ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Airforce Aircraft Accident I হাৰিয়ানাৰ পঞ্চকুলাত দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ যুদ্ধবিমান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 8, 2025
Reading Time: 1 min read
A A
0
Airforce Aircraft Accident I হাৰিয়ানাৰ পঞ্চকুলাত দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ যুদ্ধবিমান

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট

Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’

BMC election 2026 : মুম্বাইত অন্ত পৰিল ঠাকৰে পৰিয়ালৰ ৰাজত্ব, পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ

শুকুৰবাৰে হাৰিয়ানাৰ পঞ্চকুলাত ভাৰতীয় বায়ুসেনাৰ এখন যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত (Airforce Aircraft Accident) হয়। দৈনিক প্ৰশিক্ষণ চলি থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। অৱশ্যে নিৰাপদে যুঁজাৰু বিমানখনৰ পৰা পাইলটজন নামিবলৈ সক্ষম হয়।

Airforce Aircraft Accident I
হাৰিয়ানাৰ পঞ্চকুলাত দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ যুদ্ধবিমান:

বায়ুসেনাৰ তথ্য অনুসৰি, বিমানখনত কাৰিকৰী সমস্যাৰ সৃষ্টি হৈছিল। কিন্তু চালকজনে স্থানীয় এলেকাৰ পৰা আঁতৰাই লৈ যায়। ফলত কোনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে বায়ুসেনাই।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে হাৰিয়ানাৰ আম্বালাৰ পৰা উৰা মাৰিছিল যুদ্ধ বিমানখন। কিন্তু হঠাৎ সমস্যাৰ সৃষ্টি হয়। বায়ুসেনাৰ তথ্য অনুসৰি, চালকজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

উল্লেখ্য যে যোৱা মাহত মধ্যপ্ৰদেশৰ শিৱপুৰীত দুৰ্ঘটনাগ্ৰস্ত হৈছিল দুখন আসনৰ মিৰাজ ২০০০ যুদ্ধ বিমান। অৱশ্যে দুয়োজন পাইলটেই বিমানখনৰ পৰা নামিবলৈ সক্ষম হয়। ২০২৪ চনৰ নৱেম্বৰ মাহত উত্তৰ প্ৰদেশৰ আগ্ৰাৰ সমীপত মিগ-২৯ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সেইবাৰো প্ৰাণৰক্ষা পৰে চালকৰ।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: বায়ুসেনাৰ যুদ্ধবিমানহাৰিয়ানাৰ পঞ্চকুলাত দুৰ্ঘটনাগ্ৰস্ত
Share4Tweet3Send

Related Posts

Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট
National-International

by News Desk
January 17, 2026
50
Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’
National-International

Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’

by News Desk
January 17, 2026
50
BMC election 2026 : মুম্বাইত অন্ত পৰিল ঠাকৰে পৰিয়ালৰ ৰাজত্ব, পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ
National-International

BMC election 2026 : মুম্বাইত অন্ত পৰিল ঠাকৰে পৰিয়ালৰ ৰাজত্ব, পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ

by News Desk
January 17, 2026
50
Delhi Gang Rape I ৰে’লত বন্ধুত্ব পাতিয়ে হোটেললৈ যাত্ৰা, দশম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ
National-International

Congress MLA on rape । ধুনীয়া ছোৱালী দেখিলে ল’ৰাবোৰ বিচলিত হয়, সেইবাবেই ধৰ্ষণৰ সংখ্যা বেছি; কংগ্ৰেছ বিধায়কৰ ধৰ্ষণৰ নতুন ব্যাখ্যা

by Staff Reporter
January 17, 2026
50
Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ
National-International

Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ

by Staff Reporter
January 17, 2026
50
Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক
National-International

Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক

by Staff Reporter
January 17, 2026
50
ADVERTISEMENT
Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট
National-International

Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট

January 17, 2026
50
Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’
National-International

Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’

January 17, 2026
50
BMC election 2026 : মুম্বাইত অন্ত পৰিল ঠাকৰে পৰিয়ালৰ ৰাজত্ব, পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ
National-International

BMC election 2026 : মুম্বাইত অন্ত পৰিল ঠাকৰে পৰিয়ালৰ ৰাজত্ব, পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ

January 17, 2026
50
ICC T-20 WC : টি-২০ বিশ্বকাপ সন্দৰ্ভত নতুন জটিলতা, ভাৰতীয় আই চি চিৰ সদস্যক ভিছা নিদিলে বাংলাদেশে
Sports News

ICC T-20 WC : টি-২০ বিশ্বকাপ সন্দৰ্ভত নতুন জটিলতা, ভাৰতীয় আই চি চিৰ সদস্যক ভিছা নিদিলে বাংলাদেশে

January 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট

Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট

January 17, 2026
Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’

Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’

January 17, 2026
BMC election 2026 : মুম্বাইত অন্ত পৰিল ঠাকৰে পৰিয়ালৰ ৰাজত্ব, পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ

BMC election 2026 : মুম্বাইত অন্ত পৰিল ঠাকৰে পৰিয়ালৰ ৰাজত্ব, পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ

January 17, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13899) BREAKING NEWS (6491) Business (34) Bussines (1) crime (25) cultural (5) Digital Transformation (3) DIPHU (4) Economy (99) Editorial (17) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2061) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3538) Lifestyle (24) literature (16) Music (1) National-International (11325) NORTHEAST (890) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (501) Stories (16) Tech (14) Technology (2) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d