ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

IndiGo I মাজ আকাশত চৰাইৰ খুন্দাত ক্ষতিগ্ৰস্ত, ২৭২ জন যাত্ৰীসহ উভতিল ইণ্ডিগো বিমান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 2, 2025
Reading Time: 1 min read
A A
0
Woman died in Flight : মুম্বাই-বাৰানসী বিমানত মাজ আকাশতে মৃত্যু যাত্ৰীৰ, ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

Nitish Kumar I মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ ! কিন্তু কিয় ?

নাগপুৰৰ পৰা কলকাতা অভিমুখী এয়াৰ ইণ্ডিয়াৰ (Indigo) বিমানত মাজ আকাশত এটা চৰায়ে খুন্দা মাৰে। এই ঘটনাৰ পিছতে মঙলবাৰে পুৱা বিমানখন মহাৰাষ্ট্ৰলৈ ওভতাই নিয়া হয়।

IndiGo I
মাজ আকাশত চৰাইৰ খুন্দাত ক্ষতিগ্ৰস্ত, ২৭২ জন যাত্ৰীসহ উভতিল ইণ্ডিগো বিমান:

পুৱা প্ৰায় ৭ বজাত নাগপুৰৰ পৰা কলকাতা অভিমুখে উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ ৬ই ৮১২ বিমানখন। কিন্তু বিমানখন উৰণৰ কেইমিনিটমানৰ ভিতৰতে সংঘটিত হয় এই ঘটনা।

ফলত যাত্ৰীসকলৰ সুৰক্ষাৰ কথা মনত ৰাখি বিমানখন পুনৰ নাগপুৰ বিমানবন্দৰলৈ নিয়া হয়। নাগপুৰ বিমানবন্দৰৰ জ্যেষ্ঠ বিমানবন্দৰ সঞ্চালক অবিদ ৰুহীয়ে কয় যে বিমানখনত চৰাইৰ খুন্দা লগাৰ সন্দেহ কৰা হৈছে। অৱশ্যে সঠিকভাৱে কি হৈছিল সেই বিষয়ে তদন্ত কৰিহে বুজিব পৰা যাব। সোমবাৰে মহাৰাষ্ট্ৰৰ পুনেৰ পৰা দিল্লী অভিমুখী স্পাইচজেটৰ বিমান এখনো কাৰিকৰী বিজুতিৰ বাবে উভতিবলগীয়া হৈছিল।

আনহাতে, যোৱা মাহত ইণ্ডিগোৰ এখন বিমানে পাটনা বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে চৰায়ে খুন্দা মাৰে। অৱশ্যে কোনো ডাঙৰ ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে। তাৰ পিছত পাটনাত নিৰাপদে অৱতৰণ কৰে যাত্ৰীসকলে।

Tags: ২৭২ জন যাত্ৰীসহ উভতিল ইণ্ডিগো বিমানক্ষতিগ্ৰস্তমাজ আকাশত চৰাইৰ খুন্দাত
Share4Tweet3Send

Related Posts

US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি
National-International

US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

by News Desk
March 5, 2026
50
Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ
National-International

Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

by News Desk
March 5, 2026
50
বিহাৰবাসীৰ লগত প্ৰতাৰণা! চৰকাৰ ভংগ কৰাৰ পিছত নীতিশক আক্ৰমণ বিজেপিৰ
National-International

Nitish Kumar I মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ ! কিন্তু কিয় ?

by Staff Reporter
March 5, 2026
50
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK Terrorist attack I জম্মুত নিয়ন্ত্ৰণৰেখাৰ সিপাৰে পুনৰ সক্ৰিয় পাকিস্তানী সন্ত্ৰাসবাদী, চোৰাংচোৱা তথ্য লাভৰ পিছতে সেনাৰ পদক্ষেপ

by Staff Reporter
March 5, 2026
50
Iran crisis I হৰমুজ প্ৰণালীৰ দুয়োপাৰে আবদ্ধ ৩৭ ভাৰতীয় জাহাজ, ১০০০ নাৱিক আৰু নৌসেনাৰ জোৱানো আবদ্ধ
National-International

Iran crisis I হৰমুজ প্ৰণালীৰ দুয়োপাৰে আবদ্ধ ৩৭ ভাৰতীয় জাহাজ, ১০০০ নাৱিক আৰু নৌসেনাৰ জোৱানো আবদ্ধ

by Staff Reporter
March 5, 2026
50
Dollar vs Rupees I ভাৰতীয় মুদ্ৰাৰ পতনৰ সৰ্বকালৰ অভিলেখ, এক ডলাৰৰ মূল্য ৯২ টকা
National-International

Dollar vs Rupees I ভাৰতীয় মুদ্ৰাৰ পতনৰ সৰ্বকালৰ অভিলেখ, এক ডলাৰৰ মূল্য ৯২ টকা

by Staff Reporter
March 5, 2026
50
ADVERTISEMENT
West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ
Sports News

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

March 5, 2026
50
US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি
National-International

US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

March 5, 2026
50
Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ
National-International

Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

March 5, 2026
50
বিহাৰবাসীৰ লগত প্ৰতাৰণা! চৰকাৰ ভংগ কৰাৰ পিছত নীতিশক আক্ৰমণ বিজেপিৰ
National-International

Nitish Kumar I মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ ! কিন্তু কিয় ?

March 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

March 5, 2026
US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

March 5, 2026
Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

March 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx