ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi storm I ধূলিৰ ধুমুহাৰ বাবে দিল্লীত অৱতৰণ কৰিব নোৱাৰিলে বহু বিমান, দেৱাল ভাঙি এজনৰ মৃত্যু

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 12, 2025
Reading Time: 1 min read
A A
0
Delhi storm I ধূলিৰ ধুমুহাৰ বাবে দিল্লীত অৱতৰণ কৰিব নোৱাৰিলে বহু বিমান, দেৱাল ভাঙি এজনৰ মৃত্যু

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

দিল্লীত হঠাৎ সৃষ্টি হোৱা ধূলিৰ ধুমুহাৰ ফলত (Delhi Storm) শুকুৰবাৰে নিশাৰ পৰা বিমান সেৱা ব্যাহত হৈ পৰিছে। বহু বিমান দিল্লী বিমানবন্দৰত অৱতৰণ কৰিব পৰা নাই। সেইবোৰ ওচৰৰ আন বিমানবন্দৰত অৱতৰণ কৰা হয়। লগতে নিৰ্ধাৰিত সময়ত দিল্লীৰ পৰা কমেও ৫০খন বিমান উৰা মাৰিব নোৱাৰিলে। আনহাতে, বাতিল কৰা হৈছে ৭খন বিমান।

Delhi storm I
ধূলিৰ ধুমুহাৰ বাবে দিল্লীত অৱতৰণ কৰিব নোৱাৰিলে বহু বিমান:

যাত্ৰীসকলে দাবী কৰে যে দিল্লী বিমানবন্দৰৰ এটা অংশত পদপিষ্টৰ পৰিস্থিতিৰো সৃষ্টি হৈছে। বহু লোক আৱদ্ধ হৈ পৰে। শুকুৰবাৰে ধূলিৰ ধুমুহাৰ সময়ত পূব দিল্লীত এখন দেৱাল ভাঙি পৰাত এজন লোকৰ মৃত্যু হয়। আহত হৈছে কমেও দুজন লোক।

বিগত কিছুদিন ধৰি ৰাজধানী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত এক অবিৰত গ্ৰীষ্ম প্ৰবাহৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিছু ঠাইত উষ্ণতাই ৪০ ডিগ্ৰীৰ সীমা অতিক্ৰম কৰিলে। এনে পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে নিশা দিল্লীত হঠাতে ধূলিৰ ধুমুহাৰ সৃষ্টি হয়।

ইয়াৰ লগে লগে ধাৰাসাৰ বৰষুণ। বতৰৰ এই হঠাৎ পৰিৱৰ্তনে গৰমৰ পৰা কিছু সকাহ আনিলেও কিন্তু বিপদো বাঢ়িছে। শুকুৰবাৰে সন্ধিয়া পুনৰ ধূলিৰ ধুমুহাৰ কৱলত পৰে দিল্লীৰ বৃহৎ অংশ। ধুমুহাত ভাঙি পৰে পূব দিল্লীৰ বহুমহলীয়া অট্টালিকাৰ এখন দেৱাল। ইয়াৰ বাবে এজন লোকৰ মৃত্যু হয়।

আনহাতে, শুকুৰবাৰে সময়মতে উৰা মাৰিব পৰা নাছিল দিল্লীৰ বহু বিমান। দিল্লী বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া কেইবাখনো বিমান চণ্ডীগড়ত অৱতৰণ কৰে। নিশাৰ পৰা ১২ ঘণ্টাৰো অধিক সময় বিমানবন্দৰত আবদ্ধ হৈ আছে যাত্ৰীসকল। যাত্ৰীসকলে ছ’চিয়েল মিডিয়াত এই দুখ-কষ্টৰ বাতৰি প্ৰকাশ কৰি ক্ষোভ প্ৰকাশ কৰে।

দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ৩ৰ সমীপত প্ৰবল ভিৰ হোৱাৰ অভিযোগ এজন যাত্ৰীৰ। ভিডিঅ’ দেখুৱাই তেওঁ দাবী কৰে যে তাত পদপিষ্টৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে ধূলিৰ ধুমুহাৰ ফলত দিল্লী মহানগৰীৰ বিভিন্ন স্থানত গছ-গছনি ভাঙি পৰিছে। পথ অৱৰোধ হোৱাত যান-জঁটৰ সৃষ্টি কৰে।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ফটো আৰু ভিডিঅ’ত গাড়ী আৰু বাইকৰ ওপৰত গছ ভাঙি পৰি থকা দেখা গৈছে।
বতৰৰ আকস্মিক পৰিৱৰ্তনৰ বাবে শুকুৰবাৰে নিশা দিল্লীত বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰিছিল। অনুমান কৰা হৈছে যে আগন্তুক দুদিনলৈ এনে বতৰ থাকিব পাৰে।

ধূলিৰ ধুমুহাৰো সম্ভাৱনা আছে। ধুমুহাৰ গতি ঘণ্টাত ৮০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে। বজ্ৰপাতৰ ক্ষেত্ৰতো সাৱধান থাকিবলৈ কোৱা হৈছে। কিন্তু তাৰ পিছত আকৌ গৰম বাঢ়িব। দিল্লীৰ সমান্তৰালকৈ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কেইবাটাও স্থানত এনে বতৰৰ পৰিস্থিতিৰ সম্ভাৱনা আছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: অৱতৰণ কৰিব নোৱাৰিলে বহু বিমানদেৱাল ভাঙি এজনৰ মৃত্যুধূলিৰ ধুমুহাৰ বাবে দিল্লীত
Share4Tweet3Send

Related Posts

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়
National-International

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়

by Staff Reporter
November 19, 2025
50
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

by Staff Reporter
November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

by Staff Reporter
November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

by Staff Reporter
November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

by Staff Reporter
November 19, 2025
50
ই-ভিছা অবিহনে ভাৰতত সোমাব নোৱাৰিব আফগান নাগৰিক, বাতিল পূৰ্বৰ সকলো ভিছা
National-International

Indian Visa । ভাৰতীয়ৰ ভিছা ৰেহাই স্থগিত ৰাখিলে ইৰাণে, কিন্তু কিয়?

by Staff Reporter
November 18, 2025
53
ADVERTISEMENT
World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়
National-International

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়

November 19, 2025
50
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়

November 19, 2025
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13846) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3496) Lifestyle (24) literature (16) National-International (10909) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d