ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sweden School Schooting I ছুইডেনৰ বিদ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণত নিহত কমেও ১০, নিহত আক্ৰমণকাৰীও

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 5, 2025
Reading Time: 1 min read
A A
0
Sweden School Schooting I ছুইডেনৰ বিদ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণত নিহত কমেও ১০, নিহত আক্ৰমণকাৰীও

Oplus_131072

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

PM dinner party I প্ৰধানমন্ত্ৰীৰ বাসগৃহত নৈশভোজত এন ডি এৰ ৪০১ সাংসদ, প্ৰতিখন টেবুলত ‘মিনি ভাৰত’

এইবাৰ ছুইডেনত বন্দুকধাৰীৰ আক্ৰমণ (Sweden attack)। মঙলবাৰে ছুইডেনৰ অবেৰো এখন বিদ্যালয়ত সংঘটিত গুলীচালনাত ১০ জন লোক নিহত হয়। এই আক্ৰমণক ছুইডেনৰ ইতিহাসৰ আটাইতকৈ মাৰাত্মক বন্দুকৰ আক্ৰমণ বুলি অভিহিত কৰা হৈছে। আনহাতে, আহত কেইবাজনো লোকৰ অৱস্থা সংকটজনক। আৰক্ষীয়ে জনোৱা মতে ঘটনাস্থলীত আক্ৰমণকাৰীৰো মৃত্যু হৈছে। এই আক্ৰমণৰ কাৰণৰ তদন্ত অব্যাহত আছে।

Sweden School Schooting I
ছুইডেনৰ বিদ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণত নিহত কমেও ১০:

অৱশ্যে মৃতকৰ সংখ্যা ১০জনতকৈ অধিক নেকি সেই বিষয়ত আৰক্ষী এতিয়াও নিশ্চিত হোৱা নাই।  এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে।
ছুইডেনৰ ৰাজধানী ষ্টকহোমৰ পৰা ২০০ কিলোমিটাৰ দূৰৈত অৱস্থিত এখন সৰু চহৰ হৈছে অবেৰো।

স্থানীয় সময় অনুসৰি দিনৰ ১২.৩৩ বজাত সংঘটিত হয় এই আক্ৰমণ। ছুইডিছ ভাষাত কমভুকছ নামেৰে জনাজাত প্ৰাপ্তবয়স্কৰ বিদ্যালয় কেম্পাছ ৰিছবাৰ্গস্কাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। প্ৰাথমিক বা উচ্চ শিক্ষা সম্পূৰ্ণ নকৰাসকলৰ বাবে উক্ত স্কুলখনৰ ওচৰতে আন এখন স্কুল আছিল।

বিদ্যালয়ৰ শিক্ষকসকলে জনোৱা মতে, তেওঁলোকে হঠাতে বন্দুকৰ গুলীৰ শব্দ শুনি বহুতে ভয়তে শ্ৰেণীকোঠাৰ পৰা পলাই যায়।  আন বহুতে শ্ৰেণীকোঠাৰ ভিতৰত লুকাই থাকে। শিক্ষয়িত্ৰী মাৰিয়া পেগাডোৱে কয়, “মই দেখিছিলো যে মানুহে আহতসকলক উদ্ধাৰ কৰি লৈ গৈছে। প্ৰথমে এজন, তাৰ পিছত আন এজন। মই উপলব্ধি কৰিলোঁ যে পৰিস্থিতি অতি গুৰুতৰ।”

ইফালে চহৰৰ আৰক্ষী অধীক্ষক ৰবাৰ্ট’ এইড ফৰেষ্টাৰে কয় যে বন্দুকধাৰীজনৰ গুলীচালনাত কেইবাজনো লোক আহত হয়।  হতাহতিৰ সঠিক সংখ্যা বৰ্তমান নিশ্চিত কৰাটো কঠিন। এই গুলীচালনাত ১০ জন লোক নিহত হয়। নিহতসকলৰ ভিতৰত দুৰ্বৃত্তজনো আছিল।

মঙলবাৰে বিয়লি অবেৰোত দুৰ্বৃত্তৰ ঘৰত আৰক্ষীয়ে অভিযান চলায়। তদন্তত প্ৰকাশ পাইছে যে ব্যক্তিজনৰ হাতত বন্দুকৰ অনুজ্ঞাপত্ৰ আছিল। অৱশ্যে তেওঁৰ কোনো অপৰাধজনিত ৰেকৰ্ড নাই। কিন্তু ব্যক্তিজনে কিয় এই জঘন্য পদক্ষেপ হাতত ল’লে তাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: আক্ৰমণত নিহত কমেও ১০ছুইডেনৰ বিদ্যালয়ত বন্দুকধাৰীৰনিহত আক্ৰমণকাৰীও
Share4Tweet3Send

Related Posts

Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি
National-International

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

by Staff Reporter
December 12, 2025
50
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ
National-International

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

by Staff Reporter
December 12, 2025
50
PM Modi Death Threat : মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে, মুম্বাই আৰক্ষীক ভাবুকি প্ৰদান কৰা মহিলাক গ্ৰেপ্তাৰ
National-International

PM dinner party I প্ৰধানমন্ত্ৰীৰ বাসগৃহত নৈশভোজত এন ডি এৰ ৪০১ সাংসদ, প্ৰতিখন টেবুলত ‘মিনি ভাৰত’

by Staff Reporter
December 12, 2025
50
Shivraj Patil dies I প্ৰাক্তন গৃহমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা শিৱৰাজ পাটিলৰ দেহাৱসান
National-International

Shivraj Patil dies I প্ৰাক্তন গৃহমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা শিৱৰাজ পাটিলৰ দেহাৱসান

by Staff Reporter
December 12, 2025
50
Tragic bus accident I পাহাৰীয়া পথত নিয়ন্ত্ৰণ হেৰুৱাই দ খালত পৰিল যাত্ৰীবাহী বাছ, নিহত কমেও ৯
National-International

Tragic bus accident I পাহাৰীয়া পথত নিয়ন্ত্ৰণ হেৰুৱাই দ খালত পৰিল যাত্ৰীবাহী বাছ, নিহত কমেও ৯

by Staff Reporter
December 12, 2025
50
Lover Gang Rape : চাৰি বন্ধুৰে মিলি আইনৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ প্ৰেমিকৰ, ভিডিঅ’ দেখুৱাই ব্লেকমেইল
National-International

Minor rape case I নাবালকৰ যৌন কামনাৰ বলি এগৰাকী কিশোৰী, দলবদ্ধ ধৰ্ষণ

by Staff Reporter
December 11, 2025
60
ADVERTISEMENT
Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি
National-International

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

December 12, 2025
50
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ
National-International

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

December 12, 2025
50
PM Modi Death Threat : মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে, মুম্বাই আৰক্ষীক ভাবুকি প্ৰদান কৰা মহিলাক গ্ৰেপ্তাৰ
National-International

PM dinner party I প্ৰধানমন্ত্ৰীৰ বাসগৃহত নৈশভোজত এন ডি এৰ ৪০১ সাংসদ, প্ৰতিখন টেবুলত ‘মিনি ভাৰত’

December 12, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

December 12, 2025
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

December 12, 2025
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

December 12, 2025

Categories

accident (1) ALL NEWS (17415) Artificial Intelligence (3) Assam (13868) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2056) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3508) Lifestyle (24) literature (16) National-International (11103) NORTHEAST (882) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (498) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d