ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Women Drinking Rate : মহিলা সুৰাপায়ীৰ ক্ষেত্ৰত দেশৰ ভিতৰত প্ৰথম অসম  

নিউজ ডেস্কঃ

News Desk by News Desk
February 14, 2025
Reading Time: 1 min read
A A
0
Women Drinking Rate : মহিলা সুৰাপায়ীৰ ক্ষেত্ৰত দেশৰ ভিতৰত প্ৰথম অসম  

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:

Child killed : বোকাখাতৰ ৰাজপথত নিয়ন্ত্ৰণ হীন ডাম্পাৰে মহতিয়ালে কনমানি শিশুক

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ (Union Ministry of Health and Family Welfare) শেহতীয়া এক সমীক্ষাত (In a survey) এক আচৰিত ধৰণৰ পৰিসংখ্যা প্ৰকাশ পাইছে। সমীক্ষাত প্ৰকাশিত পৰিসংখ্যা অনুসৰি, অসমৰ মহিলাই (Women of Assam) সৰ্বাধিক সুৰাপান কৰে (Drinks most alcohol)। ভাৰতত ১৫-৪৯ বছৰ বয়সৰ মহিলাৰ ৰাষ্ট্ৰীয় গড় মদ্যপানৰ হাৰ ১.২ শতাংশ। আহাতে, অসমৰ ক্ষেত্ৰত মহিলাৰ সুৰাপানৰ হাৰ ১৬.৫ শতাংশ (Rate is 16.5 per cent)। ইয়াৰ পিছতে থকা মেঘালয়ৰ ১৫-৪৯ বছৰ বয়সৰ মহিলাৰ মাজত সুৰাপানৰ হাৰ ৮.৭ শতাংশ। অৱশ্যে  অসমতকৈ কম হ’লেও এই সংখ্যা ৰাষ্ট্ৰীয় গড়তকৈ যথেষ্ট বেছি। এই তালিকাত তৃতীয় স্থানত আছে অৰুণাচল প্ৰদেশ। কিন্তু বিগত বছৰৰ তুলনাত ৰাজ্যখনৰ মহিলাসকলৰ মাজত সুৰাপান হ্ৰাস পাইছে। অৰুণাচল প্ৰদেশত ১৫-৪৯ বছৰ বয়সৰ ৩.৩ শতাংশ মহিলাই সুৰাপান কৰে।

assam 1 1 | ASSAM TIMES POST
মহিলা সুৰাপায়ীৰ ক্ষেত্ৰত দেশৰ ভিতৰত প্ৰথম অসম  

আনহাতে, অৰুণাচল প্ৰদেশৰ পুৰুষসকলৰ সুৰাপানৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক। উত্তৰ-পূব ভাৰতৰ এই সৰু ৰাজ্যখনত ১৫-৪৯ বছৰ বয়সৰ পুৰুষৰ মাজত সুৰাপানৰ হাৰ ৫৯ শতাংশ। মহিলা সুৰাপানৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ পিছত ছিকিম আৰু ছত্তীশগড়ৰ স্থান ক্ৰমে চতুৰ্থ আৰু পঞ্চমত। ছিকিমত ১৫-৪৯ বছৰ বয়সৰ মহিলাৰ মাজত সুৰাপানৰ হাৰ ০.৩ শতাংশৰ বিপৰীতে ছত্তীশগড়ত একে বয়সৰ ০.২ শতাংশ মহিলাই সুৰাপান কৰে। ঝাৰখণ্ড আৰু ত্ৰিপুৰাত ইয়াৰ পূৰ্বে ক্ৰমে ৯.৯ শতাংশ আৰু ৯.৬ শতাংশ মহিলাই সুৰাপান কৰিছিল, যিটো যথেষ্ট হ্ৰাস পাইছে। বৰ্তমানৰ পৰিসংখ্যা অনুসৰি ঝাৰখণ্ডত ০.৩ শতাংশ মহিলা আৰু ত্ৰিপুৰাত ০.৮ শতাংশ মহিলাই সুৰাপান কৰে।

আশ্চৰ্যজনকভাৱে দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ দৰে মেট্ৰ’ভিত্তিক ৰাজ্যসমূহ বৃহৎ কৰ্প’ৰেট বিনিয়োগৰ বাবে পৰিচিত যদিও সমীক্ষাত প্ৰকাশিত তালিকাত ৰাজ্যকেইখনৰ এখনেও স্থান পোৱা নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: AssamWomenDrinkingRateমহিলাসুৰাপায়ীঅসম
Share4Tweet3Send

Related Posts

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:
Assam

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

by Staff Reporter
February 8, 2026
54
ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:
Assam

ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:

by Staff Reporter
February 8, 2026
50
Child killed : বোকাখাতৰ ৰাজপথত নিয়ন্ত্ৰণ হীন ডাম্পাৰে মহতিয়ালে কনমানি শিশুক
Assam

Child killed : বোকাখাতৰ ৰাজপথত নিয়ন্ত্ৰণ হীন ডাম্পাৰে মহতিয়ালে কনমানি শিশুক

by News Desk
February 7, 2026
54
Assam Rifles Bust Major Drug Operation : Heroin Worth Rs 60 Lakh Seized
Assam

Assam Rifles Bust Major Drug Operation : Heroin Worth Rs 60 Lakh Seized

by News Desk
February 3, 2026
51
Me-Dam-Me-Phi I গুৱাহাটীত চ্যুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্রীৰ
Assam

Me-Dam-Me-Phi I গুৱাহাটীত চ্যুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্রীৰ

by Staff Reporter
January 31, 2026
50
Amit Shah Dibrugarh visit : ডিব্ৰুগড়ত ১,৭১৫ কোটিৰ প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন অমিত শ্বাহৰ
Assam

Amit Shah Dibrugarh visit : ডিব্ৰুগড়ত ১,৭১৫ কোটিৰ প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন অমিত শ্বাহৰ

by News Desk
January 30, 2026
54
ADVERTISEMENT
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
KARBI ANGLONG

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
54
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

February 8, 2026
53
বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:
Assam

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

February 8, 2026
54
ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:
Assam

ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:

February 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

February 8, 2026
বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

February 8, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13922) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (101) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2064) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3547) Lifestyle (24) literature (16) Music (1) National-International (11472) NORTHEAST (895) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (2) Social Media (2) Sports News (507) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  কাৰ্বি আংলঙ (11) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d