৰানীৰ কন্যাই তদন্তকাৰী সংস্থাটোৰ বিৰুদ্ধেও চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে তেওঁৰ বক্তব্য অনুসৰি তদন্তৰ নথি-পত্ৰত চি বি আয়ে সংলগ্ন কৰা নথি-পত্ৰ সকলো ভুৱা আৰু ৰচনা কৰা।

মঙলবাৰে চি বি আইৰ বিশেষ আদালতত শ্বীনা বৰা হত্যাকাণ্ডৰ শুনানি অনুষ্ঠিত হয়। তাত ইন্দ্ৰানী আৰু প্ৰাক্তন স্বামী সঞ্জীৱ খান্নাৰ কন্যা বিধিয়ে কয় যে মাতৃৰ সঞ্চয় প্ৰায় একোৱেই নাই। কাৰণ তেওঁৰ সতীয়া পুত্ৰ দুজনে জমা ধন আৰু গহনা আত্মসাৎ কৰিছিল। ন্যায়াধীশ জে পি দাৰেকৰৰ আদালতত বিধিয়ে কয়, “পিটাৰ মুখাৰ্জীৰ দুই পুত্ৰই মোৰ মাৰ পৰা সকলো চুৰি কৰি লৈ গ’ল।”

তেওঁ লগতে কয়, “দুয়োজনৰ স্পষ্ট উদ্দেশ্য আছিল ইন্দ্ৰাণী মুখাৰ্জীক (যি এতিয়া জামিনত বাহিৰত) এটা ভুৱা গোচৰত জড়িত কৰা। সেই সময়ত দুয়োৰে আৰ্থিক অৱস্থা ভাল নাছিল।

ৰাহুল মুখাৰ্জী নিবনুৱা আছিল। ৰবীন মুখাৰ্জীও আৰ্থিক অসুবিধাৰ মাজেৰে পাৰ হৈ আছিল। এনে পৰিস্থিতিত তেওঁলোকে মাতৃৰ ধন আৰু গহনা চুৰি কৰিবলৈ বিচাৰি আছিল।” বিধিয়ে দাবী কৰে যে এই কাৰণতে হয়তো দুই পুত্ৰই মাতৃক কোনো কাৰণতে জে’লৰ পৰা মুকলি কৰি দিয়াত বাধা দিবলৈ চেষ্টা কৰিছিল।

উল্লেখ্য যে ২৫ বছৰীয়া শ্বীনা বৰাই মুম্বাইত কাম কৰিছিল। ২০১২ চনৰ ২৪ এপ্ৰিলত নিৰুদ্দেশ হোৱা শ্বীনাক ২০১২ চনত মাতৃ ইন্দ্ৰাণী মুখাৰ্জী, প্ৰাক্তন স্বামী সঞ্জীৱ খান্না আৰু চালক শ্যামৱৰ ৰায়ে ডিঙি চেপি হত্যা কৰা বুলি চি বি আইৰ দাবী। ইয়াৰ পিছত মৃতদেহটো পেন গাঁৱলৈ নি জ্বলাই দিয়ে। ২০১২ চনত পেন আৰক্ষীয়ে হাড়বোৰ উদ্ধাৰ কৰি জে জে হাস্পতাললৈ প্ৰেৰণ কৰে।

তাতে ফৰেনছিক পৰীক্ষা কৰা হয়। কিন্তু বহুদিন ধৰি চিনাক্ত হোৱা নাছিল । ইন্দ্ৰানীৰ চালক শ্যামৱৰক ২০১৫ চনত গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ পিছত শ্বীনাৰ হত্যাৰ বিষয়টো পোহৰলৈ আহে। ইয়াৰ পিছত খাৰা খানা আৰক্ষীয়ে উক্ত স্থানলৈ গৈ বাকী হাড়বোৰ উদ্ধাৰ কৰি এম এছ ই দিল্লীত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

