ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Operation Sindoor I পাকিস্তানত সেনা অভিযানৰ মাজতে হঠাৎ দিল্লীত উপস্থিত চৌদি আৰবৰ মন্ত্ৰী, জয়শংকৰৰ সৈতে বৈঠক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 8, 2025
Reading Time: 1 min read
A A
0
Operation Sindoor I পাকিস্তানত সেনা অভিযানৰ মাজতে হঠাৎ দিল্লীত উপস্থিত চৌদি আৰবৰ মন্ত্ৰী, জয়শংকৰৰ সৈতে বৈঠক

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Pakistan spy I পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত থকাৰ অভিযোগত ৮ ভাৰতীয়

Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

SC on Refugee I ভাৰত কোনো ধৰ্মশালা নহয়,  শৰণাৰ্থী প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

পূৰ্ব ঘোষিত ভ্ৰমণৰ সময়সূচী নোহোৱাকৈয়ে হঠাৎ নতুন দিল্লীত উপস্থিত হয় চৌদি আৰবৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আদেল আল জুবেইৰ। তেওঁ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকতো মিলিত হয়।
Operation Sindoor I
পাকিস্তানত সেনা অভিযানৰ মাজতে হঠাৎ দিল্লীত উপস্থিত চৌদি আৰবৰ মন্ত্ৰী:

ইতিমধ্যে পহেলগাম হত্যাকাণ্ডৰ ১৫ দিনৰ পাছত পাক অধিকৃত কাশ্মীৰ আৰু পঞ্জাব প্ৰদেশৰ ৯টা সন্ত্ৰাসবাদী শিবিৰত ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দুৰ’ (Operation Sindoor) ক লৈ উপ-মহাদেশখনত উত্তেজনা অব্যাহত আছে।

এই প্ৰসংগত একাংশ কূটনৈতিক পৰ্যবেক্ষকে আদেলৰ এই ভ্ৰমণক ‘তাৎপৰ্যপূৰ্ণ’ বুলি গণ্য কৰিছে। তেওঁলোকৰ মতে, আমেৰিকাৰ গুৰুত্বপূৰ্ণ মিত্ৰ চৌদি আৰবৰ মন্ত্ৰীগৰাকীৰ এই আকস্মিক ভ্ৰমণৰ লক্ষ্য হৈছে নতুন দিল্লী আৰু ইছলামাবাদৰ মাজত উত্তেজনা লাঘৱ কৰা।

চৌদি আৰবৰ বৈদেশিক মন্ত্ৰালয়ৰ এক এক্স পোষ্টত কোৱা হৈছে, “আদেলে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্পবদ্ধভাৱে যুঁজ দিয়াৰ বিষয়টোক লৈ ভাৰতৰ সৈতে মত বিনিময় হয়।”

আনহাতে, ভাৰতৰ সামৰিক অভিযানক লৈ নতুন দিল্লী আৰু ইছলামাবাদৰ মাজত উল্লেখযোগ্য উত্তেজনাৰ মাজতে বুধবাৰে গভীৰ নিশা ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিও ভাৰতত উপস্থিত হয় । উল্লেখ্য যে দশক দশক ধৰি পশ্চিম এছিয়াত ছৌদি আৰবৰ ডাঙৰ শত্ৰু হৈছে ইৰাণ।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: জয়শংকৰৰ সৈতে বৈঠকপাকিস্তানত সেনা অভিযানৰ মাজতেহঠাৎ দিল্লীত উপস্থিত চৌদি আৰবৰ মন্ত্ৰী
Share4Tweet3Send

Related Posts

খাদ্যৰ বিজ্ঞাপনৰ জালত পৰি মহিলাই হেৰুৱালে ৯০ হাজাৰ টকা
National-International

Pakistan spy I পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত থকাৰ অভিযোগত ৮ ভাৰতীয়

by Staff Reporter
May 19, 2025
50
Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ
National-International

Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
May 19, 2025
50
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

SC on Refugee I ভাৰত কোনো ধৰ্মশালা নহয়,  শৰণাৰ্থী প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

by Staff Reporter
May 19, 2025
50
Enhanced Security Measures Ahead of the Shirui Lily Festival in Manipur
National-International

Enhanced Security Measures Ahead of the Shirui Lily Festival in Manipur

by Staff Reporter
May 19, 2025
50
Golden Temple I স্বৰ্ণ মন্দিৰকো লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ পাকিস্তানৰ, বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ দ্বাৰা ধ্বংসৰ দাবী ভাৰতীয় সেনাৰ
National-International

Golden Temple I স্বৰ্ণ মন্দিৰকো লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ পাকিস্তানৰ, বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ দ্বাৰা ধ্বংসৰ দাবী ভাৰতীয় সেনাৰ

by Staff Reporter
May 19, 2025
50
India Mango Exporting I আম ৰপ্তানিত বৃহৎ লোকচানৰ সন্মুখীন ভাৰত, আমেৰিকান বিমানবন্দৰৰ পৰা উভতিল বৃহৎ পৰিমাণৰ আম
National-International

India Mango Exporting I আম ৰপ্তানিত বৃহৎ লোকচানৰ সন্মুখীন ভাৰত, আমেৰিকান বিমানবন্দৰৰ পৰা উভতিল বৃহৎ পৰিমাণৰ আম

by Staff Reporter
May 19, 2025
50
ADVERTISEMENT
খাদ্যৰ বিজ্ঞাপনৰ জালত পৰি মহিলাই হেৰুৱালে ৯০ হাজাৰ টকা
National-International

Pakistan spy I পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত থকাৰ অভিযোগত ৮ ভাৰতীয়

May 19, 2025
50
Assam: Margherita Court Delivers Life Sentence in Shocking Murder Case
Assam

Assam: Margherita Court Delivers Life Sentence in Shocking Murder Case

May 19, 2025
50
Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ
National-International

Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

May 19, 2025
50
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

SC on Refugee I ভাৰত কোনো ধৰ্মশালা নহয়,  শৰণাৰ্থী প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

May 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

খাদ্যৰ বিজ্ঞাপনৰ জালত পৰি মহিলাই হেৰুৱালে ৯০ হাজাৰ টকা

Pakistan spy I পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত থকাৰ অভিযোগত ৮ ভাৰতীয়

May 19, 2025
Assam: Margherita Court Delivers Life Sentence in Shocking Murder Case

Assam: Margherita Court Delivers Life Sentence in Shocking Murder Case

May 19, 2025
Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

May 19, 2025

Categories

ALL NEWS (17392) Artificial Intelligence (1) Assam (13671) BREAKING NEWS (6481) Business (34) crime (16) cultural (5) Digital Transformation (1) DIPHU (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (1) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2040) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3378) Lifestyle (24) literature (16) National-International (9952) NORTHEAST (848) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d