ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mysore family abnormal death : মহীশূৰৰ ব্যৱসায়ীৰ ঘৰৰ পৰা উদ্ধাৰ একেটা পৰিয়ালৰ চাৰিটা মৃতদেহ, সন্দেহৰ আৱৰ্তত মৃত্যুৰ কাৰণ

নিউজ ডেস্কঃ

News Desk by News Desk
February 17, 2025
Reading Time: 1 min read
A A
0
Mysore family abnormal death : মহীশূৰৰ ব্যৱসায়ীৰ ঘৰৰ পৰা উদ্ধাৰ একেটা পৰিয়ালৰ চাৰিটা মৃতদেহ, সন্দেহৰ আৱৰ্তত মৃত্যুৰ কাৰণ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ

Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক

New Toll Payment : अप्रैल से नई टोल भुगतान व्यवस्था लागू होगी

বন্ধ ঘৰৰ কোঠাৰ পৰা উদ্ধাৰ (Rescued from house room) এজন ব্যৱসায়ী (A businessman)কে ধৰি একেটা পৰিয়ালৰ চাৰিজন সদস্য (Four family members)ৰ নিথৰ দেহ (dead body)। সোমবাৰে পুৱা কৰ্ণাটকৰ মহীশূৰ (Mysore in Karnataka)ত সংঘটিত হয় এই ঘটনা। এই ঘটনাই অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছে। আনহাতে, একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ ৰহস্যজনক মৃত্যুৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে।

সোমবাৰে পুৱা মহীশূৰৰ বিশ্বেশ্বৰ নগৰৰ এটা ঘৰৰ কোঠাৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, উদ্ধাৰ হোৱা মৃতদেহকেইটা হৈছে ব্যৱসায়ী তথা অভিযন্তা চেতন (৪৫), পত্নী ৰূপালী (৪৩), মাতৃ প্ৰিয়ম্বদা (৬৫) আৰু পুত্ৰ কুশলৰ (১৫)। কোঠাটোৰ চিলিঙত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় চেতনৰ মৃতদেহ। তেওঁৰ মূৰটো পলিথিনৰ বেগ এটাৰে মেৰিয়াই থোৱা আছিল।

mysuru | ASSAM TIMES POST
মহীশূৰৰ ব্যৱসায়ীৰ ঘৰৰ পৰা উদ্ধাৰ একেটা পৰিয়ালৰ চাৰিটা মৃতদেহ

আনহাতে, কুশলৰ মৃতদেহটো হাত-ভৰি বন্ধা অৱস্থাত কোঠাটোৰ মজিয়াত পৰি আছিল। ইফালে প্ৰিয়ম্বদা আৰু ৰূপালীৰ মৃতদেহো একেদৰেই উদ্ধাৰ হয়। প্ৰাথমিক তদন্ত অনুসৰি চেতনৰ বাহিৰে পৰিয়ালৰ বাকী সদস্যসকলক ডিঙি চেপি হত্যা কৰা হয়। চেতনে হয়তো নিজে পৰিয়ালৰ লোককেইজনক হত্যা কৰি আত্মহত্যা কৰে। অৱশ্যে একাংশ সূত্ৰই দাবী কৰিছে যে চেতনে আত্মহত্যাৰ পূৰ্বে পৰিয়ালৰ বাকী সদস্যসকলক বিষাক্ত দ্ৰব্যও সেৱন কৰাইছিল। মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে জানিব পৰা যাব।

