ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Donald Trump I ট্ৰাম্প প্ৰশাসনৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ তালিকাত ১৮ হাজাৰ ভাৰতীয়, বিতাড়ন প্ৰক্ৰিয়া আৰম্ভ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 22, 2025
Reading Time: 1 min read
A A
0
US President Donald Trump I দ্বিতীয়বাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ ট্ৰাম্পৰ, প্ৰথম দিনটোতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

PM dinner party I প্ৰধানমন্ত্ৰীৰ বাসগৃহত নৈশভোজত এন ডি এৰ ৪০১ সাংসদ, প্ৰতিখন টেবুলত ‘মিনি ভাৰত’

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে (Donald Trump) আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক নিজ নিজ দেশলৈ বিতাড়িত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। এই তালিকাখন ভাৰতৰ বহু লোক আছে, যিসকলে নথিপত্ৰ অবিহনে আমেৰিকাত আছে।

Donald Trump I
ট্ৰাম্প প্ৰশাসনৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ তালিকাত ১৮ হাজাৰ ভাৰতীয়:

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, ভাৰত আৰু আমেৰিকাৰ দুয়োখন চৰকাৰে এতিয়ালৈকে দেশখনত বাস কৰা প্ৰায় ১৮,০০০ অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক যুটীয়াভাৱে চিনাক্ত কৰিছে। ৱাশ্বিংটনে তেওঁলোকক ভাৰতলৈ ঘূৰাই পঠিয়াব বিচাৰে।

অৱশ্যে যদিও ই অবৈধ অনুপ্ৰৱেশকাৰীৰ নিশ্চিত সংখ্যা নহয়, তথাপি নতুন দিল্লীয়েও তেওঁলোকক ঘূৰাই ল’বলৈ সন্মত হৈছে। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, এই সংখ্যা আৰু বৃদ্ধি হ’ব পাৰে। কাৰণ এতিয়ালৈকে ১৮ হাজাৰ লোককহে চিনাক্ত কৰা হৈছে। প্ৰকৃত সংখ্যাটো অধিক হ’ব পাৰে।

সংবাদ মাধ্যম ‘দ্য গাৰ্ডিয়ান’ৰ প্ৰতিবেদনত জৰীপ প্ৰতিষ্ঠান ‘পিউ ৰিচাৰ্চ চেণ্টাৰ’ৰ তথ্যৰ ওপৰত আলোকপাত কৰা হৈছে। তাত এইটো কোৱা হৈছে যে আমেৰিকালৈ অবৈধ প্ৰব্ৰজনৰ ক্ষেত্ৰত ভাৰতীয়সকল তৃতীয় স্থানত আছে। প্ৰথম মেক্সিকো আৰু দ্বিতীয় এল চালভাডৰ। জৰীপ অনুসৰি, প্ৰায় ৭.২৫ লাখ ভাৰতীয়ই নথিপত্ৰ অবিহনে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰি আছে।

ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰাৰ পিছত ট্ৰাম্পে কেইবাটাও নিৰ্দেশনাত স্বাক্ষৰ কৰে। তাৰে এটা হ’ল অবৈধ প্ৰব্ৰজন সম্পৰ্কীয় আদেশ। তেওঁ আমেৰিকা-মেক্সিকো সীমান্তত জৰুৰীকালীন অৱস্থাৰ নিৰ্দেশ দিয়ে।

ব্লুমবাৰ্গৰ মতে, ভাৰত চৰকাৰে আমেৰিকাত বাস কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰিবলৈ দেশখনৰ প্ৰশাসনৰ সৈতেও সহযোগিতা কৰি আছে। এই পদক্ষেপটোক এটা ইংগিত হিচাপে দেখা গৈছে যে ভাৰতে আমেৰিকাত নতুন ট্ৰাম্প প্ৰশাসনৰ সৈতে কাম কৰিবলৈ ইচ্ছুক।

