ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Stampede case । ষ্টেচনৰ বাহিৰত ‘ৱেটিং ৰুম’, সংৰক্ষিত টিকট অবিহনে প্লেটফৰ্মত প্ৰৱেশ নিষিদ্ধ কৰিলে ৰে’লৱেয়ে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 8, 2025
Reading Time: 1 min read
A A
0
Delhi Stampede case । ষ্টেচনৰ বাহিৰত ‘ৱেটিং ৰুম’, সংৰক্ষিত টিকট অবিহনে প্লেটফৰ্মত প্ৰৱেশ নিষিদ্ধ কৰিলে ৰে’লৱেয়ে

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

উত্তৰ প্ৰদেশত শিলৰ কুৱেৰী খহি এজন শ্ৰমিকৰ মৃত্যু, আবদ্ধ ১৫

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

Delhi Blast I  দিল্লী বিস্ফোৰণত জড়িত চাৰি চিকিৎসকৰ অনুজ্ঞাপত্ৰ বাতিল

ষ্টেচনত যাত্ৰীৰ অতিমাত্ৰা ভিৰ বা ৰে’ল ধৰিবলৈ লৰালৰি আদি বিভিন্ন কাৰণত দুৰ্ঘটনা সংঘটিত হ’ব পাৰে। বিশেষকৈ এই আশংকা বৃদ্ধি পায় উৎসৱৰ বতৰত।

Delhi Stampede case ।
সংৰক্ষিত টিকট অবিহনে প্লেটফৰ্মত প্ৰৱেশ নিষিদ্ধ কৰিলে ৰে’লৱেয়ে:

শেহতীয়াকৈ নতুন দিল্লী ষ্টেচনত সংঘটিত ভয়াৱহ ঘটনাৰ (Delhi Stempede Case) পিছতে যাত্ৰীৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন হয়। ইয়াৰ পৰিপ্ৰেক্ষিততে ষ্টেচনত যাত্ৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰতীয় ৰে’লৱে কঠোৰ হৈ পৰিছে।

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণবে শুকুৰবাৰে এখন উচ্চ পৰ্যায়ৰ বৈঠকত যাত্ৰী নিয়ন্ত্ৰণৰ বাবে কি পদক্ষেপ ল’ব পাৰে সেই বিষয়ে আলোচনা কৰে। সূত্ৰ অনুসৰি, উক্ত বৈঠকত কেইবাটাও সিদ্ধান্ত লোৱা হয়। জানিব পৰা মতে, অতিমাত্ৰা ভিৰ নিয়ন্ত্ৰণৰ বাবে দেশৰ ডাঙৰ ডাঙৰ ষ্টেচনৰ বাহিৰত যাত্ৰীসকলৰ বাবে ‘ৱেটিং ৰুম’ নিৰ্মাণ কৰা হ’ব।

গন্তব্য ৰে’লখন ষ্টেচন পোৱাৰ পূৰ্বে কেৱল সংশ্লিষ্ট যাত্ৰীসকলকহে ষ্টেচনত প্ৰৱেশৰ অনুমতি দিয়া হ’ব। নতুন দিল্লী, আনন্দ বিহাৰ, বাৰাণসী, অযোধ্যা আৰু পাটনা ষ্টেচনত ভিৰ নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে ‘পাইলট প্ৰজেক্ট’ আৰম্ভ হৈছে।

ইয়াৰ ফলাফলৰ ভিত্তিত দেশৰ মুঠ ৬০টা ষ্টেচনত পৰ্যায়ক্ৰমে নতুন নিয়ম প্ৰৱৰ্তন কৰা হ’ব। নতুন নিয়মৰ অধীনত ৰে’লৱেই ষ্টেচনলৈ যাত্ৰীৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব। কেৱল নিশ্চিত সংৰক্ষিত টিকট থকা যাত্ৰীসকলকহে ষ্টেচনত প্ৰৱেশৰ অনুমতি দিয়া হ’ব।

ইয়াৰ উপৰি ষ্টেচনসমূহৰ ফুটব্ৰিজ সম্প্ৰসাৰণ কৰা হ’ব। ১২ মিটাৰ আৰু ৬ মিটাৰ বহল ফুটব্ৰিজ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। কেৱল সেয়াই নহয়, ষ্টেচনৰ ভিতৰত আৰু বাহিৰত বিভিন্ন স্থানত চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব।

