ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Yemen nurse case I য়েমেনত নিমিষাৰ ফাঁচি বন্ধ কৰিবলৈ ভাৰতে আৰু একো কৰিব নোৱাৰে, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 15, 2025
Reading Time: 1 min read
A A
0
Yemen nurse case I য়েমেনত নিমিষাৰ ফাঁচি বন্ধ কৰিবলৈ ভাৰতে আৰু একো কৰিব নোৱাৰে, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

Oplus_0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

য়েমেনত কাৰাবন্দী হৈ থকা ভাৰতীয় নাগৰিক নিমিষা প্ৰিয়াৰ (Nimisha Priya) মৃত্যুদণ্ড ৰোধ কৰিবলৈ ভাৰত চৰকাৰৰ আৰু একো কৰিবলৈ নাই। এই কথা সোমবাৰে উচ্চতম ন্যায়ালয়ত সদৰী কৰে কেন্দ্ৰৰ এটৰ্নী জেনেৰেল আৰ ভেংকটৰমনে।

Yemen nurse case I
য়েমেনত নিমিষাৰ ফাঁচি বন্ধ কৰিবলৈ ভাৰতে আৰু একো কৰিব নোৱাৰে:

‘ছেভ নিমিষা প্ৰিয়া একচন কাউন্সিল’ নামৰ এটা সংগঠনে নিমিষাৰ ফাঁচিৰ ওপৰত স্থগিতাদেশ ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল। সোমবাৰে ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মাথেৰৰ বিচাৰপীঠত গোচৰৰ শুনানিত এটৰ্নী জেনেৰেলে নিমিষাৰ মৃত্যুদণ্ডৰ সন্দৰ্ভত কয়, “এয়া দুৰ্ভাগ্যজনক। আমি এটা নিৰ্দিষ্ট পৰ্যায়লৈ যাব পাৰোঁ আৰু আমি সেই পৰ্যায়লৈ গৈছোঁ।”

নিমিষাৰ ফাঁচি বন্ধ কৰিবলৈ কেন্দ্ৰৰ অক্ষমতা প্ৰকাশ কৰি ভেংকটৰমনে কয়, “চৰকাৰে ইয়াতকৈ বেছি একো কৰিব নোৱাৰে। য়েমেনৰ সংবেদনশীলতা চাওক। ভাৰতে এই দেশখনক (য়েমেন) কূটনৈতিকভাৱে স্বীকৃতি দিয়া নাই।”

লগতে চৰকাৰী পৰ্যায়ত ইয়াতকৈ বেছি একো কৰিব নোৱাৰিব বুলিও উচ্চতম ন্যায়ালয়ক অৱগত কৰে। উল্লেখ্য যে ১৬ জুলাইত নিমিষাক ফাঁচি দিয়া হ’ব বুলি য়েমেন চৰকাৰে জনাইছে।

কিন্তু ইমান কম সময়ৰ ভিতৰতে দেশখনৰ চৰকাৰৰ সৈতে কূটনৈতিক আলোচনা কৰি ফাঁচি বাতিল কৰাটো সম্ভৱ নেকি সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছিল। অৱশ্যে দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হয়। আবেদনকাৰীসকলে কৈছিল যে উচ্চতম ন্যায়ালয়ে য়েমেন চৰকাৰৰ সৈতে কূটনৈতিক আলোচনাৰ জৰিয়তে নিমিষাৰ মুক্তি নিশ্চিত কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিব লাগে।

কেৰালাৰ পালাক্কাড জিলাৰ বাসিন্দা নিমিষা ২০০৮ চনত নাৰ্ছ হিচাপে কাম কৰিবলৈ য়েমেনলৈ গৈছিল। স্বামী টমী থমাছ আৰু কন্যাৰ সৈতে য়েমেনত বাস কৰিছিল। ২০১৪ চনত স্বামী আৰু ১১ বছৰীয়া কন্যা ভাৰতলৈ উভতি আহিলেও নিমিষা য়েমেনত থাকি যায়। তেওঁৰ নিজাকৈ ক্লিনিক খোলাৰ মন আছিল। সেই বছৰতে য়েমেনৰ নাগৰিক তালাল আব্দো মাহদিৰ সংস্পৰ্শলৈ আহে তেওঁ। মাহদীয়ে তেওঁক আশ্বাস দিয়ে যে তেওঁ নতুন ক্লিনিক খুলিবলৈ সহায় কৰিব। কাৰণ আইন অনুসৰি য়েমেনত নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ নিমিষাক স্থানীয় অংশীদাৰৰ প্ৰয়োজন আছিল।

