ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Flood relief fund I অসমলৈ প্ৰায় ৩৭৬ কোটিৰ বান সাহায্য কেন্দ্ৰৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 10, 2025
Reading Time: 1 min read
A A
0
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Join BJP : কাইলৈ তিনি কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব

Rajya Sabha elections : ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থী ঘোষণা

CM Himanta Biswa Sarma : মৰমৰ ভাগিনলৈ মামাৰ উপহাৰ, গহপুৰত দিলে নিজৰ ঘড়ী

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি চমুকৈ এছ ডি আৰ এফৰ পৰা দেশৰ ছয় ৰাজ্যলৈ প্ৰদান কৰিছে বান সাহায্য (Flood Relief)। বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত ৰাজ্যকেইখনলৈ এই সাহায্য প্ৰদান কৰা হৈছে।

Flood relief fund I
অসমলৈ প্ৰায় ৩৭৬ কোটিৰ বান সাহায্য কেন্দ্ৰৰ:

বৃহস্পতিবাৰে কেন্দ্ৰই মুঠ ছখন ৰাজ্যলৈ ১,০৬৬.৮০ কোটি টকা মুকলি কৰি দিয়ে। ৰাজ্যকেইখন হৈছে অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, কেৰালা আৰু উত্তৰাখণ্ড।

ইয়াৰে ভিতৰত অসমে লাভ কৰিছে ৩৭৫.৬০ কোটি টকাৰ কেন্দ্ৰীয় বান সাহায্য । আনহাতে, মণিপুৰে ২৯.২০ কোটি, মেঘালয়ে ৩০.৪০ কোটি, মিজোৰামে ২২.৮০ কোটি, কেৰালাই ১৫৩.২০ কোটি আৰু উত্তৰাখণ্ডে লাভ কৰিছে ৪৫৫.৬০ কোটি টকাৰ এছ ডি আৰ এফৰ কেন্দ্ৰীয় খণ্ডৰ সাহায্য।

ইয়াৰ উপৰি কেন্দ্ৰই ইতিমধ্যে এছ ডি আৰ এফৰ পৰা ১৪ খন ৰাজ্যক ৬,১৬৬.০০ কোটি আৰু এন ডি আৰ এফৰ পৰা ১২ খন ৰাজ্যক ১,৯৮৮.৯১ কোটি টকা প্ৰদান কৰা বুলি কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰত প্ৰকাশ।

আনহাতে, ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ৫ খন ৰাজ্যলৈ ৭২৬.২০ কোটি টকা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা দুখন ৰাজ্যলৈ ১৭.৫৫ কোটি টকা মুকলি কৰি দিয়া হৈছে।

Tags: অসমলৈ প্ৰায় ৩৭৬ কোটিৰবান সাহায্য কেন্দ্ৰৰ
Share4Tweet3Send

Related Posts

Join BJP : কাইলৈ তিনি কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব
Assam

Join BJP : কাইলৈ তিনি কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব

by News Desk
March 4, 2026
50
Rajya Sabha elections : ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থী ঘোষণা
Assam

Rajya Sabha elections : ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থী ঘোষণা

by News Desk
March 3, 2026
50
CM Himanta Biswa Sarma : মৰমৰ ভাগিনলৈ মামাৰ উপহাৰ, গহপুৰত দিলে নিজৰ ঘড়ী
Assam

CM Himanta Biswa Sarma : মৰমৰ ভাগিনলৈ মামাৰ উপহাৰ, গহপুৰত দিলে নিজৰ ঘড়ী

by News Desk
March 2, 2026
50
Tribute I ডিফু ক্লাৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, সৰ্বধৰ্ম প্ৰাৰ্থনা সভা
Assam

Assam Cabinet I জুবিন হত্যাৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত, ৰাজীৱ শদিয়াৰ পত্নীলৈ চাকৰি; কেবিনেটত আৰু কি কি সিদ্ধান্ত

by Staff Reporter
February 27, 2026
50
Modi Assam Visit : প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতে অসমসহ ৫ ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা, ১৪ মাৰ্চত প্ৰকল্পৰে ভৰা পেকেজলৈ বৰাকত নৰেন্দ্ৰ মোদী
Assam

Modi Assam Visit : প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতে অসমসহ ৫ ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা, ১৪ মাৰ্চত প্ৰকল্পৰে ভৰা পেকেজলৈ বৰাকত নৰেন্দ্ৰ মোদী

by News Desk
February 26, 2026
50
Teacher Arrested for Allegedly Showing Objectionable Content to Pupils
Assam

Teacher Arrested for Allegedly Showing Objectionable Content to Pupils

by ASSAM TIMES POST
February 24, 2026
50
ADVERTISEMENT
West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ
Sports News

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

March 5, 2026
50
US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি
National-International

US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

March 5, 2026
50
Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ
National-International

Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

March 5, 2026
50
বিহাৰবাসীৰ লগত প্ৰতাৰণা! চৰকাৰ ভংগ কৰাৰ পিছত নীতিশক আক্ৰমণ বিজেপিৰ
National-International

Nitish Kumar I মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ ! কিন্তু কিয় ?

March 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

March 5, 2026
US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

March 5, 2026
Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

March 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx