ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indore Couple case I মেঘালয় আৰক্ষীক দোষাৰোপ সোণমৰ পিতৃৰ, কন্যা নিৰ্দোষী বুলি দাবী কৰি চিবিআইৰ তদন্ত দাবী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 9, 2025
Reading Time: 1 min read
A A
0
Meghalaya honeymoon couple case I মেঘালয়ৰ মধুচন্দ্ৰিকা কাণ্ড; সোণমে হত্যা কৰিছিল স্বামীক, উত্তৰ প্ৰদেশত তিনি সহযোগীৰে গ্ৰেপ্তাৰ

Oplus_0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Iran Israel conflict I ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰাৰ ক্ষমতা ইজৰাইলৰ নাই, দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

প্ৰায় ১৫ দিন ধৰি নিৰুদ্দেশ হৈ থকা সোণম ৰঘুবংশীয়ে উত্তৰ প্ৰদেশৰ এখন থানাত আত্মসমৰ্পণ কৰিছে। মেঘালয়ত মধুচন্দ্ৰিকা (Meghalaya Case) কৰি থকা অৱস্থাত স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰিছিল নেকি সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আনহাতে, সোণমৰ পিতৃ দেৱী সিঙে অৱশ্যে দাবী কৰে যে তেওঁৰ কন্যাই এনে কাম কৰিব নোৱাৰে।

Indore Couple case I
মেঘালয় আৰক্ষীক দোষাৰোপ সোণমৰ পিতৃৰ:

তেওঁ অভিযোগ কৰে যে সমগ্ৰ কাহিনীটো মেঘালয় আৰক্ষীয়ে ৰচনা কৰিছে। একে সময়তে তেওঁ কয় যে চিবিআইৰ তদন্তৰ পিছতহে সমগ্ৰ বিষয়টো স্পষ্ট হ’ব। মেঘালয় আৰক্ষীয়ে জনোৱা মতে, উত্তৰ প্ৰদেশৰ গাজীপুৰৰ নন্দগঞ্জ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে সোণমে।

মেঘালয় আৰক্ষীয়ে আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। সোণমৰ পিতৃয়ে অৱশ্যে দাবী কৰিছে যে দেওবাৰে নিশা তেওঁৰ কন্যা গাজীপুৰৰ এখন ধাবালৈ গৈছিল। তাৰ পৰাই সোণমে ককায়েকক ফোন কৰে। ইয়াৰ পিছত আৰক্ষীয়ে ধাবাখনলৈ গৈ তেওঁৰ কন্যাক লৈ যায় বুলি দাবী কৰিছে সোণমৰ পিতৃয়ে।

সোমবাৰে পুৱা তেওঁ কয়, “মোৰ কন্যা নিৰ্দোষী। তেওঁৰ ওপৰত মোৰ বিশ্বাস আছে। তেওঁ এই কাম কৰিব নোৱাৰে (স্বামীক হত্যা)।” ইয়াৰ পিছতে মেঘালয় চৰকাৰ আৰু ৰাজ্যখনৰ আৰক্ষীক সমালোচনা কৰে সোণমৰ পিতৃয়ে। তেওঁ কয়, “আৰম্ভণিৰে পৰা ৰাজ্য (মেঘালয়) চৰকাৰে মিছা কথা কৈ আহিছে। মেঘালয় পুলিচেও মিছা কথা কৈছে। মোৰ ছোৱালীয়ে কিয় এই কাম কৰিব?” তেওঁ লগতে দাবী কৰে যে তেওঁলোকে (ৰাজা আৰু সোণম) দুয়ো পৰিয়ালৰ সন্মতি সাপেক্ষে বিয়া হৈছিল।

সোণমৰ পিতৃয়ে ‘প্ৰকৃত সত্য’ উলিয়াই আনিবলৈ চিবিআইৰ তদন্তৰ অনুৰোধ জনাইছে। এই অনুৰোধ সন্দৰ্ভত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব বুলিও তেওঁ কয়। আনহাতে, চিবিআইৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে মেঘালয় আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰা হ’ব বুলিও তেওঁ দাবী কৰে।
উল্লেখ্য যে ইন্দোৰৰ বাসিন্দা ৰাজা আৰু সোণামৰ বিয়া হৈছিল ১৯ মে’ত। পিছদিনা নৱবিবাহিত দম্পতী মেঘালয় ভ্ৰমণলৈ যায়।

শেষবাৰৰ বাবে ২৩ মে’ত ছ’হৰাৰ এটা হোমষ্টেত দুয়োকে একেলগে দেখা গৈছিল। ১১ দিনৰ অন্তত খাৱৈৰ পৰা উদ্ধাৰ হয় ৰাজাৰ মৃতদেহ। তেজৰ দাগ লগা কাপোৰ আৰু ৰেইনকোট এটাও উদ্ধাৰ কৰা হৈছে। কিন্তু সোণমক বিচাৰি পোৱা নগ’ল। আৰক্ষীয়ে জনোৱা মতে, শেষবাৰৰ বাবে ২৩ মে’ৰ দিনৰ ১.১৫ বজাত আত্মীয়ৰ সৈতে কথা পাতিছিল সোণমে।

