ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Telangana Chemical Factory blust I তেলেংগানাৰ ৰাসায়নিক কাৰখানাত বিস্ফোৰণ, কমেও ৫ শ্ৰমিক নিহত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 30, 2025
Reading Time: 1 min read
A A
0
Telangana Chemical Factory blust I তেলেংগানাৰ ৰাসায়নিক কাৰখানাত বিস্ফোৰণ, কমেও ৫ শ্ৰমিক নিহত

Oplus_0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

তেলেংগানাৰ এটা ৰাসায়নিক কাৰখানাত বিস্ফোৰণ (Telengana Chemical Blast)। বিস্ফোৰণৰ প্ৰভাৱত কাৰখানাটোৰ সমগ্ৰ ছাদখন উৰি যায়। সোমবাৰে পুৱা সংঘটিত এই ঘটনাত সেই সময়ত কাৰখানাটোত কৰ্মৰত কমেও পাঁচজন শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত ১৫জন লোক।

Telangana Chemical Factory blust I
তেলেংগানাৰ ৰাসায়নিক কাৰখানাত বিস্ফোৰণ, কমেও ৫ শ্ৰমিক নিহত:

সোমবাৰে পুৱা তেলেংগানাৰ সাংগাৰেডী জিলাৰ শিল্পা তালুকৰ ৰাসায়নিক কাৰখানাৰ পৰা হঠাৎ বিস্ফোৰণৰ শব্দ শুনা যায়। স্থানীয় ৰাইজে দৌৰি গৈ প্ৰত্যক্ষ যে কাৰখানাটোৰ ছাদখন উৰি গৈ ১০০ মিটাৰমান দূৰৈত পৰিছে। ভিতৰৰ পৰা ক’লা ধোঁৱা ওলাই আহিছিল। আতংকিত হৈ দৌৰি ওলাই আহে শ্ৰমিকসকল। লগে লগে উক্ত স্থানত উপস্থিত হয় ১১খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন।

আৰক্ষীৰ তথ্য অনুসৰি, বিস্ফোৰণৰ সময়ত কাৰখানাটোত আবদ্ধ হৈ ৫জন লোকৰ মৃত্যু হয়। এতিয়াও সন্ধানহীন হৈ আছে বহু শ্ৰমিক। সেইবাবেই হতাহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ১৫ জন আহত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অৱশ্যে বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ তদাৰক কৰি আছে সংগাৰেড্ডীৰ আৰক্ষী অধীক্ষক পি প্ৰবীণ্য আৰু জিলা আৰক্ষী অধীক্ষক পৰিতোষ পংকজে। জানিব পৰা মতে, তেলেংগানাৰ এই কাৰখানাটোত আগতে ঔষধ প্ৰস্তুত কৰা হৈছিল।

Tags: কমেও ৫ শ্ৰমিক নিহততেলেংগানাৰ ৰাসায়নিক কাৰখানাতবিস্ফোৰণ
Share4Tweet3Send

Related Posts

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন
National-International

by News Desk
June 9, 2026
50
‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম
National-International

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

by News Desk
June 9, 2026
50
Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ
National-International

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

by News Desk
June 9, 2026
50
Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

Ujjwala Gas : আৰু হ্ৰাস পালে উজলাত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা, বছৰি মাত্ৰ চাৰিটা চিলিণ্ডাৰহে লাভ কৰিব

Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে

by Staff Reporter
June 9, 2026
50
ADVERTISEMENT
‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন
National-International

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

June 9, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

June 9, 2026
50
‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম
National-International

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

June 9, 2026
50
Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ
National-International

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

June 9, 2026
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

June 9, 2026
‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT