ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mumbai local train I মুম্বাইৰ সকলো স্থানীয় ৰে’লত হ’ব স্বয়ংক্ৰিয় দুৱাৰ, ৪ যাত্ৰী চিটিকি পৰি মৃত্যু হোৱাৰ পিছত ৰে’লৱেৰ সিদ্ধান্ত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 10, 2025
Reading Time: 1 min read
A A
0
Mumbai local train I মুম্বাইৰ সকলো স্থানীয় ৰে’লত হ’ব স্বয়ংক্ৰিয় দুৱাৰ, ৪ যাত্ৰী চিটিকি পৰি মৃত্যু হোৱাৰ পিছত ৰে’লৱেৰ সিদ্ধান্ত

Oplus_0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

France India deals : ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা

দেশত নিবনুৱাৰ হাৰ ৫ শতাংশ বৃদ্ধি

বিদায়ী ভাষণত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ ভাৰতৰ বিৰুদ্ধে ব্যঙ্গাত্মক মন্তব্য

মুম্বাইৰ সমীপত এখন স্থানীয় ৰে’লৰ (Mumbai Local Train) পৰা পৰি চাৰিজন লোকৰ মৃত্যু হোৱাৰ পাছত ৰে’লৱেয়ে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি অধিক সজাগ হৈ পৰিছে। এইবাৰ মুম্বাইৰ সকলো স্থানীয় ৰে’লত স্বয়ংক্ৰিয় দুৱাৰ স্থাপন কৰা হ’ব।

Mumbai local train I
৪ যাত্ৰী চিটিকি পৰি মৃত্যু হোৱাৰ পিছত ৰে’লৱেৰ সিদ্ধান্ত:

সোমবাৰে পুৱা মুম্বাইত যাত্ৰীভৰ্তি ৰে’লৰ দুৱাৰৰ পৰা পৰি চাৰিজন লোকৰ মৃত্যু হয়। আহত হয় আৰু ৯ জন। প্ৰতিজনে ৰে’লৰ দুৱাৰত ওলমি আছিল। ৰে’লৱে ব’ৰ্ডৰ তথ্য আৰু প্ৰচাৰ বিভাগৰ সঞ্চালক দিলীপ কুমাৰে কয় যে মহাৰাষ্ট্ৰত সংঘটিত দুৰ্ঘটনাৰ পিছত ৰে’ল মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মুম্বাইৰ বাবে নিৰ্মাণ কৰা নতুন ডবাত স্বয়ংক্ৰিয় দুৱাৰ স্থাপন কৰা হ’ব।

ইয়াৰ উপৰি মুম্বাইৰ উপকণ্ঠ অঞ্চলত বৰ্তমান চলি থকা স্থানীয় ৰে’লসমূহতো স্বয়ংক্ৰিয় দুৱাৰ স্থাপন কৰা হ’ব। সোমবাৰে পুৱা মুম্ব্ৰা ষ্টেচনৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। বিপৰীত দিশৰ পৰা আহি আছিল ৰে’ল দুখন। এখন ৰে’ল কাছাৰা অভিমুখে গৈ আছিল। আনখন গৈ আছিল ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ ফালে। সেই সময়ত ৰে’ল লাইনৰ এটা ভাঁজত সংঘটিত হয় এই দুৰ্ঘটনা।

কেন্দ্ৰীয় ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া স্বপ্নীল নীলাই জানিবলৈ দিয়া মতে, মৃতকেইজন আটাইকেইজন যাত্ৰীভৰ্তি ৰে’লখনৰ দুৱাৰত ওলমি আছিল। আৰক্ষীয়ে জনোৱা মতে, দুয়োখন ৰে’ল ইখনে সিখনৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত দুৱাৰত ওলমি থকা যাত্ৰীসকলৰ ইজনৰ বেগ সিজনৰ বেগত লাগিছিল।

সেই সময়ত যাত্ৰীসকলে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি ৰে’লৰ পৰা বাগৰি পৰে। কাছাৰা অভিমুখী ৰে’লখনৰ চকীদাৰে এই খবৰ কৰ্তৃপক্ষক দিয়ে। লগে লগে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চাৰিজন লোকক মৃত ঘোষণা কৰা হয়।
সোমবাৰে পুৱা ৰে’লত যাত্ৰীৰ যথেষ্ট ভিৰ আছিল।

