ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 13, 2025
Reading Time: 1 min read
A A
0
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

Oplus_0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Modi Kharge row : প্ৰধানমন্ত্ৰী মোদীক ‘সন্ত্রাসবাদী’ আখ্যা দিয়াৰ অভিযোগ; খাৰ্গেৰ অস্বীকাৰ

Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত

Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ

১১এ (11A) । ইউৰোপীয়সকলে কয় যে বয়িং বিমানৰ এই আসনত যাত্ৰা কৰিলে ভ্ৰমণৰ আমেজ নষ্ট হয়। এই আসনক ‘উইণ্ডোলেছ উইণ্ডো ছীট’ বুলি কোৱা হয়। আচলতে ১১এৰ কাষত কোনো খিৰিকী নাই। বিমানখনৰ বেৰখন আছে।

Ahmedabad Plane crash I
বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত:

আৰু সেইবাবেই যাত্ৰীসকলে আসনখন একেবাৰেই ভাল নাপায়। কিন্তু এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদ-লণ্ডন অভিমুখী বয়িং বিমানৰ সেই আসনত বহিয়ে বিশ্বকুমাৰ ৰমেশৰ জীৱন ৰক্ষা পৰে।

বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত তেওঁ একমাত্ৰ জীৱিত ব্যক্তি। ইয়াৰ পিছতে প্ৰশ্ন উত্থাপন হৈছে, বয়িং বিমানৰ আটাইতকৈ অপছন্দৰ আসনখনেই আটাইতকৈ নিৰাপদ নেকি? ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনকেও ছচিয়েল মিডিয়াত এই প্ৰশ্ন উত্থাপন কৰে।

বৃহস্পতিবাৰে দিনৰ ১.৩৮ বজাত লণ্ডনৰ গেটৱিক অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখনে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। উৰণৰ পাঁচ মিনিটৰ পাছত আহমেদাবাদৰ মেঘনীনগৰত দুৰ্ঘটনাগ্ৰস্ত হয়।

বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত ২৪১ জনৰ মৃত্যু হয়। ১১এ আসনৰ ৰমেশ মাথোঁ জীয়াই আছে। তেওঁৰ জীয়াই থকাক সমগ্ৰ বিশ্বই ‘অলৌকিক’ বুলি গণ্য কৰে। ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এতিয়া বয়িং বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনক আটাইতকৈ ‘সুৰক্ষিত’ বুলি অভিহিত কৰিছে।

যদিও বয়িং ৭৩৭-৯০০ আৰু ৯০০ ইআৰত ১১এ ছিট খিৰিকীৰ কাষতে আছে, তথাপিও ইয়াৰ কাষত কোনো খিৰিকী নাই। সেইবাবেই ইয়াক ‘উইণ্ডোলেছ উইণ্ডো ছীট’ বুলি কোৱা হয়। এয়াৰ কণ্ডিচনাৰ সঁজুলিৰ গাঁথনি আৰু আন্তঃগাঁথনিৰ বাবে ১১এ আসনৰ কাষত কোনো খিৰিকী নাই।

৯এ, ১০এ, ১২এ আসনতো এই সমস্যা আছে। সকলো বয়িং ৭৩৭ বিমানৰ একে সমস্যা। আৰু যাত্ৰীসকলে ইয়াক লৈ প্ৰায়ে ছচিয়েল মিডিয়াত নিজৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকৰ বহুতেই অজানিতে এই আসনখন বুকিং কৰে। খিৰিকীৰ কাষৰ আসনত বহি যাত্ৰা কৰিব বুলি ভাবে যদিও বাস্তৱত ইয়াৰ বিপৰীত হয়।