কিন্তু একেটা পৰিয়ালৰ চাৰিজন সদস্যই কিয় হঠাতে এনে সিদ্ধান্ত ল’লে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। আৰক্ষীৰ তথ্য অনুসৰি, শেহতীয়াকৈ পৰিয়ালটো আৰ্থিক সংকটত ভুগিছিল। তাৰ বাবেই হয়তো তেওঁলোকে আত্মহত্যাৰ সিদ্ধান্ত লয়। আনহাতে, সোমবাৰে পুৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে। স্থানীয় সূত্ৰ অনুসৰি, চেতনে আত্মহত্যাৰ পূৰ্বে পুৱা প্ৰায় ৪ বজাত আমেৰিকাৰ বাসিন্দা ভাতৃ ভাৰতক ফোন কৰে। ভাৰতে দাবী কৰে যে চেতনে তেওঁক ফোনযোগে কৈছিল, “আমি আত্মহত্যা কৰি মৰিম।” আতংকিত হৈ ভাৰতে খৰধৰকৈ চেতনৰ শহুৰেকক খবৰ দিয়ে। কিন্তু চেতনৰ শহুৰেক আহি তেওঁলোকৰ ঘৰ পোৱাৰ পূৰ্বেই সকলো শেষ হৈ যায়। ইফালে তথ্য লাভ কৰাৰ পাছতে বিভিন্ন আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়৷ আৰক্ষী আয়ুক্ত সীমা লাটকাৰ, উপ-আৰক্ষী আয়ুক্ত (অপৰাধ আৰু যান-বাহন) এছ জাহ্নৱী আৰু বিদ্যান্যপুৰমৰ পৰিদৰ্শক মোহিতৰ লগতে জ্যেষ্ঠ বিষয়াসকলে ঘটনাস্থলী পৰিদৰ্শন কৰে। বিদ্যান্যপুৰম আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ হৈছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: MysoreFamilyAbnormalDeathমহীশূৰতচাৰিটামৃতদেহউদ্ধাৰ
Share4Tweet3Send

Related Posts

Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ
National-International

Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ

by Staff Reporter
January 17, 2026
50
Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক
National-International

Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক

by Staff Reporter
January 17, 2026
50
Toll plaza : এপ্ৰিলৰ পৰা আৰম্ভ হ’ব নতুন টোল পৰিশোধ ব্যৱস্থা
National-International

New Toll Payment : अप्रैल से नई टोल भुगतान व्यवस्था लागू होगी

by ASSAM TIMES POST
January 16, 2026
57
Toll plaza : এপ্ৰিলৰ পৰা আৰম্ভ হ’ব নতুন টোল পৰিশোধ ব্যৱস্থা
National-International

Toll plaza : এপ্ৰিলৰ পৰা আৰম্ভ হ’ব নতুন টোল পৰিশোধ ব্যৱস্থা

by News Desk
January 16, 2026
53
Martial law declared : দক্ষিণ কোৰিয়াত সামৰিক শাসন জাৰি কৰি পদচ্যুত ৰাষ্ট্ৰপতিক ৫ বছৰ কাৰাদণ্ড, হ’ব পাৰে মৃত্যুদণ্ড!
National-International

Martial law declared : দক্ষিণ কোৰিয়াত সামৰিক শাসন জাৰি কৰি পদচ্যুত ৰাষ্ট্ৰপতিক ৫ বছৰ কাৰাদণ্ড, হ’ব পাৰে মৃত্যুদণ্ড!

by News Desk
January 16, 2026
53
Iran crisis : ইৰাণৰ নৌসেনাৰ হাতত বন্দী ১৬ ভাৰতীয় নাবিকক লৈ উদ্বিগ্ন পৰিয়াল
National-International

Iran crisis : ইৰাণৰ নৌসেনাৰ হাতত বন্দী ১৬ ভাৰতীয় নাবিকক লৈ উদ্বিগ্ন পৰিয়াল

by News Desk
January 16, 2026
51
ADVERTISEMENT
Bangladesh’s Struggle I No Consular Access to Assam Jails despite MEA Approval
Assam

Bangladesh’s Struggle I No Consular Access to Assam Jails despite MEA Approval

January 17, 2026
50
Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ
National-International

Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ

January 17, 2026
50
Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক
National-International

Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক

January 17, 2026
50
Crypto Scam I সহজে টাকা রোজগার’ ক্রিপ্টো প্রতারণা থেকে সতর্ক থাকুন: গ্যাংটকের বাসিন্দাদের পুলিশের সতর্কবার্তা
 অপরাধ

Crypto Scam I সহজে টাকা রোজগার’ ক্রিপ্টো প্রতারণা থেকে সতর্ক থাকুন: গ্যাংটকের বাসিন্দাদের পুলিশের সতর্কবার্তা

January 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bangladesh’s Struggle I No Consular Access to Assam Jails despite MEA Approval

Bangladesh’s Struggle I No Consular Access to Assam Jails despite MEA Approval

January 17, 2026
Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ

Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ

January 17, 2026
Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক

Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক

January 17, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13899) BREAKING NEWS (6491) Business (34) Bussines (1) crime (25) cultural (5) Digital Transformation (3) DIPHU (4) Economy (99) Editorial (17) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2061) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3538) Lifestyle (24) literature (16) Music (1) National-International (11321) NORTHEAST (890) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (500) Stories (16) Tech (14) Technology (2) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d