ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Shoe thrown to Judge I যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি, মহিলা ন্যায়াধীশলৈ জোতা নিক্ষেপ অভিযুক্তৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 14, 2025
Reading Time: 1 min read
A A
0
Shoe thrown to Judge I যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি, মহিলা ন্যায়াধীশলৈ জোতা নিক্ষেপ অভিযুক্তৰ

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

বিচাৰ চলি থকা সময়তে আদালতত সংঘটিত হ’ল অদ্ভূত কাণ্ড। যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ ৰায় প্ৰদানৰ বাবেই অভিযুক্তই আদালত কক্ষত মহিলা ন্যায়াধীশলৈ (Shoe thrown at judge) জোতা নিক্ষেপ কৰে। এই ঘটনাত সকলোৱে স্তম্ভিত হৈ পৰিছে। ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদৰ ৰঙ্গা ৰেড্ডী জিলা আদালতত। 

Shoe thrown to Judge I
যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি, মহিলা ন্যায়াধীশলৈ জোতা নিক্ষেপ অভিযুক্তৰ:

আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি, ৰঙ্গা ৰেড্ডী জিলা আদালতৰ এগৰাকী মহিলা ন্যায়াধীশে ১১ ফেব্ৰুৱাৰীত হত্যাৰ চেষ্টাৰ গোচৰত এজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।বৃহস্পতিবাৰে আন এক হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক আদালতত হাজিৰ কৰা হয়।

এই গোচৰৰ শুনানিও উক্ত মহিলা ন্যায়াধীশগৰাকীৰ আদালততে হয়। কিন্তু অভিযুক্তক আদালত কক্ষলৈ নিয়াৰ সময়তে সমস্যাৰ সৃষ্টি হয়। মহিলা ন্যায়াধীশগৰাকীকক দেখাৰ লগে লগে অভিযুক্তই পিন্ধি থকা জোতা খুলি তেওঁৰ ফালে দলিয়াই দিয়ে। অৱশ্যে ভাগ্য ভাল যে ন্যায়াধীশগৰাকীৰ গাত সেই জোতা নালাগিল।

এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে ৰঙ্গা ৰেড্ডী জিলা আদালতৰ উকীল সন্থাই। ৰঙ্গা ৰেড্ডী জিলা আদালতৰ উকীল সন্থাৰ সভাপতি ৱাই কণ্ডল ৰেড্ডীয়ে কয় যে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰা অভিযুক্তই ন্যায়াধীশৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি তেওঁলৈ জোতা নিক্ষেপ কৰে।

 অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰো দাবী জনায়। ইফালে ন্যায়াধীশগৰাকীৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দি শুকুৰবাৰে আদালতৰ কাৰ্য্যবিধি বৰ্জনৰ আহ্বান জনায় উকীল সন্থাই।

এই ঘটনাত এটা গোচৰ ৰুজু হৈছে। ইণ্ডিয়ান তদন্ত চলি আছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: নিক্ষেপ অভিযুক্তৰমহিলা ন্যায়াধীশলৈ জোতাযাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি
Share4Tweet3Send

Related Posts

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়
National-International

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়

by Staff Reporter
November 19, 2025
50
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

by Staff Reporter
November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

by Staff Reporter
November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

by Staff Reporter
November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

by Staff Reporter
November 19, 2025
50
ই-ভিছা অবিহনে ভাৰতত সোমাব নোৱাৰিব আফগান নাগৰিক, বাতিল পূৰ্বৰ সকলো ভিছা
National-International

Indian Visa । ভাৰতীয়ৰ ভিছা ৰেহাই স্থগিত ৰাখিলে ইৰাণে, কিন্তু কিয়?

by Staff Reporter
November 18, 2025
53
ADVERTISEMENT
Result Ahsec 2023 I উচ্চতৰ মাধ্যমিকৰ  বাণিজ্য শাখাত শীৰ্ষ ১০ স্থান অধিকাৰীসকল
Assam

HSLC Exam 2026 I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন ঘোষণা

November 19, 2025
50
World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়
National-International

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়

November 19, 2025
50
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Result Ahsec 2023 I উচ্চতৰ মাধ্যমিকৰ  বাণিজ্য শাখাত শীৰ্ষ ১০ স্থান অধিকাৰীসকল

HSLC Exam 2026 I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন ঘোষণা

November 19, 2025
World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়

November 19, 2025
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13847) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3496) Lifestyle (24) literature (16) National-International (10909) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d