সেইটোও দুষ্কৃতিকাৰীৰ হাতত পৰা বুলি অনুমান কৰা হৈছে। আনকি একাংশই তেওঁক অপহৰণ কৰি বাংলাদেশলৈ লৈ যোৱা বুলিও সন্দেহ কৰিছিল। কাৰণ সোণম আৰু ৰাজা নিৰুদ্দেশ হোৱা ঠাইৰ পৰা বাংলাদেশ সীমান্ত বৰ বেছি দূৰত নহয়। ৰাজা-সোণমৰ পৰিয়ালেও অপহৰণৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ লোকে তদন্তক লৈ কেইবাবাৰো অসন্তুষ্টি প্ৰকাশ কৰে।

লগতে ৰাজা-সোণম ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে বাংলাদেশৰ সৈতেও যোগাযোগ কৰে। কিন্তু কোনো সঁহাৰি পোৱা নগ’ল। অৱশেষত ১৬ দিনৰ মূৰত উদ্ধাৰ হয় সোণম। স্বামীক হত্যাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। সোণমৰ আত্মসমৰ্পণে মেঘালয়ত নৱবিবাহিত দম্পতীৰ নিৰুদ্দেশৰ তদন্তত নতুন মোৰ আনিছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: কন্যা নিৰ্দোষী বুলি দাবী কৰি চিবিআইৰ তদন্ত দাবীমেঘালয় আৰক্ষীক দোষাৰোপসোণমৰ পিতৃৰ
Share4Tweet3Send

Related Posts

Iran Israel war । ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুক হত্যা কৰিলে যুদ্ধ বন্ধ হ’ব, নেতানিয়াহুৰ দাবী
National-International

Iran Israel conflict I ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰাৰ ক্ষমতা ইজৰাইলৰ নাই, দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

by Staff Reporter
June 21, 2025
50
পাকিস্তানৰ সৈতে পুনৰ আলোচনাৰ উদ্যোগ ভাৰতৰ
National-International

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

by Staff Reporter
June 21, 2025
50
Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা
National-International

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

by Staff Reporter
June 21, 2025
50
Donald Trump । ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ পৰামৰ্শ পাকিস্তানৰ
National-International

Donald Trump । ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ পৰামৰ্শ পাকিস্তানৰ

by Staff Reporter
June 21, 2025
50
International Day of Yoga I অন্ধ্ৰপ্ৰদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ নেতৃত্ব প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ
National-International

International Day of Yoga I অন্ধ্ৰপ্ৰদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ নেতৃত্ব প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ

by Staff Reporter
June 21, 2025
50
হয় বিনিয়োগ, নহ’লে তলাবন্ধ! এয়াৰ ইণ্ডিয়া সন্দৰ্ভত সিদ্ধান্ত কেন্দ্রৰ
National-International

Air India I এইবাৰ এয়াৰ ইণ্ডিয়াৰ বিমানত চৰাইৰ খুন্দা, ১০০ যাত্ৰীক লৈ নিৰাপদে অৱতৰণ

by Staff Reporter
June 20, 2025
53
ADVERTISEMENT
Iran Israel war । ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুক হত্যা কৰিলে যুদ্ধ বন্ধ হ’ব, নেতানিয়াহুৰ দাবী
National-International

Iran Israel conflict I ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰাৰ ক্ষমতা ইজৰাইলৰ নাই, দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

June 21, 2025
50
পাকিস্তানৰ সৈতে পুনৰ আলোচনাৰ উদ্যোগ ভাৰতৰ
National-International

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

June 21, 2025
50
Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা
National-International

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

June 21, 2025
50
ডিফুত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন, কাকৰ চিইএম ড: তুলিৰাম ৰংহাঙৰ যোগাভ্যাস
KARBI ANGLONG

ডিফুত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন, কাকৰ চিইএম ড: তুলিৰাম ৰংহাঙৰ যোগাভ্যাস

June 21, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Iran Israel war । ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুক হত্যা কৰিলে যুদ্ধ বন্ধ হ’ব, নেতানিয়াহুৰ দাবী

Iran Israel conflict I ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰাৰ ক্ষমতা ইজৰাইলৰ নাই, দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

June 21, 2025
পাকিস্তানৰ সৈতে পুনৰ আলোচনাৰ উদ্যোগ ভাৰতৰ

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

June 21, 2025
Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

June 21, 2025

Categories

ALL NEWS (17393) Artificial Intelligence (1) Assam (13691) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3399) Lifestyle (24) literature (16) National-International (10152) NORTHEAST (856) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d