সেই অনুসৰি ২০১৫ চনত দুয়োজনে একেলগে নতুন ক্লিনিক খুলিছিল। তেতিয়াৰে পৰাই দুয়োজন অংশীদাৰৰ মাজত মতানৈক্য আৰম্ভ হৈছিল।
অভিযোগ অনুসৰি মাহদীয়ে নিমিষাৰ ধন আৰু পাছপ’ৰ্ট কাঢ়ি লৈ যায়। অভিযোগ অনুসৰি মাহদীয়ে প্ৰহাৰ কৰি তেওঁক ড্ৰাগছ সেৱন কৰিবলৈ বাধ্য কৰাইছিল।

আইনী নথি-পত্ৰত নিমিষাক পত্নী হিচাপে চিনাকি কৰাই দি প্ৰশাসনিক সহায় লোৱাত প্ৰায় বাধা দিছিল। আৰক্ষীৰ কাষ চাপিও তেওঁ সফল নহ’ল। ২০১৭ চনৰ ২৫ জুলাইত নাৰ্ছগৰাকীয়ে মাহদীক টোপনিৰ বেজী দিবলৈ বাধ্য হয়।

নিমিষাই দাবী কৰে যে তেওঁৰ উদ্দেশ্য আছিল মাহদীক শুৱাই দিয়া আৰু পাছপ’ৰ্ট উদ্ধাৰ কৰা। কিন্তু অতিৰিক্ত পৰিমাণৰ বাবে মাহদীৰ মৃত্যু হয়। ইয়াৰ পিছত নাৰ্ছগৰাকীয়ে হানান নামৰ সহকৰ্মী এজনৰ সৈতে মাহদীৰ মৃতদেহটো টুকুৰা টুকুৰ কৰি পানীৰ টেংকিত পেলাই দিয়ে।

সেই মাহতে য়েমেনৰ পৰা পলায়ন কৰাৰ সময়তে নিমিষা ধৰা পৰে। তেতিয়াৰে পৰাই ভাৰতীয় যুৱতীগৰাকী য়েমেনৰ কাৰাগাৰত বন্দী হৈ আছে। য়েমেনৰ এখন আদালতে ২০১৮ চনত মাহদীক হত্যা কৰাৰ অপৰাধত তেওঁক দোষী সাব্যস্ত কৰিছিল। মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয় নিমিষাক।

এই সাত বছৰত পৰিয়ালটোৱে ৩৬ বছৰীয়া নিমিষাক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। পৰিয়ালটোৱে ভাৰত চৰকাৰৰো কাষ চাপিছিল। কিন্তু কোনো লাভ নহ’ল। আনকি তেওঁলোকে য়েমেনৰ উচ্চতম ন্যায়ালয়ত ক্ষমা বিচাৰি আবেদন জনাইছিল। যোৱা বছৰ সেই আবেদনো নাকচ কৰা হৈছিল।

Tags: আৰু একো কৰিব নোৱাৰেউচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰইয়েমেনত নিমিষাৰ ফাঁচি বন্ধ কৰিবলৈ ভাৰতে
Share4Tweet3Send

Related Posts

Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন
National-International

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

by Staff Reporter
May 24, 2026
50
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ
National-International

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

by Staff Reporter
May 24, 2026
50
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ
National-International

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

by Staff Reporter
May 24, 2026
50
‎পাকিস্তানত ৰেল বিস্ফোৰণ, বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীৰ আক্ৰমণ I কমেও ২৪জন নিহত
National-International

‎পাকিস্তানত ৰেল বিস্ফোৰণ, বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীৰ আক্ৰমণ I কমেও ২৪জন নিহত

by Staff Reporter
May 24, 2026
50
উষ্ণতম গ্রীষ্ম!‌ ৫ ৰাজ্যত তাপ প্রবাহৰ সতর্কতা
National-International

‎তেলেংগানাত গ্ৰীষ্মপ্ৰবাহত মৃত্যু ১৬ I ৪ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা ‎

by Staff Reporter
May 24, 2026
50
‎Rojgar Mela : সমগ্ৰ বিশ্বই ভাৰতৰ উন্নয়ন যাত্ৰাৰ অংশীদাৰ হ’ব বিচাৰে : ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
National-International

‎২১৭ জন ভাৰতীয়ই যোগ দিছিল ৰুছ সেনাবাহিনীত, মৃত্যু ৪৪ জনৰ I উচ্চতম ন্যায়ালয়ক জনালে মোদী চৰকাৰে

by Staff Reporter
May 24, 2026
50
ADVERTISEMENT
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন
National-International

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
50
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ
National-International

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026
50
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ
National-International

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

May 24, 2026
50
‎পাকিস্তানত ৰেল বিস্ফোৰণ, বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীৰ আক্ৰমণ I কমেও ২৪জন নিহত
National-International

‎পাকিস্তানত ৰেল বিস্ফোৰণ, বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীৰ আক্ৰমণ I কমেও ২৪জন নিহত

May 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

May 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx