ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi new CM : কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, তালিকাত ৯ বিজেপি নেতা

নিউজ ডেস্কঃ 

News Desk by News Desk
February 14, 2025
Reading Time: 1 min read
A A
0
Delhi new CM : কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, তালিকাত ৯ বিজেপি নেতা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

১৯ বা ২০ ফেব্ৰুৱাৰীত দিল্লীত মুখ্যমন্ত্ৰী (Chief Minister of Delhi)ৰ শপত গ্ৰহণ (Swearing-in) অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা। শুকুৰবাৰে চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰিছে। আনহাতে, ১৭ বা ১৮ ফেব্ৰুৱাৰীত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথাও জানিব পৰা গৈছে। শুকুৰবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দিল্লীলৈ উভতি অহাৰ পিছতে ৰাজধানীত চৰকাৰ গঠনৰ বাবে বিজেপি হাইকমাণ্ডে প্ৰস্তুতি চলাব (BJP high command to prepare) পাৰে বুলি অনুমান কৰা হৈছে। সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডাকে ধৰি বিজেপিৰ অন্যান্য শীৰ্ষ নেতাসকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হ’ব।

উল্লেখ্য যে দিল্লী বিধানসভা নিৰ্বাচনত জয়ী হোৱা বিজেপিৰ ৪৮ গৰাকী বিধায়কৰ ভিতৰত ১৫ গৰাকীৰ নাম বাছনি কৰা হৈছে। ইয়াৰে ভিতৰত ৯ জনক অন্তিম তালিকাত স্থান দিয়া হৈছে। তাৰে এগৰাকী হ’ব মুখ্যমন্ত্ৰী। বাকীসকলৰ মাজৰ পৰা মন্ত্ৰী আৰু অধ্যক্ষ পদ নিৰ্বাচন কৰা হ’ব।

Delhi 1 1 | ASSAM TIMES POST
কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, তালিকাত ৯ বিজেপি নেতা

উল্লেখ্য যে ২৭ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্ত পেলাই ৭০ জনীয়া বিধানসভাত ৪৮ খন আসন লাভ কৰি দিল্লীত পুনৰ ক্ষমতালৈ আহে বিজেপি। বিগত দশক ধৰি দিল্লীত শাসন চলাই অহা আপে মাত্ৰ ২২ খন আসন লাভ কৰি তৃতীয়বাৰৰ বাবে শাসন দখলৰ পৰা বঞ্চিত হয়। ইয়াৰ উপৰি অৰবিন্দ কেজৰিৱাল, মনীষ ছিছোদিয়াৰ দৰে শীৰ্ষ নেতাও নিৰ্বাচনত পৰাজিত হয়।

আনহাতে, বিজেপিয়ে মুখ্যমন্ত্রী কোন হ’ব সেই কথা ঘোষণা নকৰাকৈয়ে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰে৷ ইফালে কেজৰিৱালক বিপুল ব্যৱধানত পৰাস্ত কৰি জনপ্ৰিয়তা লাভ কৰা প্ৰৱেশ বাৰ্মাই দিল্লীৰ সম্ভাৱ্য মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে বুলি চৰ্চা চলিছে। তেওঁৰ আন প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত আছে দিল্লী বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰা বিজেপিৰ প্ৰবীণ নেতা বিজেন্দৰ গুপ্তা। লগতে এই তালিকাত আছে সতীশ উপাধ্যায় । তেৱোঁ এজন গুৰুত্বপূৰ্ণ নেতা আৰু পূৰ্বে তেওঁ ৰাজ্যৰ সভাপতি আছিল। কেন্দ্ৰীয় নেতাৰ অতি ঘনিষ্ঠ দিল্লী বিজেপিৰ সাধাৰণ সম্পাদক আশিস সুডো এই তালিকাত আছে। ইয়াৰ উপৰি আৰ এছ এছৰ প্ৰভাৱশালী নেতা জিতেন্দ্ৰ মহাজনৰ নামো তালিকাত আছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: NextDelhinewCMদিল্লীৰপৰৱৰ্তীমুখ্যমন্ত্ৰী
Share4Tweet3Send

Related Posts

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

by Staff Reporter
November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

by Staff Reporter
November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

by Staff Reporter
November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

by Staff Reporter
November 19, 2025
50
ই-ভিছা অবিহনে ভাৰতত সোমাব নোৱাৰিব আফগান নাগৰিক, বাতিল পূৰ্বৰ সকলো ভিছা
National-International

Indian Visa । ভাৰতীয়ৰ ভিছা ৰেহাই স্থগিত ৰাখিলে ইৰাণে, কিন্তু কিয়?

by Staff Reporter
November 18, 2025
53
Assam Crime Records I চলিত বছৰত সাত মাহত অসমত ৫ শতাধিক হত্যাকাণ্ড
National-International

বিহাৰ বিধানসভাৰ আধাতকৈ অধিক লোক অপৰাধত অভিযুক্ত, ৯০ শতাংশ কোটিপতি

by Staff Reporter
November 18, 2025
53
ADVERTISEMENT
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

November 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13846) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3496) Lifestyle (24) literature (16) National-International (10908) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d