আনহাতে, আমেৰিকাত চিনাক্ত কৰা অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ সংখ্যাৰ বিষয়ে দিল্লীৰ পৰা কোনো স্পষ্ট সংখ্যা দিয়া হোৱা নাই। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে দুয়োপক্ষই অবৈধ প্ৰব্ৰজন নিয়ন্ত্ৰণত ৰখাৰ বাবে পদক্ষেপ লোৱা আৰম্ভ কৰিছে।

এই সহযোগিতাৰ বাবে আমেৰিকাৰ পৰা ঘূৰাই অনা অন্তিম ভাৰতীয়সকলক চাৰ্টাৰ্ড বিমানেৰে অনা হৈছে। জয়ছোৱালে কয় যে এই সহযোগিতাৰ উদ্দেশ্য হৈছে ভাৰতৰ পৰা আমেৰিকালৈ অনুপ্ৰৱেশকাৰীসকলে যাতে কোনো আইনী সমস্যাৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰা।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: অনুপ্ৰৱেশকাৰীৰ তালিকাত ১৮ হাজাৰ ভাৰতীয়ট্ৰাম্প প্ৰশাসনৰ অবৈধবিতাড়ন প্ৰক্ৰিয়া আৰম্ভ
Share4Tweet3Send

Related Posts

Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি
National-International

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

by Staff Reporter
December 12, 2025
50
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ
National-International

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

by Staff Reporter
December 12, 2025
50
PM Modi Death Threat : মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে, মুম্বাই আৰক্ষীক ভাবুকি প্ৰদান কৰা মহিলাক গ্ৰেপ্তাৰ
National-International

PM dinner party I প্ৰধানমন্ত্ৰীৰ বাসগৃহত নৈশভোজত এন ডি এৰ ৪০১ সাংসদ, প্ৰতিখন টেবুলত ‘মিনি ভাৰত’

by Staff Reporter
December 12, 2025
50
Shivraj Patil dies I প্ৰাক্তন গৃহমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা শিৱৰাজ পাটিলৰ দেহাৱসান
National-International

Shivraj Patil dies I প্ৰাক্তন গৃহমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা শিৱৰাজ পাটিলৰ দেহাৱসান

by Staff Reporter
December 12, 2025
50
Tragic bus accident I পাহাৰীয়া পথত নিয়ন্ত্ৰণ হেৰুৱাই দ খালত পৰিল যাত্ৰীবাহী বাছ, নিহত কমেও ৯
National-International

Tragic bus accident I পাহাৰীয়া পথত নিয়ন্ত্ৰণ হেৰুৱাই দ খালত পৰিল যাত্ৰীবাহী বাছ, নিহত কমেও ৯

by Staff Reporter
December 12, 2025
50
Lover Gang Rape : চাৰি বন্ধুৰে মিলি আইনৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ প্ৰেমিকৰ, ভিডিঅ’ দেখুৱাই ব্লেকমেইল
National-International

Minor rape case I নাবালকৰ যৌন কামনাৰ বলি এগৰাকী কিশোৰী, দলবদ্ধ ধৰ্ষণ

by Staff Reporter
December 11, 2025
60
ADVERTISEMENT
Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি
National-International

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

December 12, 2025
50
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ
National-International

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

December 12, 2025
50
PM Modi Death Threat : মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে, মুম্বাই আৰক্ষীক ভাবুকি প্ৰদান কৰা মহিলাক গ্ৰেপ্তাৰ
National-International

PM dinner party I প্ৰধানমন্ত্ৰীৰ বাসগৃহত নৈশভোজত এন ডি এৰ ৪০১ সাংসদ, প্ৰতিখন টেবুলত ‘মিনি ভাৰত’

December 12, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

December 12, 2025
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

December 12, 2025
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

December 12, 2025

Categories

accident (1) ALL NEWS (17415) Artificial Intelligence (3) Assam (13868) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2056) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3508) Lifestyle (24) literature (16) National-International (11103) NORTHEAST (882) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (498) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d