ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

OYO hotel murder case I অয়ো হোটেলত দুই সন্তানৰ মাতৃক হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ ২৫ বছৰীয়া প্ৰেমিক-অভিযন্তা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 9, 2025
Reading Time: 1 min read
A A
0
প্ৰেমত প্ৰত্যাখ্যান, ছুৰীৰে আক্ৰমণ যুৱতীসহ পৰিয়ালৰ লোকক:

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ

Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

Operation Gang Bust : ৪৮ ঘণ্টাত ২৮০ গেংষ্টাৰকে ধৰি ৮৫৪ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ, ৪ হাজাৰ গোপন শিবিৰত অভিযান

বেংগালুৰুৰ ‘অয়ো’ হোটেলত ৩৩ বছৰীয়া বিবাহিতা প্ৰেমিকাক হত্যাৰ অভিযোগ (Oyo Murder Case) উত্থাপন হৈছে এজন ২৫ বছৰীয়া অভিযন্তাৰ বিৰুদ্ধে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

OYO hotel murder case I
অয়ো হোটেলত দুই সন্তানৰ মাতৃক হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ ২৫ বছৰীয়া প্ৰেমিক-অভিযন্তা:

উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ৩৩ বছৰীয়া হৰিণী আৰু ২৫ বছৰীয়া যশেশে বেংগালুৰুৰ পূৰ্ণপ্ৰজ্ঞাৰ সমীপৰ এখন হোটেলত আছিল। দুয়োজনেই চিনাকি আছিল।

তেওঁলোক কেঙেৰীৰ বাসিন্দা আৰু দুয়ো চুবুৰীয়া। শুকুৰবাৰে তেওঁলোকে অয়ো হোটেলত উঠে। অনুমান কৰা হৈছে যে সেইদিনা হৰিণী প্ৰেমিকৰ হাত নিহত হৈছিল। অৱশ্যে দুদিন পিছত পোহৰলৈ আহে এই হত্যাকাণ্ড। জানিব পৰা মতে, হোটেলৰ কোঠাত দুয়োৰে মাজত কাজিয়া হৈছিল।

সেই সময়ত আঠ বছৰ সৰু প্ৰেমিকে হৰিণীক ছুৰীৰে প্ৰহাৰ কৰিছিল। বেংগালুৰু আৰক্ষী বিষয়া এজনে কয়, “মহিলাগৰাকীৰ মৃতদেহত মুঠ ১৭ বাৰ ছুৰীৰে আঘাত কৰা হৈছে। আমি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছোঁ।”
তদন্তকাৰীয়ে অনুমান কৰিছে যে এই হত্যাকাণ্ড ৬ বা ৭ জুনত সংঘটিত হৈছিল।

হোটেল কৰ্তৃপক্ষৰ পৰা তথ্য লাভ কৰাৰ পিছত সোমবাৰে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে। অভিযুক্তক ধৰিবলৈ তেওঁলোকে বিশেষ কষ্ট কৰিবলগা হোৱা নাছিল। প্ৰাথমিক তদন্তত এই হত্যাকাণ্ডটো জটিল সম্পৰ্কৰ ফল বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ২৫ বছৰীয়া অভিযন্তা আৰু ৩৩ বছৰীয়া মহিলাগৰাকীৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল।

চুবুৰীয়াও আছিল তেওঁলোক। অৱশ্যে আন ঠাইত হৰিণীৰ বিয়া হৈছিল। তেওঁৰ দুটা সন্তানো আছে। কিন্তু বিয়াৰ পিছতো তেওঁ যুৱকজনৰ লগত সম্পৰ্ক অব্যাহত ৰাখিছিল। শেহতীয়াকৈ ইয়াকে লৈ দুয়োটা পৰিয়ালতে অশান্তিৰ সৃষ্টি হৈছিল। তেওঁলোকৰ মাজত কাজিয়াও লাগে। কিন্তু নিজৰ মাজৰ মনোমালিন্য ঠিক কৰিবলৈ দুয়োৱে হোটেলত লগ হোৱাৰ সিদ্ধান্ত লয়।