২০১২ আৰু ২০১৫ চনত উদ্ধাৰ হোৱা হাড়বোৰ শ্বীনাৰ বুলি দাবী কৰে চি বি আয়ে। অৱশ্যে ইন্দ্ৰানীৰ অধিবক্তাই এই কথা মানি লোৱা নাছিল। ইন্দ্ৰানীৰ স্বামী পিটাৰ মুখাৰ্জীক ২০১৫ চনৰ নৱেম্বৰ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল। দাবী কৰা হৈছে যে শ্বীনা বৰাৰ হত্যাৰ আঁৰত তেৱোঁ আছিল।

চালকজন আৰু ইন্দ্ৰানীৰ প্ৰাক্তন স্বামী সঞ্জয়ে অপৰাধ স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। কিন্তু ইন্দ্ৰাণী আৰু পিটাৰে দাবী কৰে যে শ্বীনা জীয়াই আছে আৰু আমেৰিকাত বাস কৰি আছে। পিছত ইন্দ্ৰানীয়ে পুনৰ নিজৰ কাহিনী সলনি কৰে। তাৰ পিছত তেওঁ কয় যে তেওঁৰ মতে ছোৱালীজনী এতিয়া কাশ্মীৰৰ ক’ৰবাত থাকে।

হত্যাৰ গোচৰ পোহৰলৈ অহাৰ সময়ত বিধি নাবালক আছিল। আদালতত তেওঁ কয় যে মাতৃ গ্ৰেপ্তাৰৰ ফলত যি মানসিক আঘাত পাইছিল, সেই মানসিক আঘাত এতিয়াও তেওঁ ভুগি আছে। তেওঁক মুম্বাই আৰক্ষীয়ে সোধা-পোছা কৰে। পিছত চি বি আইৰ বিষয়াসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে তেওঁ। কিন্তু তেওঁ তদন্তকাৰীৰ ওচৰত কোনো বক্তব্য ৰেকৰ্ড কৰাৰ কথা অস্বীকাৰ কৰে।

তেওঁ দাবী কৰে যে ইমেইলৰ কপি (শ্বীনাৰ সৈতে তেওঁৰ কথিত কথা-বতৰা) আৰু চি বি আইৰ কাৰ্যালয়ত এখন শ্বেতপত্ৰকে ধৰি কেইবাখনো নথি-পত্ৰত স্বাক্ষৰ কৰিবলৈ বাধ্য হৈছিল। আদালতত জবানবন্দী দিয়াৰ সময়ত যেতিয়া বিধিক চি বি আইৰ চাৰ্জশ্বীটৰ অংশ হিচাপে তেওঁৰ বক্তব্য দেখুওৱা হৈছিল, তেতিয়া তেওঁ দাবী কৰিছিল যে সেইবোৰ ভুৱা।

তেওঁ তেনেকুৱা একো ৰেকৰ্ডিং কৰিবলৈ কোৱা নাছিল। তেওঁ কয় যে মোৰ বক্তব্য ৰচনা আৰু বিকৃত কৰি মোৰ পিতৃ-মাতৃ সঞ্জীৱ খান্না আৰু ইন্দ্ৰাণী মুখাৰ্জীক এই গোচৰত মিছাকৈ জড়িত কৰা হৈছে। তেওঁ লগতে কয় যে ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰ আছে।

বিধিয়ে চি বি আই আদালতক সোঁৱৰাই দিয়ে যে কেনেকৈ শ্বীনাই ইন্দ্ৰাণীক নিজৰ ভগ্নী বুলি দাবী কৰিছিল। তেওঁ কয়, “প্ৰথম অৱস্থাত শ্বীনা বৰা আৰু ইন্দ্ৰানীৰ মাজত বহু ঘনিষ্ঠতা আছিল। কিন্তু পিটাৰ মুখাৰ্জীৰ পুত্ৰ ৰাহুলে মধ্য মুম্বাইত থকা তেওঁলোকৰ ফ্লেটলৈ যাবলৈ আৰম্ভ কৰাৰ পিছত বিবাদ আৰম্ভ হৈছিল।”