চৰকাৰী সূত্ৰ অনুসৰি, প্ৰতিদিনে প্ৰায় ৭৫ লাখ যাত্ৰী মুম্বাইৰ উপনগৰৰ স্থানীয় ৰে’লত যাত্ৰা কৰে। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে ৰে’লত তিলমানো ঠাই নাছিল।

বহুতে ভিতৰত সোমাব নোৱাৰাৰ বাবে দুৱাৰত ওলমি আছিল। ৰে’লৰ দুয়োকাষে দুৱাৰত বহু লোক থিয় হৈ আছিল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে কয় যে দুৰ্ঘটনাৰ পিছত ইতিমধ্যে ৰে’ল প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ৪ যাত্ৰী চিটিকি পৰি মৃত্যু হোৱাৰ পিছতমুম্বাইৰ সকলো স্থানীয় ৰে'লত হ'বৰে'লৱেৰ সিদ্ধান্তস্বয়ংক্ৰিয় দুৱাৰ
Share5Tweet3Send

Related Posts

France India deals : ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা
National-International

France India deals : ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা

by News Desk
February 17, 2026
51
দেশত নিবনুৱাৰ হাৰ ৫ শতাংশ বৃদ্ধি
National-International

দেশত নিবনুৱাৰ হাৰ ৫ শতাংশ বৃদ্ধি

by Staff Reporter
February 17, 2026
54
বিদায়ী ভাষণত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ ভাৰতৰ বিৰুদ্ধে ব্যঙ্গাত্মক মন্তব্য
National-International

বিদায়ী ভাষণত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ ভাৰতৰ বিৰুদ্ধে ব্যঙ্গাত্মক মন্তব্য

by Staff Reporter
February 17, 2026
50
Terrorist attack in JK I জম্মু সীমান্তত পুনৰ পাকিস্তানৰ গোলাবৰ্ষণ, ২ বিএছএফ জোৱানকে ধৰি তিনিজন আহত ৩
National-International

বালুচৰ হাতত আটক ৭ পাক সেনা I  শ্বাহবাজ প্ৰশাসনক বন্দী বিনিময়ৰ বাবে সাত দিনৰ সময়

by Staff Reporter
February 17, 2026
54
তিনিদিনীয়া ভ্ৰমণ সূচীলৈ মুম্বাইত উপস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি
National-International

তিনিদিনীয়া ভ্ৰমণ সূচীলৈ মুম্বাইত উপস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি

by Staff Reporter
February 17, 2026
50
Karnataka MLA case । নিৰ্বাচনী শপতনামাত সম্পত্তিৰ ভুৱা তথ্য, অযোগ্য ঘোষণা এজন কংগ্ৰেছ বিধায়কক
National-International

Karnataka MLA case । নিৰ্বাচনী শপতনামাত সম্পত্তিৰ ভুৱা তথ্য, অযোগ্য ঘোষণা এজন কংগ্ৰেছ বিধায়কক

by Staff Reporter
February 17, 2026
50
ADVERTISEMENT
CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ
KARBI ANGLONG

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

February 17, 2026
53
Australia out from WC : বিশ্বকাপৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ, ছুপাৰ এইটত জিম্বাবুৱে
Sports News

Australia out from WC : বিশ্বকাপৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ, ছুপাৰ এইটত জিম্বাবুৱে

February 17, 2026
51
Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ
Assam

Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

February 17, 2026
51
France India deals : ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা
National-International

France India deals : ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা

February 17, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

February 17, 2026
Australia out from WC : বিশ্বকাপৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ, ছুপাৰ এইটত জিম্বাবুৱে

Australia out from WC : বিশ্বকাপৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ, ছুপাৰ এইটত জিম্বাবুৱে

February 17, 2026
Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

February 17, 2026

Categories

ALL NEWS (17418) Artificial Intelligence (3) Assam (13932) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (101) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2065) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3549) Lifestyle (24) literature (16) National-International (11534) NORTHEAST (896) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (2) Social Media (3) Sports News (509) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  অপরাধ (2)  কাৰ্বি আংলঙ (11) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d