বহুতে ইয়াক লৈ ধেমালিও কৰে। বয়িং বিমানত এই ১১এ আসনৰ আন কিছু অসুবিধাও আছে। উদাহৰণস্বৰূপে, এই আসনৰ কাষতে প্ৰায়ে খাদ্য আৰু চাহৰ বাবে ট্ৰলী এখন থাকে। ফ্লাইট এটেণ্ডেণ্টসকলৰ তাত গোটেই ৰাতি কিছু কাম থাকে। ফলত তাত বহাজনৰ অসুবিধা হয়।

বিজনেছ ক্লাছ শেষ হোৱাৰ পিছত এই ১১এৰ পৰা বিমানখনৰ ইকনমী ক্লাছ আৰম্ভ হয়। সেইবাবেই এই আসনৰ সন্মুখত অলপ বেছি ঠাই আছে। ভৰি দুখন মেলি বহিব পাৰি। সেইবাবেই বহু সময়ত শিশুৰ সৈতে যাত্ৰা কৰা যাত্ৰীসকলক এই আসন দিয়া হয়। মুঠৰ ওপৰত এই আসনত যাত্ৰা বৰ ‘সুখদায়ক’ নহয়।

Tags: ১১এ নম্বৰআসনখনেই এতিয়া সৰ্বাধিক চৰ্চাতবিমানৰ আটাইতকৈ বিৰক্তিকৰ
Share4Tweet3Send

Related Posts

Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ
National-International

Modi Kharge row : প্ৰধানমন্ত্ৰী মোদীক ‘সন্ত্রাসবাদী’ আখ্যা দিয়াৰ অভিযোগ; খাৰ্গেৰ অস্বীকাৰ

by News Desk
April 21, 2026
50
Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত
National-International

Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত

by News Desk
April 21, 2026
50
Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ
National-International

Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ

by News Desk
April 21, 2026
50
Delhi heat wave : দিল্লীত ব’হাগতে ৪৪ ডিগ্ৰী স্পৰ্শ, আগন্তুক ৪-৫ দিনলৈ কেইবাখনো ৰাজ্যত তাপপ্ৰবাহৰ সতৰ্কবাণী জাৰি
National-International

Delhi heat wave : দিল্লীত ব’হাগতে ৪৪ ডিগ্ৰী স্পৰ্শ, আগন্তুক ৪-৫ দিনলৈ কেইবাখনো ৰাজ্যত তাপপ্ৰবাহৰ সতৰ্কবাণী জাৰি

by News Desk
April 21, 2026
50
JEE Mains results : ঘোষণা হ’ল জেইই মূল পৰীক্ষাৰ ফলাফল
National-International

JEE Mains results : ঘোষণা হ’ল জেইই মূল পৰীক্ষাৰ ফলাফল

by News Desk
April 21, 2026
50
Iranian ship detained : তেহৰাণক গোপনে সামৰিক সাহায্য বেইজিঙৰ : হৰমুজত ইৰানী জাহাজ জব্দ কৰি চাঞ্চল্যকৰ দাবী নিকি হেলীৰ
National-International

Iranian ship detained : তেহৰাণক গোপনে সামৰিক সাহায্য বেইজিঙৰ : হৰমুজত ইৰানী জাহাজ জব্দ কৰি চাঞ্চল্যকৰ দাবী নিকি হেলীৰ

by News Desk
April 21, 2026
50
ADVERTISEMENT
Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ
National-International

Modi Kharge row : প্ৰধানমন্ত্ৰী মোদীক ‘সন্ত্রাসবাদী’ আখ্যা দিয়াৰ অভিযোগ; খাৰ্গেৰ অস্বীকাৰ

April 21, 2026
50
Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ
Guwahati

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

April 21, 2026
50
Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত
National-International

Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত

April 21, 2026
50
Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ
National-International

Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ

April 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ

Modi Kharge row : প্ৰধানমন্ত্ৰী মোদীক ‘সন্ত্রাসবাদী’ আখ্যা দিয়াৰ অভিযোগ; খাৰ্গেৰ অস্বীকাৰ

April 21, 2026
Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

April 21, 2026
Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত

Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত

April 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx