ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pahalgam Attack I পহেলগাম হত্যাকাণ্ডত জড়িত ৪ সন্ত্ৰাসবাদীৰ ফটো মুকলি, ভুক্তভোগীৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 23, 2025
Reading Time: 1 min read
A A
0
Pahalgam Attack I পহেলগাম হত্যাকাণ্ডত জড়িত ৪ সন্ত্ৰাসবাদীৰ ফটো মুকলি, ভুক্তভোগীৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Pakistan spy I পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত থকাৰ অভিযোগত ৮ ভাৰতীয়

Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

SC on Refugee I ভাৰত কোনো ধৰ্মশালা নহয়,  শৰণাৰ্থী প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

ভাৰতীয় সুৰক্ষা সংস্থাই পহেলগাম হত্যাকাণ্ডত (Pahalgam Attack) জড়িত চাৰিজন সন্ত্ৰাসবাদীক চিনাক্ত কৰিছে। এই চাৰিজন সন্ত্ৰাসবাদীৰ আলোকচিত্ৰ ইতিমধ্যে মুকলি কৰা হৈছে।

Pahalgam Attack I
পহেলগাম হত্যাকাণ্ডত জড়িত ৪ সন্ত্ৰাসবাদীৰ ফটো মুকলি:

তেওঁলোকক আদিল, আচিফ ফুজি, চুলেমান শ্বাহ আৰু আবু তালহা বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে মঙলবাৰে আবেলি জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহেলগাম অঞ্চলত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে।

চোৰাংচোৱা সূত্ৰই দাবী কৰা মতে, আক্ৰমণকাৰীৰ সংখ্যা পাঁচৰ পৰা ছয় আছিল। সকলোৰে মুখত মাস্ক আছিল। তেওঁলোকৰ হাতত আছিল এ কে-47 বন্দুক। হঠাতে তেওঁলোকে পৰ্যটকসকলৰ ওপৰত গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। এতিয়ালৈকে পহেলগামত হোৱা আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হৈছে। আন কেইবাজনো আহত হৈছে।

চোৰাংচোৱা সূত্ৰৰ মতে, আটাইকেইজন সন্ত্ৰাসবাদী টি আৰ এফৰ সদস্য। অৱশ্যে আক্ৰমণটোৰ মূল সূত্ৰধাৰ হৈছে চৈফুল্লা খালিদ ওৰফে চৈফুল্লা কাচুৰী। তেওঁ লস্কৰৰ অন্যতম প্ৰধান। চৈফুল্লা সন্ত্ৰাসবাদী গোটটোৰ অন্যতম নেতা আৰু ভাৰতৰ ৱাণ্টেড তালিকাত থকা হাফিজ ছঈদৰ ঘনিষ্ঠ বুলিও জনা যায়।

ইফালে জম্মু-কাশ্মীৰ চৰকাৰে মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাৰ অনুদান ঘোষণা কৰিছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক ২ লাখ টকা আৰু কম গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক ১ লাখ টকাৰ অনুদান প্ৰদান কৰা হ’ব।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: পহেলগাম হত্যাকাণ্ডত জড়িত ৪ভুক্তভোগীৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণাসন্ত্ৰাসবাদীৰ ফটো মুকলি
Share4Tweet3Send

Related Posts

খাদ্যৰ বিজ্ঞাপনৰ জালত পৰি মহিলাই হেৰুৱালে ৯০ হাজাৰ টকা
National-International

Pakistan spy I পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত থকাৰ অভিযোগত ৮ ভাৰতীয়

by Staff Reporter
May 19, 2025
50
Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ
National-International

Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
May 19, 2025
50
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

SC on Refugee I ভাৰত কোনো ধৰ্মশালা নহয়,  শৰণাৰ্থী প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

by Staff Reporter
May 19, 2025
50
Enhanced Security Measures Ahead of the Shirui Lily Festival in Manipur
National-International

Enhanced Security Measures Ahead of the Shirui Lily Festival in Manipur

by Staff Reporter
May 19, 2025
50
Golden Temple I স্বৰ্ণ মন্দিৰকো লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ পাকিস্তানৰ, বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ দ্বাৰা ধ্বংসৰ দাবী ভাৰতীয় সেনাৰ
National-International

Golden Temple I স্বৰ্ণ মন্দিৰকো লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ পাকিস্তানৰ, বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ দ্বাৰা ধ্বংসৰ দাবী ভাৰতীয় সেনাৰ

by Staff Reporter
May 19, 2025
50
India Mango Exporting I আম ৰপ্তানিত বৃহৎ লোকচানৰ সন্মুখীন ভাৰত, আমেৰিকান বিমানবন্দৰৰ পৰা উভতিল বৃহৎ পৰিমাণৰ আম
National-International

India Mango Exporting I আম ৰপ্তানিত বৃহৎ লোকচানৰ সন্মুখীন ভাৰত, আমেৰিকান বিমানবন্দৰৰ পৰা উভতিল বৃহৎ পৰিমাণৰ আম

by Staff Reporter
May 19, 2025
50
ADVERTISEMENT
খাদ্যৰ বিজ্ঞাপনৰ জালত পৰি মহিলাই হেৰুৱালে ৯০ হাজাৰ টকা
National-International

Pakistan spy I পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত থকাৰ অভিযোগত ৮ ভাৰতীয়

May 19, 2025
50
Assam: Margherita Court Delivers Life Sentence in Shocking Murder Case
Assam

Assam: Margherita Court Delivers Life Sentence in Shocking Murder Case

May 19, 2025
50
Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ
National-International

Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

May 19, 2025
50
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

SC on Refugee I ভাৰত কোনো ধৰ্মশালা নহয়,  শৰণাৰ্থী প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

May 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

খাদ্যৰ বিজ্ঞাপনৰ জালত পৰি মহিলাই হেৰুৱালে ৯০ হাজাৰ টকা

Pakistan spy I পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত থকাৰ অভিযোগত ৮ ভাৰতীয়

May 19, 2025
Assam: Margherita Court Delivers Life Sentence in Shocking Murder Case

Assam: Margherita Court Delivers Life Sentence in Shocking Murder Case

May 19, 2025
Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

May 19, 2025

Categories

ALL NEWS (17392) Artificial Intelligence (1) Assam (13671) BREAKING NEWS (6481) Business (34) crime (16) cultural (5) Digital Transformation (1) DIPHU (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (1) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2040) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3378) Lifestyle (24) literature (16) National-International (9952) NORTHEAST (848) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d