বেংগালুৰুৰ ডিচিপি (দক্ষিণ) লোকেশ বি জগলাছাৰে কয়, “মহিলাগৰাকীয়ে সম্পৰ্কৰ পৰা আঁতৰি যাব বিচাৰিছিল। যুৱকজনৰ সৈতে তেওঁ দূৰত্ব সৃষ্টি কৰিছিল। অভিযুক্তই সেইটো মানি ল’ব পৰা নাছিল। প্ৰেমিকাৰ প্ৰতি খং আৰু ঈৰ্ষাৰ বাবেই হত্যা কৰে। এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি অভিযুক্তক জেৰা কৰিম।”

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ২৫ বছৰীয়া প্ৰেমিক-অভিযন্তাঅয়ো হোটেলত দুই সন্তানৰমাতৃক হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ
Share4Tweet3Send

Related Posts

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ
National-International

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ

by News Desk
January 13, 2026
52
Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি
National-International

Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

by News Desk
January 13, 2026
52
Operation Gang Bust : ৪৮ ঘণ্টাত ২৮০ গেংষ্টাৰকে ধৰি ৮৫৪ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ, ৪ হাজাৰ গোপন শিবিৰত অভিযান
National-International

Operation Gang Bust : ৪৮ ঘণ্টাত ২৮০ গেংষ্টাৰকে ধৰি ৮৫৪ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ, ৪ হাজাৰ গোপন শিবিৰত অভিযান

by News Desk
January 13, 2026
56
Delhi cold wave : দিল্লী, গুৰুগ্ৰামৰ ঠাণ্ডাই অতিক্ৰম কৰিলে চিমলাক, ৰাজধানীত তাপমাত্ৰা ৩ ডিগ্ৰী, হাৰিয়ানাত ০
National-International

Delhi cold wave : দিল্লী, গুৰুগ্ৰামৰ ঠাণ্ডাই অতিক্ৰম কৰিলে চিমলাক, ৰাজধানীত তাপমাত্ৰা ৩ ডিগ্ৰী, হাৰিয়ানাত ০

by News Desk
January 13, 2026
53
Gen Z : জেন জেডৰ সৃষ্টিশীলতাত প্ৰভাৱিত প্ৰধানমন্ত্ৰী “তেওঁলোকৰ ধাৰণাই ভাৰতক আগুৱাই যোৱাত সহায় কৰিব”
National-International

Gen Z : জেন জেডৰ সৃষ্টিশীলতাত প্ৰভাৱিত প্ৰধানমন্ত্ৰী “তেওঁলোকৰ ধাৰণাই ভাৰতক আগুৱাই যোৱাত সহায় কৰিব”

by News Desk
January 13, 2026
57
Iran crisis I  ইৰাণ এৰিবলৈ নিজৰ দেশৰ নাগৰিকক নিৰ্দেশ আমেৰিকাৰ
National-International

Iran crisis I  ইৰাণ এৰিবলৈ নিজৰ দেশৰ নাগৰিকক নিৰ্দেশ আমেৰিকাৰ

by Staff Reporter
January 13, 2026
52
ADVERTISEMENT
Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ
National-International

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ

January 13, 2026
52
Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২
KARBI ANGLONG

Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

January 13, 2026
58
Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি
National-International

Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

January 13, 2026
52
Operation Gang Bust : ৪৮ ঘণ্টাত ২৮০ গেংষ্টাৰকে ধৰি ৮৫৪ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ, ৪ হাজাৰ গোপন শিবিৰত অভিযান
National-International

Operation Gang Bust : ৪৮ ঘণ্টাত ২৮০ গেংষ্টাৰকে ধৰি ৮৫৪ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ, ৪ হাজাৰ গোপন শিবিৰত অভিযান

January 13, 2026
56
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ

January 13, 2026
Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

January 13, 2026
Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

January 13, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13893) BREAKING NEWS (6491) Business (34) crime (25) cultural (5) Digital Transformation (3) Dima Hasao (1) DIPHU (4) Economy (99) Editorial (17) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2061) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3537) Lifestyle (24) literature (16) Music (1) National-International (11293) NORTHEAST (890) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (500) Stories (16) Tech (14) Technology (2) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d