ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Attack on Journalists : ২০২৪ বৰ্ষত সাংবাদিক হত্যাৰ ক্ষেত্ৰত অভিলেখ

নিউজ ডেস্কঃ

News Desk by News Desk
February 14, 2025
Reading Time: 1 min read
A A
0
Attack on Journalists : ২০২৪ বৰ্ষত সাংবাদিক হত্যাৰ ক্ষেত্ৰত অভিলেখ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Cold wave । শীতৰ আৰম্ভণিতে কঁপিছে উত্তৰ আৰু মধ্য ভাৰত

Maoist encounter I অন্ধ্ৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৭ মাওবাদী নিহত

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়

যোৱা বছৰ (Last year) সমগ্ৰ বিশ্বতে (All over the world) ১২৪ জন সাংবাদিকক হত্যা (124 journalists killed) কৰা হয় আৰু এইটো হৈছে সৰ্বকালৰ অভিলেখ (All-Time Record)। এই তথ্য সাংবাদিকৰ অধিকাৰ ৰক্ষাৰ বাবে কাম কৰি থকা আন্তঃৰাষ্ট্ৰীয় সংস্থা ‘সাংবাদিক সুৰক্ষা সমিতি’ৰ (চি পি জে) সম্প্রতি প্রকাশিত প্রতিবেদনত দিয়া হৈছে৷

প্ৰকাশিত প্ৰতিবেদনত ইজৰাইলী সেনাই যোৱা বছৰ ৮৫ জন সাংবাদিকক হত্যা কৰা বুলিও উল্লেখ কৰিছে। অৰ্থাৎ মুঠ ভুক্তভোগীৰ তালিকাৰ ৭০ শতাংশই টেল আভিভৰ দ্বাৰা সংঘটিত হৈছে। ইয়াৰে গাজাত ৮২ জনৰ মৃত্যু হৈছে।  নিহত ৮৫ জন সাংবাদিকৰ ভিতৰত ৮২ জন আছিল পেলেষ্টাইনী নাগৰিক।

jour 1 | ASSAM TIMES POST
২০২৪ বৰ্ষত সাংবাদিক হত্যাৰ ক্ষেত্ৰত অভিলেখ

ইয়াৰ পূৰ্বে ২০০৭ চনত সমগ্ৰ বিশ্বতে ১১৩ জন সাংবাদিকক হত্যা কৰা হৈছিল। তেতিয়ালৈকে সেইটোৱেই আছিল সৰ্বকালৰ অভিলেখ। চি পি জেৰ প্ৰতিবেদন অনুসৰি, সেই সময়ত আইছিছৰ আক্ৰমণ আৰু ইৰাকৰ গৃহযুদ্ধৰ পৰিস্থিতিৰ বাবে বহু সাংবাদিকৰ মৃত্যু হৈছিল। এইবাৰ সেয়া গাজাত ঘটে। উল্লেখ্য় যে ২০২৩ চনত বিশ্বৰ ১০২ জন সাংবাদিক কৰ্তব্যৰত অৱস্থাত নিহত হৈছিল। আনহাতে, ২০২২ চনত এই সংখ্যা আছিল ৬৯।

চি পি জেৰ প্ৰতিবেদন অনুসৰি, ২০২৪ চনত চুডান আৰু পাকিস্তানে সাংবাদিক হত্যাৰ সংখ্যাত যৌথভাৱে দ্বিতীয় স্থানত আছে। দেশ দুখনত ৬ জন সাংবাদিক নিহত হৈছে। ইয়াৰ উপৰি যোৱা বছৰ মেক্সিকোত পাঁচজন সাংবাদিক, ম্যানমাৰ, লেবানন আৰু ইৰাকত তিনিজনকৈ আৰু হাইটিত দুজন সাংবাদিক নিহত হৈছিল।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: AttackonJournalistsসাংবাদিকহত্যাৰঅভিলেখ
Share4Tweet3Send

Related Posts

Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি
National-International

Cold wave । শীতৰ আৰম্ভণিতে কঁপিছে উত্তৰ আৰু মধ্য ভাৰত

by Staff Reporter
November 19, 2025
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
National-International

Maoist encounter I অন্ধ্ৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৭ মাওবাদী নিহত

by Staff Reporter
November 19, 2025
50
World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়
National-International

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়

by Staff Reporter
November 19, 2025
50
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

by Staff Reporter
November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

by Staff Reporter
November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

by Staff Reporter
November 19, 2025
50
ADVERTISEMENT
Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি
National-International

Cold wave । শীতৰ আৰম্ভণিতে কঁপিছে উত্তৰ আৰু মধ্য ভাৰত

November 19, 2025
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
National-International

Maoist encounter I অন্ধ্ৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৭ মাওবাদী নিহত

November 19, 2025
50
Result Ahsec 2023 I উচ্চতৰ মাধ্যমিকৰ  বাণিজ্য শাখাত শীৰ্ষ ১০ স্থান অধিকাৰীসকল
Assam

HSLC Exam 2026 I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন ঘোষণা

November 19, 2025
50
World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়
National-International

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়

November 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি

Cold wave । শীতৰ আৰম্ভণিতে কঁপিছে উত্তৰ আৰু মধ্য ভাৰত

November 19, 2025
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:

Maoist encounter I অন্ধ্ৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৭ মাওবাদী নিহত

November 19, 2025
Result Ahsec 2023 I উচ্চতৰ মাধ্যমিকৰ  বাণিজ্য শাখাত শীৰ্ষ ১০ স্থান অধিকাৰীসকল

HSLC Exam 2026 I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন ঘোষণা

November 19, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13847) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3496) Lifestyle (24) literature (16) National-International (10911) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d