ইন্দ্ৰাণীৰ কন্যাই লগতে দাবী কৰে যে যেতিয়া সমগ্ৰ পৰিয়ালে ৰাহুল ড্ৰাগছ আসক্ত বুলি গম পায় তেতিয়া পৰিস্থিতি অধিক বেয়া হৈ পৰে। একেদৰে শ্বীনা বৰাও ড্ৰাগছৰ জালত জড়িত হৈ পৰিছিল।
বিধিয়ে আদালতত কয় যে তেওঁ শেষবাৰৰ বাবে শ্বীনা বৰাক ২০১১ চনত গোৱাৰ এখন বিয়াত দেখা পাইছিল।

২০১৩ চনলৈকে ইমেইলৰ জৰিয়তে তেওঁলোকৰ যোগাযোগ আছিল যদিও তদন্তকাৰীয়ে দাবী কৰিছে যে ইন্দ্ৰানীয়েই সেই ইমেইলবোৰ প্ৰেৰণ কৰিছিল। তেওঁ স্পষ্টকৈ ক’ব বিচাৰিছিল যে শ্বীনা জীয়াই আছে। বিধিয়ে এই কথা মানি ল’বলৈ অনিচ্ছুক। ২০১৫ চনৰ আগষ্ট মাহত মাতৃক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁৰ পিটাৰৰ পৰিয়ালৰ আচৰণৰ এখন ‘ভয়ংকৰ ছবি’ আদালতত উপস্থাপন কৰিছিল।

তেওঁ কয় যে তেওঁলোকৰ ঘৰলৈ অহা আত্মীয়ই ইন্দ্ৰানীৰ সামগ্ৰীক লৈ কাজিয়া কৰিছিল। আনকি সুগন্ধিৰ বটল আৰু বেগৰ বাবেও কাজিয়া কৰিছিল। ৰবীনে তেওঁক ভাবুকি দিছিল, মুখাৰ্জী বংশ বা মাতৃৰ মাজৰ পৰা এটা বাছি ল’ব লাগিব বুলি। আনকি তেওঁ মুখাৰ্জীৰ পক্ষ নল’লে পৰিয়ালৰ সম্পত্তিৰ পৰা বঞ্চিত হ’ব বুলিও কয়।

ঘৰৰ পৰা তেওঁ একো দাবী কৰিব নোৱাৰিব। ইয়াৰ পিছত বিধিয়ে দাবী কৰে, “মাকৰ গহনা চুৰি হোৱাৰ পিছত ৰাহুল আৰু ৰবীন মুখাৰ্জীৰ নামত এটা নতুন বেংকৰ লকাৰ খোলা হৈছিল।”

Tags: ইন্দ্ৰানীৰ ৭ কোটি চুৰি কৰিলে দুই পুত্ৰইশ্বীনা বৰা হত্যাকাণ্ডত কন্যাৰ দাবী
Share4Tweet3Send

Related Posts

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে
National-International

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

by News Desk
March 6, 2026
50
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান
National-International

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

by News Desk
March 6, 2026
50
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ
National-International

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

by News Desk
March 6, 2026
50
America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি
National-International

America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি

by News Desk
March 6, 2026
50
Cuba : ইৰাণৰ পাছত কিউবা, এইবাৰ কাষ্ট্ৰোৰ দেশ দখল কৰিব আমেৰিকাই 
National-International

Cuba : ইৰাণৰ পাছত কিউবা, এইবাৰ কাষ্ট্ৰোৰ দেশ দখল কৰিব আমেৰিকাই 

by News Desk
March 6, 2026
50
Political party’s income : ৰাজনৈতিক দলৰ আয়ৰ ৮৫ শতাংশ বিজেপিৰ
National-International

Political party’s income : ৰাজনৈতিক দলৰ আয়ৰ ৮৫ শতাংশ বিজেপিৰ

by News Desk
March 6, 2026
50
ADVERTISEMENT
ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে
National-International

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

March 6, 2026
50
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান
National-International

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

March 6, 2026
50
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ
National-International

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

March 6, 2026
50
America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি
National-International

America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি

March 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

March 6, 2026
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

March 6, 2026
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

March 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx