ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Road accidents : বোকাখাতৰ ইকৰাজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ পথ দুৰ্ঘটনা : ১ জন নিহত

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
April 8, 2025
Reading Time: 1 min read
A A
0
Road accidents : বোকাখাতৰ ইকৰাজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ পথ দুৰ্ঘটনা : ১ জন নিহত

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Zubeen Garg death case I জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ বিশেষ ধাৰা প্ৰয়োগত অনুমোদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

Zubeen Garg birthday । কায়িক অনুপস্থিতিত প্ৰথমটো জন্মদিন প্ৰাণৰ শিল্পীৰ, কাহিলিপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি উন্মোচন

বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৫ উদযাপন:

বোকাখাতৰ সমীপৰ ইকৰাজান (Ikrajan near Bokakhat)ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accidents)ত ১ জন নিহত (1 killed) হয়। জানিব পৰা মতে অংকুৰ বৰা (Ankur Bora) (২৯) নামৰ এজন যুৱকজনে বোকাখাতৰ পৰা যোৰহাটৰ দিশে চলাই যোৱা এ এচ ০৯ এফ ০৮৭৬ নম্বৰৰ ‘ৱেগন আৰ’ নিজা বাহনখনে ইকৰাজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একেদিশে ৰখাই থোৱা এ এচ ০৩ চি চি ৭৫৮২ নম্বৰৰ ১১০৯ ট্ৰাকখনৰ পিছফালে প্ৰচণ্ড খুন্দা মাৰে। ইঞ্জিনৰ সমস্যাজনীত কাৰণত ট্ৰাকখন ৰখাই থোৱা হৈছিল বুলি জানিব পৰা গৈছে।

Boka 1 1 | ASSAM TIMES POST
বোকাখাতৰ ইকৰাজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ পথ দুৰ্ঘটনাত অংকুৰ বৰাৰ মৃত্যু

দুৰ্ঘটনাত পতিত চালক বৰাক ঘটনাস্থলীত উপস্থিত ট্ৰাকখনৰ চালকগৰাকীৰ লগতে ততালিকে উপস্থিত হোৱা স্থানীয় ৰাইজৰ সহযোগত পতিত অৱস্থাৰ পৰা উলিয়াই আনি বোকাখাত শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়লৈ ১০৮ যোগে লৈ অনা হয় যদিও নিয়াৰ পথতে বৰাৰ মৃত্যু ঘটে আৰু চিকিৎসালয়ত মৃত ঘোষণা কৰে বুলি সেই সময়ত কৰ্তব্যৰত ডা: অৰ্ণৱজ্যোতি ডেকাৰ পৰা জানিব পৰা গৈছে। ৱেগন আৰ বাহনখনৰ চালক বৰাই আছিল দুৰ্ঘটনাৰ সময়ত একমাত্ৰ আৰোহী।

বোকাখাতৰ লখৌজানৰ ধৰ্মেশ্বৰ বৰাৰ একমাত্ৰ পুত্ৰ তথা চতুৰ্থ সন্তান প্ৰয়াত অংকুৰ বৰাই নিশা বোকাখাতৰ পৰা লখৌজানস্থিত নিজা ঘৰলৈ উভতি গৈ আছিল বুলি প্ৰকাশ। বৰাই পত্নী পাখী বৰাৰ লগতে পিতৃ-মাতৃ, তিনি বিবাহিতা জ্যেষ্ঠ ভগ্নীকে ধৰি পৰিয়াল-স্বজনক ইহসংসাৰত এৰি থৈ গৈছে। বোকাখাত পশু চিকিৎসা বিভাগত কৰ্মৰত সৰবৰহী যুৱক বৰাৰ আকস্মিক মৃত্যুত সমগ্ৰ বোকাখাত অঞ্চলত শোকৰ ছাঁ পৰিছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: BokakhatRoadaccidentsবোকাখাতৰইকৰাজানপথদুৰ্ঘটনা
Share8Tweet5Send

Related Posts

Zubeen Garg । ১৯৭২-২০২৫ : অৰ্ধ শতিকাজোৰা জুবিন গাৰ্গৰ যৱনিকা
Assam

Zubeen Garg death case I জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ বিশেষ ধাৰা প্ৰয়োগত অনুমোদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

by Staff Reporter
November 18, 2025
53
Zubeen Garg birthday । কায়িক অনুপস্থিতিত প্ৰথমটো জন্মদিন প্ৰাণৰ শিল্পীৰ, কাহিলিপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি উন্মোচন
Assam

Zubeen Garg birthday । কায়িক অনুপস্থিতিত প্ৰথমটো জন্মদিন প্ৰাণৰ শিল্পীৰ, কাহিলিপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি উন্মোচন

by Staff Reporter
November 18, 2025
52
বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৫ উদযাপন:
Assam

বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৫ উদযাপন:

by Staff Reporter
November 16, 2025
60
Urgent Call to Action I  Assam Journalists Fight Misinformation and Defend Press Freedom
Assam

Urgent Call to Action I  Assam Journalists Fight Misinformation and Defend Press Freedom

by Staff Reporter
November 16, 2025
50
CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা
Assam

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

by Staff Reporter
November 15, 2025
53
Zubeen Garg I জুবিন গাৰ্গৰ স্মৃতিত ১৯ নৱেম্বৰত চানমাৰিত বিশাল সাংস্কৃতিক অনুষ্ঠান
Assam

Zubeen Garg I জুবিন গাৰ্গৰ স্মৃতিত ১৯ নৱেম্বৰত চানমাৰিত বিশাল সাংস্কৃতিক অনুষ্ঠান

by Staff Reporter
November 12, 2025
52
ADVERTISEMENT
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

November 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13846) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3496) Lifestyle (24) literature (16) National-International (10908) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d