ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ukraine War : ট্ৰাম্পৰ প্ৰস্তাৱত সন্মতি, মঙলবাৰে চৌদি আৰবত ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত আলোচনাত বহিব পুটিন

নিউজ ডেস্কঃ

News Desk by News Desk
February 17, 2025
Reading Time: 1 min read
A A
0
Ukraine War : ট্ৰাম্পৰ প্ৰস্তাৱত সন্মতি, মঙলবাৰে চৌদি আৰবত ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত আলোচনাত বহিব পুটিন

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ

Hasina sentenced to death : বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি

দেওবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে (Donald Trump) কৰা দাবী সোমবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ (Vladimir Putin) চৰকাৰে মানি লয়। তাৰ পিছত ক্ৰেমলিনে জনাইছে যে ইউক্ৰেইন যুদ্ধ (War of Ukraine) সন্দৰ্ভত মঙলবাৰে চৌদি আৰৱত দুয়োপক্ষৰ প্ৰতিনিধিৰ উচ্চ পৰ্যায়ৰ বৈঠক (High-level meeting) অনুষ্ঠিত হ’ব। ট্ৰাম্পে লগতে দাবী কৰে যে শান্তিৰ প্ৰতি পুটিনৰ মনোভাব ইতিবাচক। তেনে ক্ষেত্ৰত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইকেল ৱাল্টজেও এই বৈঠকত অংশগ্ৰহণ কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ৰুবিঅ’ বৰ্তমান সংযুক্ত আৰব আমিৰশ্বাহীত আছে। দেওবাৰে ট্ৰাম্পে কয় যে তেওঁ যুদ্ধ বন্ধ কৰিবলৈ ছৌদি আৰৱত থকা মস্কোৰ প্ৰতিনিধিক সাক্ষাৎ কৰিব। কিন্তু আলোচনাৰ সঠিক তাৰিখ তেওঁ নিৰ্দিষ্টকৈ উল্লেখ কৰা নাছিল।

war 1 | ASSAM TIMES POST
মঙলবাৰে চৌদি আৰবত ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত আলোচনাত বহিব পুটিন

উল্লেখ্য যে যোৱা বছৰ আমেৰিকাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত ফিলাডেলফিয়াত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মুখামুখি বিতৰ্কত ট্ৰাম্পে কৈছিল, “যদি মই ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হওঁ তেন্তে ২৪ ঘণ্টাৰ ভিতৰত ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰি দিম।” আনহাতে, ট্ৰাম্পৰ সৈতে পুটিনৰ ব্যক্তিগত সমীকৰণো মসৃণ দেখা গৈছে। বহুতে বিশ্বাস কৰে যে সেই সূত্ৰৰ ভিত্তিতে ইউক্ৰেইনত শান্তিৰ পথ মুকলি কৰিব পৰা যাব। অৱশ্যে দেওবাৰে ট্ৰাম্পে কয় যে পুটিনৰ সৈতে তেওঁৰ বৈঠক হ’ব। ক্ৰেমলিনে কিন্তু এই বিষয়ে একো কোৱা নাই।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: MeetingOnUkraineWar
Share4Tweet3Send

Related Posts

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?
National-International

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

by ASSAM TIMES POST
November 17, 2025
50
India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ
National-International

India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ

by ASSAM TIMES POST
November 17, 2025
50
Hasina sentenced to death : বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি
National-International

Hasina sentenced to death : বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি

by ASSAM TIMES POST
November 17, 2025
50
“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”
National-International

Supreme Court of India I বীমাৰ চুক্তি ভংগ হ’লেও পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিক ক্ষতিপূৰণ দিব লাগিব, উচ্চতম ন্যায়ালয়

by Staff Reporter
November 17, 2025
50
‘অপ্টিমাছ’ই সলনি কৰিব মানৱ সভ্যতাৰ ইতিহাস, অত্যাধুনিক ৰবটৰ ওপৰত আস্থা মাক্সৰ
National-International

‘অপ্টিমাছ’ই সলনি কৰিব মানৱ সভ্যতাৰ ইতিহাস, অত্যাধুনিক ৰবটৰ ওপৰত আস্থা মাক্সৰ

by Staff Reporter
November 17, 2025
50
বিশ্বকাপলৈ টিকট নিশ্চিত কৰিলে নৰৱেই, অনিশ্চয়তাত ইটালী
National-International

বিশ্বকাপলৈ টিকট নিশ্চিত কৰিলে নৰৱেই, অনিশ্চয়তাত ইটালী

by Staff Reporter
November 17, 2025
52
ADVERTISEMENT
Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন
KARBI ANGLONG

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

November 17, 2025
50
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ
KARBI ANGLONG

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

November 17, 2025
50
Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?
National-International

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

November 17, 2025
50
India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ
National-International

India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ

November 17, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

November 17, 2025
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

November 17, 2025
Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

November 17, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13844) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3494) Lifestyle (24) literature (16) National-International (10892) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d