ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

প্ৰেমিকাৰ চিতাত জঁপিওৱাৰ চেষ্টা প্ৰেমিকৰ, তাৰ পিছত কি হ’ল

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 10, 2025
Reading Time: 1 min read
A A
0
আকৌ ঘাতক ৰূপত এগৰাকী প্ৰেমিক! পুনৰ হত্যাকাণ্ড সংঘটিত গুৱাহাটী মহানগৰীত:

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Husband killed by woman । পুৰণি প্ৰেমিকৰ বাবে বিয়াৰ ৩ মাহতে স্বামীক হত্যা

Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

Online fraud : ৱাটছএপত বিয়াৰ কাৰ্ডৰ লিংক, অবাঞ্চিত নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ গৈ একাউণ্ট খালী

মহাৰাষ্ট্ৰৰ নাগপুৰত এগৰাকী যুৱতীয়ে আত্মহত্যা কৰে। তেওঁৰ শোকত ভাগি পৰা ওচৰ-চুবুৰীয়া আৰু পৰিয়ালৰ লোকে তেওঁৰ মৃতদেহ লৈ শ্মশানলৈ নি অন্ত্যেষ্টিক্ৰিয়া আৰম্ভ কৰে। ঠিক তেতিয়াই যুৱতীগৰাকীৰ প্ৰেমিক তাত উপস্থিত হয়। শোকাকুল পৰিৱেশত যুৱকজনক কোনেও লক্ষ্য কৰা নাছিল।

প্ৰেমিকাৰ চিতাত জঁপিওৱাৰ চেষ্টা প্ৰেমিকৰ, তাৰ পিছত কি হ'ল
প্ৰেমিকাৰ চিতাত জঁপিওৱাৰ চেষ্টা প্ৰেমিকৰ, তাৰ পিছত কি হ’ল:

কিন্তু হঠাতে প্ৰেমিকাৰ চিতাৰ জুইৰ সন্মুখত তেওঁ ঘূৰিবলৈ ধৰে । কোনোৱে একো বুজি পোৱাৰ পূৰ্বেই তেওঁ সকলোৰে সন্মুখত জ্বলি থকা চিতাৰ জুইত জঁপিয়াই পৰিবলৈ চেষ্টা কৰে। কিন্তু তাৰ পূৰ্বে শ্মশানত থকা লোকসকলে তেওঁক ধৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, যুৱকজনক ধৰি মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰে সন্ধিয়া ৪ বজাত শ্মশানত উপস্থিত হয় ২৭ বছৰীয়া অনুৰাগ ৰাজেন্দ্ৰ মেশ্ৰম। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, অনুৰাগৰ মৃত্যু হোৱা যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল।

প্ৰেমিকাৰ মৃত্যুৰ খবৰ পাই অনুৰাগ শ্মশানত উপস্থিত হয়। ইয়াৰ পিছত তেওঁ নিজেও আত্মহত্যাৰ চেষ্টা চলায়। কিন্তু তাত উপস্থিত ৰাইজৰ প্ৰচেষ্টাত তেওঁৰ এই প্ৰচেষ্টা বিফল হয়। ইয়াৰ পিছতে যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ।

আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকীৰ আত্মহত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। প্ৰেমৰ বাবেই আত্মহত্যা কৰিছিল নে আন কিবা কাৰণ তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। অনুৰাগক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁকো জেৰা অব্যাহত ৰাখিছে। যুৱতীগৰাকীৰ মৃত্যুৰ আঁৰত অনুৰাগ আছে নেকি সেই বিষয়েও আৰক্ষীয়ে জানিবলৈ চেষ্টা চলাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: চেষ্টা প্ৰেমিকৰতাৰ পিছত কি হ'ল?প্ৰেমিকাৰ চিতাত জঁপিওৱাৰ
Share4Tweet3Send

Related Posts

Sensational Incident at Guwahati School: 5 Students Injured in Attack by Fellow Student, School Authorities Accused of Cover-up
National-International

Husband killed by woman । পুৰণি প্ৰেমিকৰ বাবে বিয়াৰ ৩ মাহতে স্বামীক হত্যা

by Staff Reporter
February 9, 2026
50
Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য
National-International

Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

by Staff Reporter
February 9, 2026
50
Online fraud : ৱাটছএপত বিয়াৰ কাৰ্ডৰ লিংক, অবাঞ্চিত নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ গৈ একাউণ্ট খালী
National-International

Online fraud : ৱাটছএপত বিয়াৰ কাৰ্ডৰ লিংক, অবাঞ্চিত নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ গৈ একাউণ্ট খালী

by News Desk
February 7, 2026
53
US Iran tension : ইৰাণত তেলৰ লেনদেনৰ বাবে শাস্তি, ১৪ জাহাজত নিষেধাজ্ঞা আমেৰিকাৰ
National-International

US Iran tension : ইৰাণত তেলৰ লেনদেনৰ বাবে শাস্তি, ১৪ জাহাজত নিষেধাজ্ঞা আমেৰিকাৰ

by News Desk
February 7, 2026
54
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

Supreme Court of India I ইচ্ছাৰ বিৰুদ্ধে সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰিব, ৩০ সপ্তাহত গৰ্ভপাতৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
February 7, 2026
50
Assam Crime Records I চলিত বছৰত সাত মাহত অসমত ৫ শতাধিক হত্যাকাণ্ড
National-International

Delhi crime । বছৰৰ প্ৰথম মাহটোত ৰাজধানীত ৫ শতাধিক মহিলা নিৰুদ্দেশৰ তথ্য নস্যাৎ দিল্লী আৰক্ষীৰ

by Staff Reporter
February 7, 2026
50
ADVERTISEMENT
Sensational Incident at Guwahati School: 5 Students Injured in Attack by Fellow Student, School Authorities Accused of Cover-up
National-International

Husband killed by woman । পুৰণি প্ৰেমিকৰ বাবে বিয়াৰ ৩ মাহতে স্বামীক হত্যা

February 9, 2026
50
Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য
National-International

Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

February 9, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
KARBI ANGLONG

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
54
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

February 8, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sensational Incident at Guwahati School: 5 Students Injured in Attack by Fellow Student, School Authorities Accused of Cover-up

Husband killed by woman । পুৰণি প্ৰেমিকৰ বাবে বিয়াৰ ৩ মাহতে স্বামীক হত্যা

February 9, 2026
Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

February 9, 2026
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13922) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (101) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2064) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3547) Lifestyle (24) literature (16) Music (1) National-International (11474) NORTHEAST (895) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (2) Social Media (2) Sports News (507) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  কাৰ্বি আংলঙ (11) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d