ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Election Results 2025 । দিল্লী নিৰ্বাচনত পৰাস্ত কেজৰিৱাল, মনীষ ছিছোডিয়া, সত্যেন্দ্ৰ জৈন; জয়ী হ’ল আতিশী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 8, 2025
Reading Time: 1 min read
A A
0
Case against Atishi I নিৰ্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীৰ বিৰুদ্ধে গোচৰ

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Husband killed by woman । পুৰণি প্ৰেমিকৰ বাবে বিয়াৰ ৩ মাহতে স্বামীক হত্যা

Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

Online fraud : ৱাটছএপত বিয়াৰ কাৰ্ডৰ লিংক, অবাঞ্চিত নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ গৈ একাউণ্ট খালী

দিল্লীত চৰকাৰ (Delhi Election) গঠনৰ দিশে আগবাঢ়িছে বিজেপি। ২৭ বছৰ পিছত ৰাজধানী ৰাজ্যখনত গেৰুৱা দলটোৱে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে ।

Delhi Election Results 2025 ।
দিল্লী নিৰ্বাচনত পৰাস্ত কেজৰিৱাল, মনীষ ছিছোডিয়া, সত্যেন্দ্ৰ জৈন:

আনহাতে, ২০১৩ চনৰ পিছত শাসকীয় দল আপে দিল্লীৰ শাসন ক্ষমতা হেৰুৱাবলৈ আগবাঢ়িছে। শেহতীয়া ভোটগণনাৰ প্ৰৱণতা অনুসৰি বিজেপিয়ে ৫১ খন আসনত আৰু আপে ১৯ খন আসন দখলৰ দিশে আগবাঢ়িছে। ইতিমধ্যে বিজেপিয়ে দিল্লীত বিজয় উৎসৱ উদযাপন আৰম্ভ কৰিছে।

আপৰ বাবে মোক্ষম আঘাত হৈছে দলটোৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰাজয়। নতুন দিল্লী সমষ্টিত তেওঁ বিজেপিৰ প্ৰৱেশ বাৰ্মাৰ হাতত পৰাস্ত হয়।
আনহাতে, বিজেপিৰ কৰ্ণেল সিঙৰ হাতত পৰাস্ত হয় আপৰ আন এগৰাকী শীৰ্ষ নেতা সত্যেন্দ্ৰ জৈন। শাকুৰবস্তি সমষ্টিত তেওঁ পৰাজয়বৰণ কৰে।

ইফালে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াও পৰাজয়ৰ সন্মুখীন হৈছে। বিজেপিৰ তৰবিন্দৰ সিং মাৰৱাহে মনীষ ছিছোডিয়াক জংপুৰা সমষ্টিত পৰৰাস্ত কৰে।

অৱশ্যে আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেত্ৰী তথা দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা কালকাজী সমষ্টিৰ পৰা বিজয়ী হৈছে।
ভাৰতীয় জনতা পাৰ্টীৰ ৰমেশ বিধুৰীক পৰাস্ত কৰি তেওঁ জয়ী হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: দিল্লী নিৰ্বাচনত পৰাস্ত কেজৰিৱালমনীষ ছিছোডিয়াসত্যেন্দ্ৰ জৈন; জয়ী হ'ল আতিশী
Share4Tweet3Send

Related Posts

Sensational Incident at Guwahati School: 5 Students Injured in Attack by Fellow Student, School Authorities Accused of Cover-up
National-International

Husband killed by woman । পুৰণি প্ৰেমিকৰ বাবে বিয়াৰ ৩ মাহতে স্বামীক হত্যা

by Staff Reporter
February 9, 2026
50
Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য
National-International

Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

by Staff Reporter
February 9, 2026
50
Online fraud : ৱাটছএপত বিয়াৰ কাৰ্ডৰ লিংক, অবাঞ্চিত নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ গৈ একাউণ্ট খালী
National-International

Online fraud : ৱাটছএপত বিয়াৰ কাৰ্ডৰ লিংক, অবাঞ্চিত নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ গৈ একাউণ্ট খালী

by News Desk
February 7, 2026
53
US Iran tension : ইৰাণত তেলৰ লেনদেনৰ বাবে শাস্তি, ১৪ জাহাজত নিষেধাজ্ঞা আমেৰিকাৰ
National-International

US Iran tension : ইৰাণত তেলৰ লেনদেনৰ বাবে শাস্তি, ১৪ জাহাজত নিষেধাজ্ঞা আমেৰিকাৰ

by News Desk
February 7, 2026
54
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

Supreme Court of India I ইচ্ছাৰ বিৰুদ্ধে সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰিব, ৩০ সপ্তাহত গৰ্ভপাতৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
February 7, 2026
50
Assam Crime Records I চলিত বছৰত সাত মাহত অসমত ৫ শতাধিক হত্যাকাণ্ড
National-International

Delhi crime । বছৰৰ প্ৰথম মাহটোত ৰাজধানীত ৫ শতাধিক মহিলা নিৰুদ্দেশৰ তথ্য নস্যাৎ দিল্লী আৰক্ষীৰ

by Staff Reporter
February 7, 2026
50
ADVERTISEMENT
Ten militants were killed in a clash in India-Myanmar border: The situation in Manipur is critical
NORTHEAST

Manipur violence I কুকি-নগাৰ সংঘৰ্ষত পুনৰ অস্থিৰ মণিপুৰ, মাজনিশা কেইবাটাও ঘৰত অগ্নিসংযোগ

February 9, 2026
50
Sensational Incident at Guwahati School: 5 Students Injured in Attack by Fellow Student, School Authorities Accused of Cover-up
National-International

Husband killed by woman । পুৰণি প্ৰেমিকৰ বাবে বিয়াৰ ৩ মাহতে স্বামীক হত্যা

February 9, 2026
50
Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য
National-International

Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

February 9, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
KARBI ANGLONG

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
54
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ten militants were killed in a clash in India-Myanmar border: The situation in Manipur is critical

Manipur violence I কুকি-নগাৰ সংঘৰ্ষত পুনৰ অস্থিৰ মণিপুৰ, মাজনিশা কেইবাটাও ঘৰত অগ্নিসংযোগ

February 9, 2026
Sensational Incident at Guwahati School: 5 Students Injured in Attack by Fellow Student, School Authorities Accused of Cover-up

Husband killed by woman । পুৰণি প্ৰেমিকৰ বাবে বিয়াৰ ৩ মাহতে স্বামীক হত্যা

February 9, 2026
Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

February 9, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13922) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (101) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2064) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3547) Lifestyle (24) literature (16) Music (1) National-International (11474) NORTHEAST (896) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (2) Social Media (2) Sports News (507) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  কাৰ্বি আংলঙ (11) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d