ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Maha Kumbh 2025 : মহাকুম্ভৰ ভক্তৰ বাবে বিশেষ হেলিকপ্টাৰ সেৱা

নিউজ ডেস্কঃ

News Desk by News Desk
February 7, 2025
Reading Time: 1 min read
A A
0
Maha Kumbh 2025 : মহাকুম্ভৰ ভক্তৰ বাবে বিশেষ হেলিকপ্টাৰ সেৱা

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

মহাকুম্ভত (Maha Kumbha) পবিত্ৰ স্নানৰ বাবে (for a holy bath) আৰু ঘণ্টাৰ পিছত ঘণ্টা খোজকাঢ়িব নালাগে। এইবাৰ আৰম্ভ হৈছে হেলিকপ্টাৰ সেৱা (Helicopter Service)। উত্তৰ প্ৰদেশ ইক’ টুৰিজিম ডেভেলপমেণ্ট ব’ৰ্ড আৰু ফ্লাই ওলাই মহাকুম্ভৰ বাবে এই হেলিকপ্টাৰ সেৱা আৰম্ভ কৰিছে। এই সেৱাৰ জৰিয়তে ভক্তসকলে সহজে পবিত্ৰ স্নান কৰিব পাৰিব। 

প্ৰয়াগৰাজ বিমানবন্দৰত থাকিব এই হেলিকপ্টাৰ।  তীৰ্থযাত্ৰীসকলক পোনপটীয়াকৈ ত্ৰিবেণী সংগমৰ সমীপৰ হেলিপেডলৈ হেলিকপ্টাৰেৰে লৈ যোৱা হ’ব। তাৰ পৰা পবিত্ৰ স্নানৰ বাবে ভক্তসকলক নাৱেৰে পোনে পোনে সংগমলৈ লৈ যোৱা হ’ব। স্নান কৰাৰ পিছত একেখন নাৱেই ভক্তসকলক পুনৰ হেলিপেডলৈ লৈ যাব।  তাৰ পিছত পুনৰ ভক্তসকলে হেলিকপ্টাৰত উঠি প্ৰয়াগৰাজ বিমানবন্দৰলৈ উভতি যাব।

maha | ASSAM TIMES POST
মহাকুম্ভৰ ভক্তৰ বাবে বিশেষ হেলিকপ্টাৰ সেৱা

এই হেলিকপ্টাৰ সেৱাৰ বাবে প্ৰতিজন ব্যক্তিৰ খৰচ হ’ব ৩৫ হাজাৰ টকা। এই সেৱাই বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোকসকলক উপকৃত কৰিব।

এই সেৱা সন্দৰ্ভত ফ্লাই ওলা গ্ৰুপৰ চিইঅ’ আৰ এছ ছেহগালে কয়, “এতিয়া ভক্তসকলে হোটেল বুকিং নকৰাকৈয়ে কুম্ভ দৰ্শন কৰিব পাৰিব। ৪ৰ পৰা ৫ ঘণ্টাৰ ভিতৰত গন্তব্যস্থানলৈ উভতি যাব পাৰিব। এবাৰ বুকিং কৰিলে তীৰ্থযাত্ৰীসকলে তাত উপস্থিত হোৱা, পবিত্ৰ স্নান আৰু বিমানবন্দৰলৈ উভতি অহাত কোনো সমস্যাৰ সন্মুখীন হ’ব নালাগে, সকলো দায়িত্ব সংগঠনৰ।” 

আনহাতে, যিসকলে সম্পূৰ্ণ পেকেজ বুকিং কৰিব নোৱাৰে বা আকাশৰ পৰাই সংগম উপভোগ কৰিব বিচাৰে তেওঁলোকৰ বাবে ১২০০ টকাত আনন্দ যাত্ৰাৰো বিকল্প আছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: MahaKumbhHelicopterServiceমহাকুম্ভহেলিকপ্টাৰসেৱা
Share4Tweet3Send

Related Posts

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

by Staff Reporter
November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

by Staff Reporter
November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

by Staff Reporter
November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

by Staff Reporter
November 19, 2025
50
ই-ভিছা অবিহনে ভাৰতত সোমাব নোৱাৰিব আফগান নাগৰিক, বাতিল পূৰ্বৰ সকলো ভিছা
National-International

Indian Visa । ভাৰতীয়ৰ ভিছা ৰেহাই স্থগিত ৰাখিলে ইৰাণে, কিন্তু কিয়?

by Staff Reporter
November 18, 2025
53
Assam Crime Records I চলিত বছৰত সাত মাহত অসমত ৫ শতাধিক হত্যাকাণ্ড
National-International

বিহাৰ বিধানসভাৰ আধাতকৈ অধিক লোক অপৰাধত অভিযুক্ত, ৯০ শতাংশ কোটিপতি

by Staff Reporter
November 18, 2025
53
ADVERTISEMENT
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

November 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13846) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3496) Lifestyle (24) literature (16) National-International (10908) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d