প্ৰতিটো ডাঙৰ ষ্টেচনত এজনকৈ ষ্টেচন ডাইৰেক্টৰ থকাৰ ব্যৱস্থাও কৰা হৈছে। প্ৰয়োজন হ’লে তেওঁ ভিৰ নিয়ন্ত্ৰণৰ বাবে সকলো সিদ্ধান্ত ল’ব। উল্লেখ্য যে মহাকুম্ভৰ সময়ত দেশৰ বহু ষ্টেচনত অতিমাত্ৰা জনসমাগমৰ বাবে বিশৃংখলতাৰ সৃষ্টি হয়।

নতুন দিল্লী ষ্টেচনত ১৫ ফেব্ৰুৱাৰীত কুম্ভমেলাৰ ভক্তৰ ভিৰত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাত মহিলা আৰু শিশুসহ মুঠ ১৮ গৰাকী যাত্ৰীৰ মৃত্যু হয়। ইয়াৰ পিছত তৎপৰ হয় ৰে’ল বিভাগ। তাৰ পিছতে দেশৰ ৬০টা ষ্টেচনত যাত্ৰী নিয়ন্ত্ৰণৰ বাবে ৰে’লৱেই কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ষ্টেচনৰ বাহিৰত ‘ৱেটিং ৰুম’সংৰক্ষিত টিকট অবিহনে প্লেটফৰ্মত প্ৰৱেশ নিষিদ্ধ কৰিলে ৰে'লৱেয়ে
Share4Tweet3Send

Related Posts

Rape I ককাকৰ অপমানৰ প্ৰতিশোধ ল’বলৈ ১০ বছৰীয়া নাতিনীক ধৰ্ষণ কৰি হত্যা
National-International

উত্তৰ প্ৰদেশত শিলৰ কুৱেৰী খহি এজন শ্ৰমিকৰ মৃত্যু, আবদ্ধ ১৫

by Staff Reporter
November 16, 2025
50
টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে
National-International

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

by Staff Reporter
November 15, 2025
54
Delhi blast I দিল্লী বিস্ফোৰণক লৈ কেইবাখনো দেশৰ শোক প্ৰকাশ, একতাৰ বাৰ্তা
National-International

Delhi Blast I  দিল্লী বিস্ফোৰণত জড়িত চাৰি চিকিৎসকৰ অনুজ্ঞাপত্ৰ বাতিল

by Staff Reporter
November 15, 2025
53
JK Blast I শ্ৰীনগৰৰ থানাত বিস্ফোৰণ, নিহত ৯
National-International

JK Blast । হঠাতে প্ৰচণ্ড শব্দ, ৩০০ মিটাৰ দূৰৈত ছিটিকি পৰিল শৰীৰৰ অংগ, শ্ৰীনগৰ থানাত কৰুণ পৰিৱেশ

by Staff Reporter
November 15, 2025
51
উপনিৰ্বাচনৰ ফলাফলত ৮ সমষ্টিৰ ভিতৰত বিজেপিৰ জয় ২ আসনত, বিৰোধীৰ হাতত ৬
National-International

উপনিৰ্বাচনৰ ফলাফলত ৮ সমষ্টিৰ ভিতৰত বিজেপিৰ জয় ২ আসনত, বিৰোধীৰ হাতত ৬

by Staff Reporter
November 15, 2025
52
অবিৰতভাৱে ৮ ঘণ্টা বহি কাম কৰিলে বাঢ়িব পাৰে হৃদৰোগৰ আশঙ্কা! দাবী গৱেষণাত
National-International

নিৰ্বাচনত নিজৰ পৰাজয়, দলৰ পতন ডাবল ডিপ্ৰেছনৰ মাজত বিহাৰত হৃদৰোগত আক্ৰান্ত হৈ প্ৰাৰ্থীৰ মৃত্যু

by Staff Reporter
November 15, 2025
51
ADVERTISEMENT
Rape I ককাকৰ অপমানৰ প্ৰতিশোধ ল’বলৈ ১০ বছৰীয়া নাতিনীক ধৰ্ষণ কৰি হত্যা
National-International

উত্তৰ প্ৰদেশত শিলৰ কুৱেৰী খহি এজন শ্ৰমিকৰ মৃত্যু, আবদ্ধ ১৫

November 16, 2025
50
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা
KARBI ANGLONG

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

November 15, 2025
55
টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে
National-International

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

November 15, 2025
54
CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা
Assam

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

November 15, 2025
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rape I ককাকৰ অপমানৰ প্ৰতিশোধ ল’বলৈ ১০ বছৰীয়া নাতিনীক ধৰ্ষণ কৰি হত্যা

উত্তৰ প্ৰদেশত শিলৰ কুৱেৰী খহি এজন শ্ৰমিকৰ মৃত্যু, আবদ্ধ ১৫

November 16, 2025
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

November 15, 2025
টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

November 15, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13842) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2051) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3492) Lifestyle (24) literature (16) National-International (10880) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d